DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাভা হাছঙত বঙহৰ যুঁজ! ভূমিপুত্ৰৰ সংগঠনসমূহৰ মাজত তীব্ৰতৰ হৈ উঠিছে মতানৈক্য

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
March 15, 2022 3:15 pm
Rabha Hasang

ফটো: নৰ্থইষ্ট নাও।

131
VIEWS
Share on FacebookShare on Twitter

বঙহৰ জুইয়ে দহিছে ৰাভা হাছঙক ৷ অভিযোগ-প্ৰত্যাভিযোগেৰে আক্ৰমণ- প্ৰত্যাক্ৰমণ চলিছে ৰাভা ভূমিপুত্ৰৰ মাজত। ৰাভা হাছং পৰিষদ এলেকাত থকা ৰাভা জাতীয় সংগঠন ক্ৰমে নিখিল ৰাভা ছাত্ৰ সন্থা, ষষ্ঠ অনুসূচী দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰিষদ বনাম ৰাভা জাতীয় যুৱ পৰিষদৰ মাজত মতানৈক্য এতিয়া তীব্ৰতৰ হৈ উঠিছে ৷

উল্লেখ্য যে, কেইদিনমান পূৰ্বে ৰাভা জাতীয় যুৱ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰফুল্ল ৰংখৰ বাসগৃহত মাজনিশা কোনো দুস্কৃতিকাৰীয়ে আক্ৰমণ চলাই বাহন সহ গৃহৰো ক্ষতিগ্ৰস্ত কৰিছিল।

তাৰ পিছতে ভুক্তভোগীয়ে কৃষ্ণাই থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰত ভুক্তভোগী প্ৰফুল্ল ৰংখই আৰছু আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ লগত জৰিত কেইগৰাকীমান যুৱকক অভিযুক্ত কৰি নামো উল্লেখ কৰিছিল।

লগতে পঢ়ক: সমুখ-সমৰত পুটিন-এলন মাস্ক! পুটিনক একক যুঁজৰ প্ৰত্যাহ্বান এলন মাস্কৰ

এই সম্পৰ্কত আৰছু, ষষ্ঠ অনুসুচী দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰিষদে যোৱা ১১ মাৰ্চত ৰাভা জাতীয় যুৱ পৰিষদৰ সাধাৰণ সম্পাদক প্ৰফুল্ল ৰংখৰ বাসগৃহ আৰু বাহন ধ্বংস কৰা ঘটনাত ৰাভা জাতীয় সংগঠন তিনিটা আৰু সদস্য কোনোপধ্যে জৰিত নহয় বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে স্পষ্ট কৰি দিয়ে৷

কিন্তু ইয়াৰ পিছতে এইবাৰ পুনৰ জাঙুৰ খাই উঠিছে ৰাভা জাতীয় যুৱ পৰিষদ। এক সংবাদমেল যোগে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংগঠনটোৱে  কয় যে “ৰাভা জাতীয় যুৱ পৰিষদৰ উত্থানত শংকিত হোৱাৰ লগতে পৰিষদীয় নিৰ্বাচনত ৰাভা জাতীয় যুৱ পৰিষদে নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ভাবিছে আৰু ৰাভা হাছঙৰ একাংশৰ কাঁহীত সাজি থোৱা ভাত খোৱাৰ ভয়তে বাৰম্বাৰ ৰাভা জাতীয় যুৱ পৰিষদৰ নেতা-কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে !”

লগতে পঢ়ক: আজি আৰম্ভ হ’ল হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা; কলিয়াবৰতো সুকলমে অনুষ্ঠিত হ’ল পৰীক্ষা

ৰাভা জাতীয় সংগঠন কেইটাই যুৱ পৰিষদৰ নেতা প্ৰফুল্ল ৰংখক মানসিক বিকাৰগ্ৰস্ত, জাতিদ্ৰোহী বুলি কৈছিল। ইয়াৰ প্ৰত্যুত্তৰ দি ৰাভা জাতীয় যুৱ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদকে কয়,’’আমাৰ জনপ্ৰিয়তাত তেওঁলোকেহে মানসিক ভাবে ভাগি পৰিছে আৰু আক্ৰমণৰ দৰে কাম বোৰ কৰিবলৈ লৈছে ৷”

এনে অভিযাগ-প্ৰত্যাভিযোগৰ বাবেই আগন্তুক দিনত ৰাভা হাছঙৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ দিশে আগবাঢ়িছে। 

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd