DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৱশেষত মৃত্যুক আকোৱালি ল’লে মহানগৰীৰ গুলি চালনাৰ ঘটনাত গুৰুতৰভাৱে আহত কৰ্মচাৰীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 12, 2019 8:32 pm
Syam Sundar

মহানগৰীৰ কুমাৰপাৰাৰ গুলি চালনাত নিহত শ্যাম সুন্দৰ শৰ্মা।

806
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ কুমাৰপাৰাত অচিনাক্ত দুৰ্বৃত্তৰ গুলিত গুৰুতৰভাৱে আহত হোৱা শ্যাম সুন্দৰ শৰ্মা(৫০) নামৰ কৰ্মচাৰীজনৰ অৱশেষত মৃত্যু হয়।

বৰ্তমান গুৱাহাটীৰ কুমাৰপাৰাৰ নিৱাসী লোকজনৰ প্ৰকৃত ঘৰ ৰাজস্থানত।

কৰ্মচাৰীজনক সংকটজনক অৱস্থাত প্ৰথমে প্ৰেৰণ কৰা হৈছিল মাৰোৱাৰী মেটাৰনিটী হাস্পাতাললৈ।

তাৰ পাছত শৰ্মাক উন্নত চিকিৎসাৰ বাবে মহানগৰীৰ ছয়মাইলস্থিত জিএনআৰচিলৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়তে কৰ্মচাৰীজনৰ মৃত্যু হয়।

সন্ধিয়া প্ৰায় ৭:৩০ বজাত শৰ্মাৰ মৃত্যু হয়।

জানিব পৰা মতে বাইকত অহা দুজনীয়া দুৰ্বৃত্তই দোকানত বহি থকা অৱস্থাতে শৰ্মাক গুলিয়াই থৈ যায়।

গুলি চালনাৰ ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন দুই দুৰ্বৃত্তই পলায়ন কৰে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ ভৰলু আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

গুলিচালনাৰ ঘটনাক লৈ কুমাৰপাৰাত চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে ।

বৰ্তমানলৈকে কি কাৰণত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীজনক গুলিয়ালে সেয়া বৰ্তমানো ৰহস্যৰ আৱৰ্তত আছে।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd