• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এজাক বৰষুণতে জলমগ্ন গুৱাহাটী : মহানগৰীৰ কেইবা স্থানতো স্তব্ধ হৈ পৰিল স্বাভাৱিক জীৱন যাত্ৰা

NE NOW NEWS মুকুট দাস
গুৱাহাটী , September 2, 2018 12:27 pm

1 min read

zooroad-flood-570x320

ফটো : নৰ্থইষ্ট নাও

94
VIEWS
Share on FacebookShare on Twitter

বাৰিষা কালত বৰষুণ যেন মহানগৰবাসীৰ বাবে হৈ পৰিছে এক দু:স্বপ্ন। দেওবাৰে ৰাতিপুৱাই অহা এজাক বৰষুণৰ ফলত উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ কেইবাঠাইতো সদায় হোৱাৰ দৰে কৃত্ৰিম বানপানীয়ে স্বাভাৱিক জীৱন যাত্ৰা ব্যহত কৰি তুলিছে

কাৰ্যালয়, শিক্ষানুষ্ঠান তথা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ দেওবাৰ হোৱা বাবে বন্ধ আছিল যদিও ৰাতিপুৱা হোৱা বৰষুণজাকৰ ফলত বিভিন্ন কামত ওলাই অহা নাগৰিকসকল আৰু বিশেষকৈ টিউচনৰ বাবে ওলাই অহা ছাত্ৰ-ছাত্ৰীসকল কেইবাঠাইতো আঁঠুলৈকে হোৱা পানীৰ বাবে আহুকালৰ সন্মুখীন হয়।

আটাইতকৈ বেছি জলমগ্ন হৈ পৰা অঞ্চলটো হৈছে কেইবাটাও কোচিং চেন্টাৰ অৱস্থিত জু’ৰোড তিনিআলি অঞ্চল।

ছাত্ৰ-ছাত্ৰীসকলে জীৱনত শৰণ দি বানপানীৰে মাজেৰে কোচিং ক্লাছলৈ যাবলগীয়া হৈছে। কিয়নো তেওঁলোকে এয়া কোনোপধ্যে ক্ষতি কৰিব নোৱাৰে।

মূল পথ জলমগ্ন হৈ পৰা বাবে যান বাহন সমূহ আৱদ্ধ হৈ পৰে আৰু গোটেই পথত তীব্ৰ যানজঁটৰ সৃষ্টি হয়।

গুৱাহাটী কমাৰ্ছ কলেজৰ এগৰাকী ছাত্ৰী নিকিতা কৰে নৰ্থইষ্ট নাওৰ আগত কয়, ‘’ এয়াই গুৱাহাটী। এঘন্টাৰ বৰষুণতে জলমগ্ন হৈ পৰে মহানগৰীখন। আমি এতিয়া ইয়াৰ বাবে অভ্যস্ত হৈ পৰিছো।‘’

‘’ আমি এতিয়া আমাৰ জীৱনৰ এনে এক সংকটৰ মাজেৰে টিউচনলৈ গৈ আছো। কিয়নো ফুটপাথত মেনহ’ল থাকিব পাৰে,’’-ছাত্ৰীগৰাকীয়ে কয়।

অধিক বিদ্যুৎস্পৃষ্টৰ ঘটনা হোৱাৰ আশংকাত বৰষুণ আৰম্ভ হোৱাৰ পিছতে বেছিভাগ অঞ্চলতে বিদ্যুৎসেৱা কৰ্তন কৰা হয়।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd