• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী

বাংলাদেশৰ সংসদীয় নিৰ্বাচনত আৱামী লীগৰ বিজয়ৰ ভৱিষ্যতবাণী ইক’নমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটৰ

বিশেষ সংবাদদাতা by বিশেষ সংবাদদাতা
December 18, 2018 9:48 pm
EIU
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনস্থিত ইক’নমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটে (EIU) ভৱিষ্যতবাণী কৰিছে যে চলিত বৰ্ষৰ ডিচেম্বৰৰ ৩০ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বাংলাদেশৰ সংসদীয় নিৰ্বাচনত শাসকীয় আৱামী লীগে সহজ বিজায় সাব্যস্ত কৰিব। আৱামী লীগৰ ১০ বছৰীয়া শাসনত বাংলাদেশৰ অৰ্থনীতি শক্তিশালী হোৱাৰ বাবে এয়া সম্ভৱপৰ হ’ব বুলি ইয়াত কোৱা হৈছে।

ইক’নমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটে আশা প্ৰকাশ কৰিছে যে শ্বেইখ হাছিনাৰ নেতৃত্বাধীন আৱামী লীগে এইবাৰৰ নিৰ্বাচনত জিকি তৃতীয়বাৰৰ বাবে ক্ষমতা দখল কৰিব। ইক’নমিষ্ট সংবাদপত্ৰৰ প্ৰকাশক ‘দ্য ইক’নমিষ্ট গ্ৰুপ’ৰ (The Economist Group) গৱেষণা আৰু বিশ্লেষণ শাখা ইক’নমিষ্ট ইণ্টেলিজেঞ্চ য়ুনিটে  এই কথা প্ৰকাশ কৰিছে।

Apply Now

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে আৱামী লীগৰ প্ৰশাসনৰ ভিতৰত বাংলাদেশৰ অৰ্থনৈতিক বিকাশ আৰু আৰ্থ-সামাজিক বিকাশ ত্বৰান্বিত হৈছে। এটা কাৰ্যকৰী বিৰোধী নিৰ্বাচনী অভিযান নথকা হেতুকে বিএনপি বা জাতীয় ঐক্য ফ্ৰণ্টৰ প্ৰত্যাহ্বান অতি সহজেই ওফোৰাই দিব পাৰিব।

আৰু পূৰ্বানুমান কৰা হৈছে যে দেশখনৰ অৰ্থনৈতিক বিকাশ ত্বৰান্বিত আৰু শক্তিশালী হৈ থাকিব আৰু ২০১৮/২০২২/২৩ চনত যথাৰ্থ জিডিপি বছৰি ৭.৭ শতাংশ বৃদ্ধি পাব। এয়া সম্ভৱপৰ হ’ব ব্যক্তিগত উপভোক্তা বৃদ্ধি আৰু মুঠ স্থায়ী বিনিয়োগ যথেষ্ট বৃদ্ধি হোৱাৰ বাবে এয়া সম্ভৱপৰ হ’ব বুলি কোৱা হৈছে।

এই ক্ষেত্ৰত প্ৰধান মন্ত্ৰী হাছিনাৰ খ্যাতি এটা প্ৰধান কাৰক হ’ব বুলিও কোৱা হৈছে। আৱামী লীগৰ বিজয়ে বৈদেশিক বিনিয়োগ বাহাল ৰখাৰ বাবে গুৰুত্বপূৰ্ণ হ’ব বুলি কোৱা হৈছে। কিন্তু ৰহিঙীয়াসকলক লৈ ম্যানমাৰৰ সম্পৰ্ক তিক্ত হৈ থাকিব বুলিও প্ৰতিৱেদনটোত কোৱা হৈছে।

আমেৰিকাস্থিত ইণ্টাৰনেশ্যনেল ৰিপাব্লিকান ইন্সটিটিউটেও  প্ৰধান বিৰোধী বিএনপিৰ অধ্যক্ষা খালেদা জিয়াক ২১ শতাংশ দিয়াৰ বিপৰীতে শ্বেইখ হাছিনাক ৬৬ শতাংশ অনুমোদন জনাইছে।

পাশ্চাত্যৰ আন আন প্ৰতিষ্ঠানৰ অপিনিয়ন পোলত হাছিনা আৰু তেওঁৰ দলে দেশখনৰ আগন্তুক  সাধাৰণ নিৰ্বাচনত জয়ী হোৱাৰ অধিক আশা আছে বুলি প্ৰকাশ কৰিছে।

বিশেষ সংবাদদাতা

বিশেষ সংবাদদাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd