• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ফেচবুক কৰ্ণাৰ : ( দিল্লীত ) অহা বিশদিন অত্যন্ত গুৰুত্বপূৰ্ণ ।

মুকুট লোচন দাস by মুকুট লোচন দাস
March 29, 2023 8:03 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

( দিল্লীত ) অহা বিশদিন অত্যন্ত গুৰুত্বপূৰ্ণ ।

২০ দিনৰ পিছত ৰাহুল গান্ধীয়ে তেওঁৰ ইয়াৰ ১২, তুঘলক লেনৰ ঘৰটো এৰি দিব লাগিব । আৰু তেওঁ এৰি দিব বুলি সিদ্ধান্ত জনায়ো দিছে । এই ঘটনা/সিদ্ধান্তৰ বাবে ৰাহুল গান্ধীৰ যিমান সমস্যা হব, তাতকৈ বহু বেছি বিজেপিৰ …

Apply Now

হয়, গান্ধীৰ বাবে নেক্সট থকা ঠাই, ঠিকনা এটা জৰুৰীভাবে লাগিব .. হয়তো, এইটো এক প্ৰেক্টিকেল সিদ্ধান্তও – এমাহ পিচত জেলত থকাটো এক আশীৰ্বাদ হৈ পৰিব। থকাৰ এক স্পষ্ট, সুৰক্ষিত ঠিকনা। সেইসময়ত বাহিৰত থকা সকলেহে সিদ্ধান্ত লব লাগিব , আমি কি কৰিম বা কৰিব পাৰোঁ ….

আজিৰ পৰা কংগ্ৰেছে গোটেই দেশতে সত্যাগ্ৰহ কাৰ্যসূচী আৰম্ভ কৰিব ….

আম আদমি পাৰ্টিয়ে চেলেঞ্জ দিছে , কাইলৈৰ পৰা দিল্লীৰ ঠায়ে ঠায়ে পোষ্টাৰ, বেনাৰ লাগিব … মোডী হাতাও , দেশ বাচাও ….

মোডী বাহিনীৰ চৰিত্ৰলৈ চাই তাৰ আগতেই , কিবা বাহানাত অৰবিন্দক আজি গৃহবন্দী কৰিলে আচৰিত নহয়। কাৰণ আৰু ৩ দিন পিচত তেও অসম গৈ ওলালে কাৰবাৰবোৰ নিয়ন্ত্ৰণৰ বাহিৰ হব বুলি তেওঁলোকো চিন্তিত।

পিছে মোৰ হাতত সিমান সময়ো নাই। দিল্লীত দুটা ৰাতি পাৰ কৰা ৰূমটো আজি ১২ বজাত এৰি দিব লাগিব। স্বাভাৱিকো। যিখন মিটিঙৰ বাবে আমাক ইয়াত ৰাখিছিল, কালি আবেলিয়ে শেষ হল। অন্যান্য ৰাজ্যৰ ৰিপ্ৰেজেন্টেটিভ সকল কালি ৰাতিয়ে উভটিল .. আমি কেইজন মানহে আছোঁ ।

এয়ে দিল্লী … ইয়াত কোনো বাসস্থানেই পাৰমানেন্ট নহয়। সকলো ঠাইতে চেক আউট টাইম থাকে। সময় হলে এৰি দি ঠিকনা সলাবই লাগিব ।

এই মুহূৰ্তত মই থকা স্থানৰ পৰা এক কিলোমিটাৰ মান আঁতৰত মোডীজীৰ চৰকাৰী বাসস্থান। কিন্তু সেই ঠায়ো পাৰমানেন্ট নহয়। তেওঁৰ ভক্তই ২৪ কিয় ২৯ বা ৩৪ লৈকে এইটো মোডীজীৰে পাৰমানেন্ট বাসস্থান বুলি ভাবিলেও , কৰবাত তেখেতেই এই বাসস্থান ২৪ দিনৰ ভিতৰতে এৰিব লগা হলেও আচৰিত নহয়।

কাৰণটো হল দিল্লীৰ মানুহ অত্যন্ত প্ৰেক্টিকেল আৰু সময়ত কঠোৰ । তেওঁলোক সাধাৰণতে নিজৰ জীবনকলৈয়ে ব্যস্ত থাকে । ৰাজনীতিৰ বিষয়ে সিমান নাপাতে । ২০১৪ চনৰ পৰাতো আৰু কম পতা হৈছে …

এইবাৰ কিন্তু, দিল্লী আহিয়ে দেখিলোঁ, বাটে ঘাতে জনসাধাৰণে ৰাজনৈতিক কথাবোৰ পাতিবলৈ লৈছে। বিশেষকৈ মোডীৰ বিষয়ে … হয়তো দিল্লীৰ অভিজ্ঞ জনতাই বুজিছে, মোডীৰ এই ঠিকনা এৰি (হয়তো তিহাৰলৈও) যাবৰ সময় সমাগত।

উপসংহাৰ : আমি কি কৰিম ? সকলো ঘটনা আমাৰ নিয়ন্ত্ৰণত নাথাকে। ঘটনাপ্ৰবাহে নিজস্ব momentum ত যাবলৈ আৰম্ভ কৰিলে আমিও সোঁতৰ লগতে যাব লাগিব। এয়ে আৱশ্যম্ভাবী।

মুকুট লোচন দাস

মুকুট লোচন দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd