DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, December 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কামে কি কৰে, নামেহে ৰাজনীতি তৰে! আকৌ সলনি হ’ব উত্তৰ প্ৰদেশৰ এখন ঠাইৰ নাম

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 8, 2023 10:41 am
614
VIEWS
Share on FacebookShare on Twitter

বিজেপি শাসিত উত্তৰ প্ৰদেশত অব্যাহত আছে ‘নাম সলনিৰ ৰাজনীতি’। 

এইবাৰ উত্তৰ প্ৰদেশৰ আলীগড় নামৰ ঠাইক হৰিগড়লৈ পৰিৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছে উত্তৰ প্ৰদেশ চৰকাৰে।

ইতিমধ্যে ঠাইখনৰ নাম সলোৱাৰ প্ৰস্তাৱ গৃহীত হৈছে আলিগড় পৌৰসভাত। পৌৰসভাৰ কাউন্সিলাৰসকলে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত কৰিছে। 

উল্লেখ্য যে যোগীৰ শাসনৰ কালছোৱাত এলাহাবাদক প্ৰয়াগৰাজলৈ, মোগলচৰাইক দীনদয়াল উপাধ্যায় নগৰলৈ, ফিৰোজাবাদক চন্দ্ৰনগৰলৈ নাম সলনি কৰা হৈছিল। 

এইদৰেই যোগী প্ৰশাসনে আন এখন সুপৰিচিত স্থানৰ নাম সলনি কৰিবলৈ ওলাইছে। বিগত বিধানসভা নিৰ্বাচনৰ সময়ত আলিগড়ৰ নাম সলনিৰ ইংগিত পোৱা গৈছিল। এতিয়া ই বাস্তৱত পৰিণত হ’বলৈ গৈ আছে। 

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, সোমবাৰে বিজেপিৰ কাউন্সিলাৰ সঞ্জয় পণ্ডিতে পৌৰসভাত আলিগড়ৰ নাম সলনি কৰাৰ প্ৰস্তাৱ দাখিল কৰে। পৌৰসভাৰ কাউন্সিলাৰসকলে সৰ্বসন্মতিক্ৰমে এই প্ৰস্তাৱ গৃহীত কৰে। 

এই প্ৰস্তাৱ গৃহীত কৰাৰ পিছত আলিগড় পৌৰসভাৰ মেয়ৰ প্ৰশান্ত সিংঘালে কয়, “আলিগড়ৰ নাম হৰিগড়লৈ সলনি কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। পৌৰসভাৰ সকলো কাউন্সিলাৰে এই প্ৰস্তাৱ সমৰ্থন কৰিছে। এইবাৰ প্ৰস্তাৱ প্ৰশাসনলৈ প্ৰেৰণ কৰা হ’ব। আশাকৰোঁ তেওঁলোকে এই প্ৰস্তাৱ বিবেচনা কৰি আমাৰ দাবী পূৰণ কৰিব।’’

Recent News

Seven labourers killed

মৰ্মান্তিক! শস্যৰে ভৰা বস্তাৰ চেঁপাত প্ৰাণ গ’ল ৭ জন শ্ৰমিকৰ

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

বোকাখাতৰ জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতালৈ ছহিদ সাংবাদিক পবিত্ৰ নাৰায়ণ সোঁৱৰণী সাংবাদিকতাৰ বঁটা 

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

কলিতেই মৰহিব নেকি বিৰোধী ঐক্য ইণ্ডিয়া? : ৩ ৰাজ্যত মুখথেকেছা খোৱাৰ পিছত আৰম্ভ হৈছে  জটিলতা

Oxford Word Of The Year 2023: বিশ্বৰ শ্ৰেষ্ঠ শব্দ ‘ৰিজ’, জানেনে প্ৰেমৰ সম্পৰ্কত ইয়াৰ শক্তি কিমান?

Oxford Word Of The Year 2023: বিশ্বৰ শ্ৰেষ্ঠ শব্দ ‘ৰিজ’, জানেনে প্ৰেমৰ সম্পৰ্কত ইয়াৰ শক্তি কিমান?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd