• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতি কিলোগ্ৰামৰ দাম ৮৫ হাজাৰ টকা! সোণতকৈ চৰা বিশ্বৰ আটাইতকৈ দামী এই পাচলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2022 12:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

The most expensive vegetable in the world আমি সাধাৰণতে ১ কিলোগ্ৰাম পাচলিৰ দামৰ কথা ভাবিলে মনলৈ অহা ধাৰণাটো কিমান হ’ব পাৰে? যদি কোনো পাচলিৰ দাম প্ৰতি কিলোগ্ৰামত ৮৫ হাজাৰ টকা  হয়, তেন্তে আপুনি আচৰিত হোৱাই নহয় সেই পাচলিবিধৰ বিষয়ে জানিবলৈও আগ্ৰহী হৈ পৰিব। অৱশ্যে এই পাচলি দৈনিক ব্যৱহাৰ কৰা নহয়। কিয়নো ই যিমান ব্যয়বহুল সিমানেই বিৰলো।

‘হপ শ্বুটছ’ (Hop shoots) নামৰ এই পাচলিবিধক বিশ্বৰ আটাইতকৈ ব্যয়বহুল পাচলি হিচাপে চিহ্নিত কৰা হৈছে।

Apply Now

এই পাচলি ইউৰোপীয় দেশসমূহত পোৱা যায়। আকাৰত সৰু যদিও ভাৰতীয় মুদ্ৰাত ইয়াৰ মূল্য ইমান বেছি যে সেই টকাৰে সোণ ক্ৰয় কৰিব পাৰি। কিন্তু এই পাচলিৰ মূল্য ইমান আকাশচুম্বী কিয়?

লগতে পঢ়ক: সৰুকালত হনুমান বুলি পূজা কৰা ললিত আক্ৰান্ত এক বিৰল ৰোগত; চিকিৎসকে কি কয়?

মুখ্যতঃ দুটা কাৰণত এই পাচলি ব্যয়বহুল হৈ পৰিছে। প্ৰথমতে এই পাচলিৰ খেতি কৰা সহজ নহয়। আন পাচলিৰ বিপৰীতে ইয়াৰ ব্যাপক হাৰত খেতি কৰা নহয়।  যথেষ্ট সময় আৰু যত্ন লৈ ইয়াৰ গছডাল ডাঙৰ কৰিব লাগিব। তদুপৰি, প্ৰতি তিনি বছৰত ইয়াৰ উৎপাদন আশা কৰা হয়। তাৰ আগতে গছডাল ডাঙৰ আৰু উৎপাদনশীল কৰিবলৈ যথেষ্ট অহোপুৰুষাৰ্থ কৰিবগীয়া হয়। যিহেতু খেতি কৰাটো কঠিন, গতিকে পাচলিৰ দামো বাঢ়ি যায়।

দ্বিতীয়তে, এই পাচলিৰ ভেষজ গুণাগুণ আশ্চৰ্যজনক। অৰ্থাৎ এই গছৰ প্ৰতিটো অংশ ব্যৱহাৰ কৰিব পাৰি। গছৰ ফুলবোৰ বিয়েৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও এই গছৰ কিছু অংশ চালাডৰ সৈতেও ব্যৱহাৰ কৰিব পাৰি। লগতে দৰৱ তৈয়াৰ কৰাত ইয়াৰ গুৰুত্ব অপৰিসীম।

এই উদ্ভিদৰ বিভিন্ন অংশ হজমৰ সমস্যাৰ পৰা ছালৰ সমস্যালৈকে বহুতো দৰৱ, ভাগৰ উপশম কৰাৰৰ দৰৱ, টোপনিৰ সমস্যা আঁতৰাবলৈ দৰৱ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। সেইকাৰণে এই পাচলিৰ চাহিদাও বেছি। কম উৎপাদন আৰু উচ্চ চাহিদাৰ বাবে এই পাচলিৰ মূল্যও মহঙা।

লগতে পঢ়ক: বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভাৰতত ইয়াৰ খেতি কৰা নহয়। সেয়েহে ভাৰতীয় মুদ্ৰাত এই পাচলিৰ মূল্য প্ৰতি কিলোগ্ৰামত প্ৰায় ৮৫ হাজাৰ টকালৈ বিক্ৰী হয়। অৱশ্যে এই পাচলি কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ব্যয়বহুল। ই কম উপলব্ধ হোৱাৰ লগতে এডাল গছতে বহুগুণৰ সমাহাৰ ঘটিছে। সেয়েহে, এই হোপ-শ্বুটক বিশ্বৰ আটাইতকৈ ব্যয়বহুল পাচলি বুলি চিহ্নিত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd