• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰষুণক নেওচি চাহ শ্ৰমিকৰ প্ৰতিবাদ; তাৰ মাজতে ডলু চাহ বাগিছাত চলিল প্ৰশাসনৰ বুলডজাৰ

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
May 12, 2022 4:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে নিশাৰে পৰা বৃহস্পতিবাৰলৈকে বৰষুণত তিতি তিতি এখন বিশেষ বাগিছাৰ শ্ৰমিকে প্ৰতিবাদ কৰিছে। শিলচৰৰ ডলু চাহ বাগিছাৰ মইনাগড় সংমণ্ডলত দুই সহস্ৰাধিক শ্ৰমিকে এনেদৰে একেলগে প্ৰতিবাদ কৰিলে কাছাৰ প্ৰশাসনৰ বিৰুদ্ধে।

তাৰ মাজতে আৰক্ষী-অৰ্দ্ধ সামৰিক বাহিনী মোতায়েন কৰি তথা বুধবাৰে নিশাৰ পৰা ১৪৪ ধাৰা জাৰি কৰি ডলু চাহ বাগিছাৰ চাহ গছ এফালৰ পৰা উভালিবলৈ আৰম্ভ কৰিলে কাছাৰ জিলা প্ৰশাসনে। তাৰ মাজতে নিজৰ জীৱনৰ প্ৰতি নামি অহা আশংকাৰ উমান পাই বাগিছাখনৰ শ্ৰমিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনা ৩ শতাধিক এক্সকেভেটৰ, বুলডজাৰেৰে চাহ বাগিছাত উচ্ছেদ চলালে। উদ্দেশ্য এটাই সেয়া হ’ল চাহ বাগিছাৰ মাটিত গ্ৰীণফিল্ড বিমান বন্দৰ স্থাপন কৰিব ৰাজ্য চৰকাৰে।  

Apply Now

আজি পুৱাৰ ভাগত আৰক্ষী-প্ৰশাসনেৰে সামান্য হতাহতি হয় চাহ শ্ৰমিকসকলৰ। আৰক্ষীৰ ভৰিত ধৰি চাহগছ ধ্বংস নকৰিবলৈ কাতৰ আহ্বান জনায় চাহ শ্ৰমিকসকলে।

উল্লেখযোগ্য যে, বৰাক উপত্যকাৰ শিলচৰৰ নিচেই কাষত অৱস্থিত ডলু চাহ বাগিছাৰ মইনাগড় সংমণ্ডলত ৰাজ্য চৰকাৰে ৮০০ একৰতকৈ অধিক ভূমিত গ্ৰীণফিল্ড বিমান বন্দৰ নিৰ্মাণৰ বাবে যো-জা চলাইছে।

ইপিনে, চাহ বাগিছাৰ ভূমিৰ বিপৰীতে চাহগছ নথকা অন্য কোনো খালী স্থানতহে বিমানবন্দৰ স্থাপনৰ দাবী জনায় চাহ বাগিছাত কৰ্মৰত শ্ৰমিকসকলে।

প্ৰাপ্ত তথ্য অনুসৰি শিলচৰৰ কুম্ভীৰগ্ৰামত থকা বিমান বন্দৰৰ কাষৰীয়া অঞ্চলত চৰকাৰে ইচ্ছা কৰিলে সীমা বহলাব পাৰে যদিও সেয়া নকৰি বিমান বন্দৰৰ পৰা ১৫ কি:মি দূৰতহে গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ বাবে যো-জা কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে শ্ৰমিকসকল।

বাগানৰ মালিক আৰু কিছু সংগঠনে চৰকাৰৰ সৈতে মিলি চাহ বাগিছাৰ চাহ গছ থকা ভূমিত বিমান বন্দৰ নিৰ্মাণৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি গুৰুতৰ অভিযোগ তুলিছে বাগানত কৰ্মৰত শ্ৰমিকসকলে।

বিমান বন্দৰ নিৰ্মাণ হ’লে বাগানত কৰ্মৰত প্ৰায় দুহেজাৰ শ্ৰমিক কৰ্ম সংস্থাপন হেৰুওৱাৰ আশংকাত ভুগিছে। বাগান কৰ্তৃপক্ষই শ্ৰমিক সকলক ক্ষতিপূৰণ, বকেয়াৰ লগতে অন্য স্থানত সংস্থাপন দিয়া হ’ব বুলি আশ্বাস দিছে যদিও বৰ্তমানলৈকে তেওঁলোক সৈমান হোৱা নাই।

উল্লেখ্য যে, যোৱা ১৯ এপ্ৰিলত কাছাৰ জিলা প্ৰশাসন, ৰাজহ চক্ৰ বিষয়া, আৰক্ষী আৰু বাগানৰ মালিকে বিমান বন্দৰ নিৰ্মাণৰ বাবে সীমা নিৰ্দ্ধাৰণ কৰিবলৈ ডলু চাহ বাগিছাৰ মইনাগড় সংমণ্ডলত উপস্থিত হৈ সীমা নিৰ্দ্ধাৰণৰ বাবে খুঁটিও পুতিছিল।

তেনে সময়তে উক্ত স্থানত বাগানত কৰ্মৰত হাজাৰ হাজাৰ শ্ৰমিক উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। বাগানৰ শ্ৰমিকসকলে তীব্ৰ প্ৰতিবাদ কৰাৰ ফলত উক্ত স্থানৰ পৰা প্ৰশাসনৰ লোক উভটি যাবলৈ বাধ্য হয়।

ইয়াৰোপৰি, দুবাৰকৈ ৰাজহুৱা শুনানি অনুষ্ঠিত কৰি মুঠ ২৩২৮ গৰাকী চাহ শ্ৰমিকৰ স্বাক্ষৰৰে কাছাৰ জিলা প্ৰশাসনলৈ চাহ বাগিছা ধ্বংস কৰি বিমান বন্দৰ স্থাপন নকৰিবলৈ আহ্বান জনাই স্মাৰক পত্ৰও প্ৰেৰণ কৰিছিল।

কিন্তু বৰ্তমানলৈকে নিজৰ স্থিতিত অটল কাছাৰ জিলা প্ৰশাসনৰ লগতে ৰাজ্য চৰকাৰ। হাজাৰ হাজাৰ শ্ৰমিকৰ প্ৰতিবাদ আৰু কাতৰ আহ্বানেও যেন ৰখাব পৰা নাই প্ৰশাসনৰ বুলডজাৰ তথা অন্তৰ স্পৰ্শ কৰিব পৰা নাই।  

ইপিনে, চি আই টি ইউ, আই.এম.টি.এছ.ই, বি.এম.এছ নামৰ তিনিটা সংগঠন মইনাগড় সংমণ্ডলত বিমান বন্দৰ স্থাপনৰ ক্ষেত্ৰত প্ৰশাসনৰ পক্ষত থকা বুলি খবৰ ওলাইছে। ওপৰোক্ত সংগঠন কেইটাই শ্ৰমিকৰ বিপৰীতে মালিকৰ লগতহে সু-সম্পৰ্ক বজাই ৰাখে বুলি অভিযোগ উত্থাপিত হৈছে।

আনহাতে, অসম মজুৰি শ্ৰমিক ইউনিয়ন প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলৰ পক্ষত থকা বুলি জানিব পৰা গৈছে। তেওঁলোকেও ডলু চাহবাগিছাৰ মইনাগড় সংমণ্ডলৰ ভূমিত বিমানবন্দৰ স্থাপনৰ বিৰোধিতা কৰিছে।

প্ৰতিবাদকাৰী শ্ৰমিকসকলৰ দাবী মানি নল’লে তেওঁলোকে প্ৰতিবাদ অধিক উত্তপ্ত কৰাৰ হুংকাৰ দিছে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd