• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আন্তঃ সংবাদ প্ৰতিষ্ঠান কুইজ প্ৰতিযোগিতাৰ আয়োজন

নৰ্থ ইষ্ট নাও নিউজ, অসমীয়া by নৰ্থ ইষ্ট নাও নিউজ, অসমীয়া
November 16, 2025 8:19 pm
27
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবতো দিনযোৰা কাৰ্যসূচীৰে উদযাপিত হ‘ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱস।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই ৰাজ্যৰ ১০ গৰাকী সাংবাদিকক ফেল‘শ্বিপ প্ৰদানৰ কথা ঘোষণা কৰে।

Apply Now
  • বিষয়সমূহ: পৰিৱেশ, স্বাস্থ্য, ক্ৰীড়া, মানৱ অধিকাৰ, কৃষি, Gender Equality, গ্ৰন্থ, শাসন আৰু ৰাজনীতি, কলা-সংস্কৃতি, ফটো আৰু ভিডিঅ‘।
  • আৰ্থিক সাহায্য: এই দহটা বিষয়ত অধ্যয়ন তথা সংবাদ পৰিৱেশনৰ বাবে নিৰ্বাচিত হোৱা ১০ গৰাকী সাংবাদিকক প্ৰেছ ক্লাবৰ তৰফৰ পৰা ৫০ হাজাৰকৈ টকা আগবঢ়োৱা হ‘ব।

অনুষ্ঠানৰ বিৱৰণ আৰু বিশিষ্ট ব্যক্তিসকলৰ বক্তব্য

গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে ৰাজ্যত মৃত্যুবৰণ কৰা জ্ঞাত-অজ্ঞাত প্ৰতিগৰাকী সাংবাদিকলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়।

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোতে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল তথা অনুষ্ঠানসমূহৰ পোনপটীয়া সম্প্ৰচাৰ (Live Streaming)ৰ ব্যৱস্থাৰ শুভাৰম্ভণি কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক ছৈয়দ জাৰিৰ হুছেইনে।

তেওঁ গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সমিতিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহক প্ৰশংসা কৰাৰ লগতে:

সংবাদ জগতলৈ আহি থকা সুবিধা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে নৱ প্ৰজন্মৰ সাংবাদিকসকলক শিক্ষিত আৰু সজাগ কৰাৰ বাবে কৰ্মশালা, প্ৰশিক্ষণ শিবিৰৰ লগতে আলোচনাচক্ৰ আয়োজন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

সাংবাদিকসকলৰ স্বাস্থ্য বিষয়ক সমস্যাসমূহত সহায়ক হোৱাকৈ এটা ‘কৰ্পাছ ফাণ্ড‘ গঠন কৰিবলৈ প্ৰেছ ক্লাবৰ নেতৃত্বক আহ্বান জনায়।

    গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা আন্তঃ সংবাদ প্ৰতিষ্ঠান প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে NEWS18 অসম NORTH EASTৰ সম্পাদক পৰাগমণি আদিত্যই। তেওঁ মন্তব্য কৰে যে কুইজৰ দৰে অনুষ্ঠানসমূহে সাংবাদিকসকলৰ বৌদ্ধিক উৎকৰ্ষ সাধনত সহায় কৰিব।

    দীপাংকৰ কৌশিকে পৰিচালনা কৰা এই কুইজ প্ৰতিযোগিতাত মুঠ ১৪টা দলে অংশগ্ৰহণ কৰে।

    স্থানদলৰ নামসদস্যসকল
    প্ৰথমঅসমীয়া প্ৰতিদিনউৎপল কুমাৰ দাস, বিদ্যুৎ কুমাৰ শৰ্মা, দিলীপ কুমাৰ শৰ্মা
    দ্বিতীয়দৈনিক জনমভূমিদীপক চক্ৰৱৰ্তী, জয়ন্ত ফুকন, অংকুৰজ্যোতি শৰ্মা
    তৃতীয়আকাশবাণী গুৱাহাটীনিভাৰাণী ৰায়, ইন্দ্ৰজিৎ দাস, দেৱাশীষ ৰাজকুমাৰ

    চূড়ান্ত পৰ্যায়ৰ অন্য তিনিটা দল:

    • চতুৰ্থ স্থান: এন কে টিভি প্লাছ (ৰাকেশ হালৈ, পাৰ্থপ্ৰতিম শৰ্মা, মানস গোস্বামী)
    • পঞ্চম স্থান: NEWS18 অসম NORTH EAST (শুভম গোস্বামী, মৃদুপৱন বৰা, দীপাংকৰ দত্ত)
    • ষষ্ঠ স্থান: নৰ্থ-ইষ্ট নাও (কল্পজ্যোতি শইকীয়া, অঞ্জুমান ভৰদ্বাজ)
    নৰ্থ ইষ্ট নাও নিউজ, অসমীয়া

    নৰ্থ ইষ্ট নাও নিউজ, অসমীয়া

    নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

    Stay Connected

    • 117k Fans

    Recent News

    বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

    বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

    June 25, 2026 5:47 pm
    গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

    গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

    June 25, 2026 5:35 pm
    পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

    পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

    June 25, 2026 5:25 pm
    বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

    বিটিএছ তাৰকা জংকুকৰ ঘৰত ১৩৩ বাৰ বেল বজালে এগৰাকী মহিলাই : শাস্তি হিচাপে দেশান্তৰ কৰাৰ পৰিকল্পনা চৰকাৰৰ

    June 25, 2026 5:11 pm

    Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

    Follow Us

    Our Properties

    • ⚪ NORTHEAST NOW
    • ⚪ NORTHEAST JOBS
    • ⚪ NORTHEAST TENDERS

    Recent News

    বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

    বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

    June 25, 2026 5:47 pm
    গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

    গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

    June 25, 2026 5:35 pm
    • About
    • Copyright
    • Privacy Policy
    • Authors
    • Grievance Redressal
    • Contact

    © 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

    No Result
    View All Result
    • মুখ্যপৃষ্ঠা
    • নৰ্থ-ইষ্ট
      • অৰুণাচল
      • অসম
      • ছিকিম
      • ত্ৰিপুৰা
      • নাগালেণ্ড
      • মণিপুৰ
      • মিজোৰাম
      • মেঘালয়
    • দেশ
    • আন্ত: ৰাষ্ট্ৰীয়
    • অভিমত
    • ক্ৰীড়া
    • সাময়িকী
      • ৰাজনীতি
      • বাণিজ্য
      • শিক্ষা
    • জীৱনশৈলী
      • দিহা-ভৰসা
    • প্ৰাসংগিক প্ৰশ্ন
    • স্বাস্থ্য
    • অন্যান্য
      • ভাষা-সাহিত্য
      • সংস্কৃতি
      • মনোৰঞ্জন
      • প্ৰযুক্তি
      • বিজ্ঞান-প্ৰযুক্তি

    © 2025 - Maintained by EZEN Software & Technology Pvt. Ltd