• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকিলাৰ গোলাপাৰাত নেশ্যনেল কংগ্ৰেছ ব্ৰিগেডৰ দ্বাৰা এন আৰ চি সহায়ক কেন্দ্ৰ মুকলি

NE NOW NEWS ইয়াছিন আলী
কোকিলা , August 30, 2018 10:41 am

1 min read

NRC help center at Kokila
81
VIEWS
Share on FacebookShare on Twitter

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত এন এছ কে কেন্দ্ৰৰ কাষত থকা বজাৰত কংগ্ৰেছৰ ভাতৃ সংগঠন দ্যা নেশ্যনেল কংগ্ৰেছ ব্ৰিগেডৰ বঙাইগাঁও জিলা সমিতিৰ সহযোগত বুধবাৰে এটা এন আৰ চি সহায়ক কেন্দ্ৰ মুকলি কৰা হয়।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সহায়ৰ বাবে স্থাপন কৰা সহায়ক কেন্দ্ৰটো মুকলি কৰে সমাজকৰ্মী শুকুৰ মামুদে।

সহায়ক কেন্দ্ৰটো মুকলি কৰাৰ পিছতে দ্যা নেশ্যনেল কংগ্ৰেছ ব্ৰিগেডৰ বঙাইগাঁও জিলা সমিতিৰ সভাপতি নজৰুল ইছলামৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত উদ্দেশ্য ব্যাখ্যা কৰে জিলা সমিতিৰ সম্পাদক মোজাম্মেল হুছেইনে।

তদুপৰি গোলাপাৰ-বাংলাপাৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য মছলেম উদ্দিন আহমেদ উপস্থিত থাকি সহায়ক কেন্দ্ৰৰ লগত সহযোগিতা কৰিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে  নাম্বাৰপাৰা-চাকলা গাওঁ পঞ্চায়তৰ প্ৰাক্তন আঞ্চলিক সদস্য নুৰুল ইছলাম উপস্থিত থাকি ৰাইজৰ সমস্যা সমাধান কৰাৰ বাবে সহায়ক কেন্দ্ৰটো মুকলি হোৱাত কংগ্ৰেছৰ ভাতৃ সংগঠনটোক ধন্যবাদ জনাই সৰ্বস্তৰৰ ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান জনায়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd