• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাম্ৰাজ্য বিস্তাৰৰ অপ্ৰতিৰোধ্য গতি! ৰিণিকি ভূঞা শৰ্মাৰ মাটিৰ দাম বৃদ্ধিৰ স্বাৰ্থত সলনি কলিয়াবৰৰ ফ’ৰলেনৰ দিশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2025 11:29 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰীৰ পত্নীৰ স্বাৰ্থত আৰু কি কি নীতি সলনি হ’ব অসমত? এইবাৰ প্ৰেক্ষাপটত ৰিণিকি ভূঞা শৰ্মা আৰু চাৰিলেন পথৰ প্ৰসংগ।কলিয়াবৰ তিনিআলিৰপৰা নুমলীগড়ৰ মাজৰ ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিকল্প পথেৰে নিৰ্মাণ কৰা সিদ্ধান্তক লৈ গৰজি উঠিছে ফ‘ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নির্মাণ দাবী সমিতি। চাৰিলেনযুক্ত পথৰ দিশ সলনিক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল হোৱাৰ মাজতে বৃহস্পতিবাৰে দাবী সমিতিয়ে প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ স্বাৰ্থতে প্ৰস্তাৱিত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশ সলনি কৰা বুলি বিস্ফোৰক তথ্য সদৰী কৰে। দাবী সমিতিৰ সভাপতি মিনু শইকীয়া, সম্পাদক প্রদীপ লস্কৰৰ উপস্থিতিত প্রাদেশিক মহিলা সমিতিৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজনবিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাই কয় যে প্ৰস্তাৱিত ৭১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো যি নতুন দিশেৰে নিবলৈ বিচৰা হৈছে সেই দিশত বহুখিনি প্ৰভাৱশালী ৰাজনীতিবিদ আৰু আমোলাই মাটি ক্ৰয় কৰিছে।

অসমীয়া দৈনিক সংবাদপত্ৰ অসমীয়া প্ৰতিদিনত প্ৰকাশিত বাতৰি অনুসৰি- প্রস্তাৱিত নতুন বিকল্প পথৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে প্রাইড ইষ্ট ইষ্ট এণ্টাৰটেইনমেণ্টৰ পৰিচালন সঞ্চালক তথা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শর্মা। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই উক্ত অঞ্চলত কিছুবছৰ পূৰ্বে ক্ৰয় কৰিছে ১০৬ বিঘা ভূমি। এই ভূমিৰ দাম বৃদ্ধিৰ বাবেই এতিয়া ষড়যন্ত্রমূলকভাৱে ৰাষ্ট্ৰীয় ঘাইপথটো নতুন বিকল্প পথেৰে নিবলৈ বিচৰা হৈছে বুলি সংবাদমেলত ব্যক্ত কৰে জ্যেষ্ঠ অধিবক্তা হাজৰিকাই।

Apply Now

সংবাদমেলত আন কেতবোৰ গুৰুতৰ তথ্য দাঙি ধৰি জ্যেষ্ঠ অধিবক্তা হাজৰিকাই কয় যে কলিয়াবৰ তিনিআলিৰ পৰা নতুনকৈ বিকল্প পথ নিৰ্মাণ কৰি কুঁৱৰীটোল, হাটবৰ আৰু জখলাবন্ধা অঞ্চলক সম্পূর্ণ এলাগী কৰি সেই অঞ্চলৰ ব্যৱসায়ী আৰু বাসিন্দাসকলক চৰকাৰে আৰ্থিক দুৰ্যোগৰ ফালে ঠেলি দিছে। এইক্ষেত্রত দাবী সমিতিৰ ফালৰ পৰা জৰীপ চলোৱাৰ কথা উল্লেখ কৰি জ্যেষ্ঠ অধিবক্তা হাজৰিকাই কয়- ‘সমগ্র অঞ্চলটোৰ ৯১.২২ শতাংশ ব্যৱসায়ীয়ে জনায় যে তেওঁলোকৰ অধিকাংশৰ জীৱন-জীৱিকা নিৰ্ভৰ কৰে ঘাইপথৰ যাত্ৰী আৰু যান-বাহনৰ ওপৰত। এনেদৰে ৯৫.৬৪ শতাংশ ব্যৱসায়ীয়ে জনায় যে নতুন বিকল্প পথ নির্মাণ আৰু সেই ঠাইসমূহ এলাগী কৰাত চৰকাৰে তেওঁলোকৰ পৰা কোনোধৰণৰ মত লোৱা নাই। এশ শতাংশ ব্যৱসায়ীয়ে মতপোষণ কৰে যে এনে পদক্ষেপে তেওঁলোকৰ ব্যৱসায় সম্পূর্ণৰূপে ধ্বংস কৰিব।’

তেওঁ পুনৰ কয় যে প্ৰস্তাৱিত নতুন বিকল্প পথ সম্পূর্ণ চৈধ্য কিলোমিটাৰ দৈৰ্ঘৰ হ‘ব। নতুন বিকল্প পথ নির্মাণত অতিৰিক্ত যিমান ধন ব্যয় হ’ব, তাতকৈ বৰ্তমানৰ পথ উন্নীতকৰণেৰে বহু কম খৰচতে এটা ভাল পথ নির্মাণ হ’ব আৰু স্থানীয় বাসিন্দাসকলো আর্থিক দুৰ্গতিৰ পৰা ৰক্ষা পৰিব। কিন্তু নতুন বিকল্প পথ নির্মাণত প্রাকৃতিক পৰিবেশ বেয়াকৈ বিনষ্ট হ’ব। কিয়নো এই পথ ‘হস্তী দণ্ডী’ৰ মাজেৰে যাব, যাৰ ফলত হাতী-মানুহৰ সংঘাত বৃদ্ধি পাব বুলি ব্যক্ত কৰে ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

শ্বেয়াৰ বজাৰত বিশাল পতন, হোৰহোৰাই নামি গ’ল চেন্সেক্স! নিমিষতে অন্তৰ্ধান ৯ লাখ কোটি টকা

October 1, 2026 8:28 pm
বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

বান সাহায্যৰ প্ৰতিশ্ৰুতি ভংগ: ২ অক্টোবৰৰ পৰা অখিল গগৈৰ অনিশ্চিতকালীন আন্দোলনৰ ঘোষণা

October 1, 2026 7:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

হিন্দু ধৰ্ম আৰু হিন্দুত্ব (বহুত্ববাদী ধৰ্মীয় দৰ্শন, আৰু বৰ্জনৰ ৰাজনীতি)

October 2, 2026 6:45 am
শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

শ্বুটিং ফ্ল’ৰত দুৰ্ঘটনাৰ বলি জনপ্ৰিয় অভিনেত্ৰী; চিকিৎসালয়ত ভৰ্তি, এতিয়া কেনে আছে নায়িকাগৰাকী?

October 1, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd