• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰু ১৫ দিন পাছত বন্ধ হৈ নেকি যাব PAN কাৰ্ড? লগতে ১০হাজাৰ টকাৰ জৰিমনা!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 16, 2020 12:22 pm

1 min read

pan-card-aadhar-link-1549698132-1569504645

প্ৰতিনিধিত্বমূলক ফটো।

7.6k
VIEWS
Share on FacebookShare on Twitter

যদি আপোনাৰ পানকাৰ্ড আছে আৰু আপুনি যদি এই কামটো কৰা নাই তেতিয়াহ’লে দহ হাজাৰ টকা জৰিমনা ভৰাৰ বাবে সাজু হওক।

আপুনি যদি অহা ৩০জুনৰ ভিতৰত আধাৰৰ সৈতে পানকাৰ্ড লিংক নকৰে তেতিয়াহ’লে এনে বিপদৰ বাবে সাজু থাকক।

পানকাৰ্ডৰ সৈতে আধাৰৰ লিংক কৰাৰ অন্তিম তাৰিখ হৈছে অহা ৩০ জুন।

আয়কৰ বিভাগৰ আয়কৰ আইনৰ ধাৰা ২৭২বি ৰ অধীনত এই বিষয়ে জাননী জাৰি কৰা হৈছে। জী নিউজৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

ইয়াৰ পূৰ্বে আধাৰৰ সৈতে পানকাৰ্ডৰ লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ, ২০২০ আছিল। কিন্তু কৰ’না ভাইৰাছ অতিমাৰীৰ লকডাউনৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে অন্তিম তাৰিখ ৩০জুনলৈকে বৃদ্ধি কৰিছিল।

তদুপৰি, পানকাৰ্ড বনাবলৈ আধাৰকাৰ্ড জৰুৰী কৰা হৈছে।

আয়কৰ আইনৰ মতে যদি দুয়োখন কাৰ্ড লিংক নহয় তেতিয়াহ’লে ৩০জুনৰ পাছত পানকাৰ্ড বন্ধ হৈ যাব।

আনহাতে, ইয়াৰ বাবে ১০হাজাৰ টকা জৰিমনাও আদায় কৰা হ’ব। সেয়েহে এই ১৫দিনৰ ভিতৰত পানকাৰ্ডৰ সৈতে আধাৰ কাৰ্ডৰ লিংক কৰাই ল’ব কোৱা হৈছে।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd