• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শহুৰেকক মদ খুৱাই শাহুৰেকক পলুৱাই নিলে জোৱায়েকে

তুন বছৰৰ প্ৰাকক্ষণত জোৱাই আৰু শহুৰে মিলি কৰে দেশীয় সুৰাৰ গলাধকৰণ।  সিদিনা টেঙৰ নাৰায়ণে খুব কম মদ খালেও নাৰায়ণে শহুৰেকক ডিঙিলৈকে খুৱাই দিয়ে মদ। জোৱায়েকে মৰমতে ডিঙিলৈকে খোৱাই দিয়া সুৰাৰ নিচাত অজ্ঞান হৈ পৰে শহুৰেক।  সেই সুযোগতেই জোৱাই নাৰায়ণে পলুৱাই লৈ যায় শাহুৰেকক।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2023 10:13 am
110
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ ৰাজস্থানত সংঘটিত হৈছে এই ঘটনা। ৰাজস্থানৰ এগৰাকী  ২৭ বছৰীয়া ব্যক্তি প্ৰেমত পৰে নিজৰ ৪০ বছৰীয়া শাহুৱেকৰ ।  অৱশেষত শেষ সিদ্ধান্ত। পলুৱাই লৈ যায় নিজৰে পত্নীৰ মাকক।

খবৰ অনুসৰি শেহতীয়াকৈ এজন ব্যক্তিয়ে ৰাজস্থানৰ ছিৰোহীৰ আনদৰা থানা অঞ্চলৰ নাৰায়াণ স্বামী নামৰ ব্যক্ত গৰাকীলৈ বিয়া দিয়ে নিজৰ কন্যাক। তেতিয়াৰ পৰাই নাৰায়ণ স্বামী তেখেতৰ ঘৰলে পত্নীৰে সৈতে অহা যোৱা কৰি থাকে।

কিন্তু এই অহা-যোৱাবোৰৰ মাজতে নাৰায়ণৰ শাহুৱেকৰ লগত গোপনে গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্কৰ। কোনেও তলকিব নোৱাৰাকৈয়ে দীৰ্ঘদিন নিজৰ পত্নী আৰু শহুৰেকৰ চকুত ধূলি দি নাৰায়ণে শাহুৰেকৰ লগত চলাই থাকে প্ৰেম।

যোৱা ৩০ ডিচেম্বৰত পুনৰ শহুৰেকৰ ঘৰলৈ ফুৰিবলৈ আহে নাৰায়ণ। নতুন বছৰৰ প্ৰাকক্ষণত জোৱাই আৰু শহুৰে মিলি কৰে দেশীয় সুৰাৰ গলাধকৰণ।  সিদিনা টেঙৰ নাৰায়ণে খুব কম মদ খালেও নাৰায়ণে শহুৰেকক ডিঙিলৈকে খুৱাই দিয়ে মদ। জোৱায়েকে মৰমতে ডিঙিলৈকে খোৱাই দিয়া সুৰাৰ নিচাত অজ্ঞান হৈ পৰে শহুৰেক।  সেই সুযোগতেই জোৱাই নাৰায়ণে পলুৱাই লৈ যায় শাহুৰেকক।

কেইঘণ্টামান পিছত মদৰ নিচাত ফটাত শহুৰেকে দেখে যে ঘৰত নিজৰ পত্নী আৰু জোৱাই নাই। সোধা-পোছাত তেওঁ গম পায় যে তেওঁৰ পত্নী জোঁৱায়েকৰ সৈতে পলাই গৈছে।

জোৱাই আৰু পত্নীৰ কৰ্মকাণ্ডত পুনৰ অচেতন হৈ পৰে নাৰায়ণৰ শহুৰেক। অৱশেষত আনদৰা থানাত দুয়োৰে বিৰুদ্ধে গোচৰ ৰুজু কৰে ভুক্তভোগী শহুৰেকে।

Recent News

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd