• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

তাপে দহিছে জীৱন! ভাত-ৰুটীতকৈও অধিক দামত বিক্ৰী হৈছে বৰফ 

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 29, 2024 6:22 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকাৰ দেশ মালিত প্ৰচণ্ড গৰমে সৃষ্টি কৰিছে অভিলেখৰ। দেশখনৰ কিছুমান অঞ্চলত অত্যধিক গৰমৰ বাবে গাখীৰ আৰু ৰুটিতকৈও অধিক মূল্যত বিক্ৰী হৈছে বৰফ।

দেশখনৰ ৰাজধানী বামাকোৰ ফাটোমা যত্তৰা নামৰ এজন ১৫ বছৰীয়া কিশোৰে গৰম সহ্য কৰিব নোৱাৰি এখন স্থানীয় দোকানৰ পৰা বৰফ কিনিবলৈ আহিছিল। দীৰ্ঘদিন ধৰি বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ বাবে ফাটোমাৰ ঘৰৰ ফ্ৰীজটোৱে কাম কৰা নাছিল। যাৰ বাবে তেওঁ বৰফৰ টুকুৰা ক্ৰয় কৰিবলৈ গৈছিল।

Apply Now

উল্লেখ্য যে দেশখনৰ শক্তি কোম্পানীয়ে ক্ৰমবৰ্ধমান চাহিদাৰ লগত খাপ খুৱাবলৈ ব্যৰ্থ হোৱাৰ বাবে যোৱা এছবৰ ধৰি দেশখনৰ বিভিন্ন অঞ্চলত বিদ্যুৎ সেৱা বন্ধ হৈ আছে। আনহাতে দাৰিদ্ৰতাৰ লগত যুঁজি থকা দেশবাসীয়ে জেনেৰেটৰ ব্যৱহাৰ কৰাৰ কথাও ভাবিব নোৱাৰে। যাৰ ফলত এনে প্ৰচণ্ড গৰমত বিজুলী পাংখাও ব্যৱহাৰ কৰিব পৰা নাই তেওঁলোকে।

ইফালে দেশখনৰ ইৰিমাদিয়ো জিলাৰ এগৰাকী যুৱতী সোমাইলা মাইগাই কয়, ‘আমি সঁচাকৈয়ে কষ্ট পাইছো। ৰাতি তাপমাত্ৰা ৪৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হয়। অত্যন্ত গৰমত টোপনি নাহে। বৰ অসহ্যকৰ। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ মাজে মাজে শৰীৰত পানী ঢালি থাকিব লাগে।’

উল্লেখ্য যে যোৱা মাৰ্চ মাহৰ পৰা মালিৰ বেছিভাগ ঠাইতে তাপমাত্ৰাই ৪৮ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। তীব্ৰ গৰমৰ বাবে ইতিমধ্যে ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বৃদ্ধ আৰু শিশুসকলে ভয়ংকৰ স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজ দিব লগা হৈছে। 

দেশখনৰ বামাকো ইউনিভাৰ্চিটি হাস্পতালত কৰ্মৰত অধ্যাপক ইয়াকুবা টোলোবাই কৈছে, ‘ ডিহাইড্ৰেচনৰ বাবে ইয়াত প্ৰতিদিনে প্ৰায় ১৫ জন ৰোগীক ভৰ্তি কৰা হয়।’

অতিমাত্ৰা গৰমৰ বাবে বন্ধ কৰি দিয়া হৈছে দেশখনৰ বিদ্যালয়সমূহ। 

ৱৰ্ল্ড ৱেদাৰ এট্ৰিবিউচন (WAA)ৰ বিজ্ঞানীসকলে এই সম্পৰ্কত কয় যে অতি বেছি উষ্ণতাৰ বাবে মানৱসৃষ্ট জলবায়ু পৰিৱৰ্তন দায়ী।

বতৰ বিজ্ঞানৰ প্ৰতিবেদন অনুসৰি অহা কেইসপ্তাহমান এই দেশখনৰ তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছতকৈ অধিক হ’ব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd