DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুনৰ মেৰামতি! আজিৰে পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
June 4, 2021 12:07 pm
Saraighat bridge

শৰাইঘাটৰ পুৰণি দলং। ফটো: নৰ্থইষ্ট নাও।

217
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। মেৰামতিৰ বাবে অহা তিনিমাহলৈ বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলংখন।

মেৰামতিৰ বাবে এই সিন্ধান্ত গ্ৰহণ কৰিছে ৰে’লৱে কৰ্তৃপক্ষই। আনহাতে, নতুন দলঙেৰে যাতায়ত অব্যাহত থাকিব।

দুবছৰ পূৰ্বেও ৯ কোটি টকাৰে শৰাইঘাটৰ পুৰণি দলংখন মেৰামতি কৰা হৈছিল।

উল্লেখ্য যে ৫৫ বছৰ ধৰি অবিৰাম সেৱা দি অহা ব্ৰহ্মপুত্ৰৰ ওপৰৰ শৰাইঘাট দলংখন ২০১৯ৰ মাৰ্চৰ পৰা উত্তৰ-পূব ৰেইলৱেই ৯০ দিন ধৰি বন্ধ ৰাখি দলংখন মেৰামতি কৰিছিল।

সেইসময়ত ওপৰৰ প্ৰায় ভগ্ন অৱস্থাত থকা ৮০খন প্লেট বা শ্লেব চিনাক্ত কৰা হৈছিল আৰু এই আটাইকেইখন সলনি কৰা হৈছিল।

তদুপৰি, শৰাইঘাট দলংখনৰ ওপৰৰ কংক্ৰিটৰ গাঁথনিটোত কিছুমান ফাট ওলোৱাৰ পাছত সংবাদ মাধ্যমে বাতৰি পৰিৱেশন  কৰিছিল যদিও দলংখনৰ প্ৰতি প্ৰকৃততে কোনো ভাবুকি অহা নাই বুলিহে জানিব দিছিল ৰে’লৱে কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে  ১৯৬৩ চনতে মুকলি কৰা দুইখলপীয়া দলংখনৰ ওপৰ খলপেৰে দৈনিক হাজাৰ-হাজাৰ যান-বাহন পাৰ হয়।

অৱশ্যে বৰ্তমান কোভিড পৰিস্থিতিত চলি থকা আংশিক লকডাউন তথা আন্ত:জিলা পৰিবহন বন্ধৰ ফলত দলংখনৰ ওপৰেৰে যান-বাহনৰ চলাচল যথেষ্ট হ্ৰাস পাইছে।

Recent News

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd