• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰকৃতিৰ অমূল্য উপহাৰ: থেকেৰা খোৱাৰ উপকাৰিতা

এন ই  নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 14, 2025 6:45 am
60
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ থলুৱা খাদ্য আৰু বনৌষধিৰ তালিকাত ‘থেকেৰা‘ (ইংৰাজীত Garcinia) এবিধ অতিকে জনপ্ৰিয় আৰু উপকাৰী ফল। ইয়াৰ টেঙা সোৱাদে অসমীয়া ব্যঞ্জনত এক বিশেষ জুতি দিয়ে, কিন্তু কেৱল সোৱাদেই নহয়, ইয়াৰ আছে বহুতো ঔষধি গুণ যিয়ে শৰীৰক বিভিন্ন ৰোগৰ পৰা সুৰক্ষা দিয়ে। বৰ্তমান সময়ত কুঁজি থেকেৰা (Garcinia cowa) আৰু বৰ থেকেৰা (Garcinia pedunculata) দুয়োবিধেই বহুলভাৱে ব্যৱহৃত হয়।

১. পেটৰ সমস্যাত মহৌষধ

Apply Now

থেকেৰা পেটৰ বাবে এক মহৌষধস্বৰূপ। পুৰণি কালৰ পৰাই ইয়াৰ ব্যৱহাৰ প্ৰচলিত।

গ্ৰহণী আৰু কোষ্ঠকাঠিন্য: দীৰ্ঘদিনীয়া সঞ্চিত গ্ৰহণী (Chronic Dysentery), কোষ্ঠকাঠিন্য (Constipation), পেট কামোৰণি আৰু পেটৰ গুৰগুৰণিৰ দৰে সমস্যাত থেকেৰা অতি উপকাৰী।

ব্যৱহাৰৰ পদ্ধতি: দুই এচকল পুৰণি থেকেৰা এগিলাছ পানীত অলপ তালমিছিৰি দি ৰাতি তিয়াই থৈ পুৱা খালী পেটত চেকি খালে পেটৰ ৰোগ নিৰাময় হয়।

২. উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক

উচ্চ ৰক্তচাপ (High Blood Pressure) ৰোগীৰ বাবে থেকেৰা বৰ উপকাৰী। নিয়মীয়াকৈ থেকেৰাৰ চৰবত সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় হয়।

৩. ওজন হ্ৰাসত সহায়

যিসকলে ওজন কমাবলৈ বিচাৰে, তেওঁলোকৰ বাবে থেকেৰা এক প্ৰাকৃতিক বিকল্প।

হাইড্ৰক্সিচাইট্ৰিক এচিড (HCA): থেকেৰাত থকা হাইড্ৰক্সিচাইট্ৰিক এচিড (Hydroxycitric Acid – HCA)-এ শৰীৰৰ মেদ (চৰ্বী) কমোৱাত সহায় কৰে বুলি জনা যায়।

বজাৰত উপলব্ধ চিমপ্লেমেণ্ট বা পাউদাৰ গ্ৰহণ কৰাতকৈ এই থলুৱা টেঙা ফলবিধ অধিক লাভদায়ক হ‘ব পাৰে।

৪. ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি

থেকেৰাত প্ৰচুৰ পৰিমাণে ভিটামিন-চি (Vitamin C) আৰু অন্যান্য এন্টিঅক্সিডেন্ট থাকে।

এই উপাদানে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (Immunity) বৃদ্ধি কৰে।

চৰ্দি, কাহ বা শ্বাসজনিত ৰোগতো ই উপকাৰী।

৫. অন্যান্য গুৰুত্বপূৰ্ণ উপকাৰিতা

প্ৰসাৱৰ সমস্যা: প্ৰসাৱ জ্বলা-পোৰা কৰা, সঘনাই প্ৰসাৱ হোৱা বা প্ৰসাৱৰ সংক্ৰমণজনীত ৰোগত পুৰণি কুঁজি থেকেৰা মহৌষধস্বৰূপ।

যকৃতৰ সমস্যা: ফেটি লিভাৰ (Fatty Liver) সমস্যাত ইয়াৰ চৰবত সেৱন কৰিলে উপকাৰ পোৱা যায়।

শৰীৰ শোধন: ই শৰীৰত জমা হোৱা অপকাৰী টকচিন্স (Toxins) বা বৰ্জিত পদাৰ্থ নিষ্কাশন কৰি শৰীৰ শোধন কৰাত সহায় কৰে।

সৌন্দৰ্য বৰ্ধন: ই ছালৰ সৌন্দৰ্য বঢ়োৱাতো সহায় কৰে।

এন ই  নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

‘ডিৰেক্টৰ অফ ক্ৰিকেট’ হ’বলৈ আগবাঢ়িছে ভিভিএছ লক্ষ্মণ; নতুন ভূমিকাত কি হ’ব তেওঁৰ দায়িত্ব?

August 14, 2026 2:44 pm
‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

‘দেশত বৃহৎ পৰিৱৰ্তনৰ প্ৰয়োজন’, স্বাধীনতা দিৱসৰ পূৰ্বে ‘শান্তিপূৰ্ণ বিপ্লৱ’ৰ আহ্বান সোণম ৱাংচুকৰ

August 14, 2026 12:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

বানপানীক লৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ চিপিআই(এম)-ৰ : উজনিৰ বানক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা কৰাৰ দাবী

August 14, 2026 5:30 pm
সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

সুদীৰ্ঘ ৩৫ বছৰৰ অপেক্ষাৰ অন্ত! গ্ৰেপ্তাৰ ১৯৯১ চনৰ জম্মু ৰেল ষ্টেচন বিস্ফোৰণৰ মূল অভিযুক্ত

August 14, 2026 3:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd