• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দেশত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা ব্যাপক বৃদ্ধি, নতুন ৰাষ্ট্ৰীয় জৰীপে প্ৰকাশ কৰিলে গুৰুত্বপূৰ্ণ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 30, 2026 9:21 pm
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত ইণ্টাৰনেট ব্যৱহাৰ কৰা মহিলাৰ সংখ্যা আগতকৈ বহুত বৃদ্ধি পাইছে। শেহতীয়াকৈ প্ৰকাশ পোৱা ষষ্ঠ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদন অনুসৰি, ২০১৯ চনৰ পৰা ২০২১ চনৰ ভিতৰত য’ত মাত্ৰ ৩৩.৩ শতাংশ মহিলাই ইণ্টাৰনেট ব্যৱহাৰ কৰিছিল, এতিয়া ২০২৩-২৪ বৰ্ষত এই সংখ্যা প্ৰায় দুগুণ হৈ ৬৪.৩ শতাংশ হৈছেগৈ। এই কথাই দেশৰ মহিলাসকলৰ মাজত ডিজিটেল মাধ্যমৰ ব্যৱহাৰ বৃদ্ধি পোৱাৰ এক ডাঙৰ পৰিৱৰ্তনক ডাঙি ধৰিছে।

কেৱল ইণ্টাৰনেটেই নহয়, মহিলাসকলৰ বেংক একাউণ্ট আৰু নিজা মোবাইল ফোনৰ ব্যৱহাৰো বৃদ্ধি পাইছে। পূৰ্বৰ জৰীপত ৭৮.৬ শতাংশ মহিলাৰ বেংক একাউণ্ট আছিল, যি এতিয়া ৮৯ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰি নিজাকৈ মোবাইল থকা মহিলাৰ সংখ্যা ৫৩.৯ শতাংশৰ পৰা বাঢ়ি ৬৩.৬ শতাংশ হৈছে। ইয়াৰ লগতে ১৫ ৰ পৰা ২৪ বছৰ বয়সৰ মহিলাৰ মাজত ঋতুস্ৰাৱৰ সময়ত স্বাস্থ্যসন্মত পদ্ধতি গ্ৰহণ কৰাৰ হাৰো ৭৭.৬ শতাংশৰ পৰা ৭৯.২ শতাংশলৈ বৃদ্ধি পাইছে। বিভিন্ন চৰকাৰী আঁচনি আৰু সুলভ মূল্যত লাভ কৰা চেনিটাৰী সামগ্ৰীৰ বাবেই এই ক্ষেত্ৰত সচেতনতা বৃদ্ধি পাইছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে।

Apply Now

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, এই প্ৰতিবেদনে মাতৃ আৰু শিশুৰ স্বাস্থ্য, পুষ্টি আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত এক ইতিবাচক ছবি প্ৰতিফলিত কৰিছে। অৱশ্যে ইয়াৰ মাজতে কিছুমান নতুন প্ৰত্যাহ্বানো দেখা গৈছে। বিশেষকৈ জীৱনশৈলীৰ সৈতে জৰিত বিভিন্ন ৰোগ আৰু মেদবহুলতা আদি সমস্যা এতিয়া বৃদ্ধি পাইছে। ইয়াৰ বাবে সজাগতা আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হৈ পৰিছে। এই সকলোবোৰৰ পাছতো ভাৰতে বহনক্ষম উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ দিশত সঠিকভাৱে আগবাঢ়িছে।

এই গুৰুত্বপূৰ্ণ জৰীপখন ২০২৩-২৪ বৰ্ষত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মুম্বাইৰ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানৰ সহযোগত চলাইছিল। দেশৰ ৭১৫ টা জিলাৰ প্ৰায় ৬.৭৯ লাখ পৰিয়ালক সামৰি এই জৰীপ কৰা হৈছিল। ইয়াৰ পৰা পোৱা তথ্যই ভৱিষ্যতে জিলা পৰ্যায়ত বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ৰূপায়ণ কৰাত সহায় কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm
অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

August 8, 2026 5:04 pm
পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

August 8, 2026 4:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm
অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd