• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশত এতিয়াও কৰ’নামুক্ত এই অঞ্চলটোৰ কথা জানেনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2020 1:19 pm
population-of-Lakshadweep-2019

লাক্ষাদ্বীপ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোটেই বিশ্বকে অস্থিৰ কৰি ৰখা নভেল কৰ’না ভাইৰাছ এতিয়া এক আতংকৰ নাম। চীনত আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণে এতিয়া বিশ্বৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণৰ জীৱন যাত্ৰা স্থৱিৰ কৰি তুলিছে।

এনে সময়তে ভাৰতৰ এটা দ্বীপপুঞ্জই কোভিড মুক্ত হৈ ৰৈছে আৰু এই ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে ই এক দৃষ্টান্ত দাঙি ধৰিছে।

Apply Now

মুঠ ৩৬টা দ্বীপক লৈ গঠিত আৰৱ সাগৰৰ এই দ্বীপপুঞ্জ লাক্ষাদ্বীপত এতিয়ালৈকে এটাও কোভিড-১৯ পজিটিভ ধৰা পৰা নাই।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ৰ কোভিড বুলেটিনৰ তালিকাত এতিয়ালৈকে এই অঞ্চলটোৰ নাম অহা নাই কিয়নো ইয়াত কোনো লোক কৰ’নাত আক্ৰান্ত হোৱা নাই।

ইপিনে, লাক্ষাদ্বীপৰ প্ৰশাসনে আনকি তাত স্কুল খোলাৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি বিচাৰিছে।

লাক্ষাদ্বীপৰ মুঠ ৭০হাজাৰ জনসংখ্যাৰ ৯৭শতাংশই হৈছে মুছলমান। ইয়াৰ একমাত্ৰ সাংসদ মহম্মদ ফইজলে জানিবলৈ দিয়ে যে বহিৰাগতৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ ফলতেই দ্বীপপুঞ্জটোৱে এনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

তেওঁ জানিবলৈ দিয়ে যে জানুৱাৰিৰ অন্তিমভাগত যেতিয়া কেৰালাত প্ৰথম কোভিড আক্ৰান্ত ধৰা পৰে তেতিয়াই ইয়াত সতৰ্কতা অৱলম্বন কৰি বিদেশী পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হয়।

সেয়াই নহয়, এন্ট্ৰি পাৰ্মিট লৈ যিসকল লোকে বাহিৰৰ পৰা ইয়াত কাম কৰিবলৈ আহে তেওঁলোকৰ বাবেও লাক্ষাদ্বীপত প্ৰৱেশ বন্ধ কৰি দিয়া হয়।

আনহাতে, ইয়াত আৰক্ষীয়ে কঠোৰভাৱে কাৰ্ফিউ বলবৎ কৰে আৰু কোনো লোক অযথা ঘৰৰ বাহিৰলৈ ওলোৱা নাই।

যিসকলে জৰুৰী চিকিৎসা সেৱা বা আন বিশেষ প্ৰয়োজনত দ্বীপপুঞ্জৰ বাহিৰলৈ যাবলগীয়া হৈছে তেওঁলোকৰ বাবে কোচিত দুটা কোৱাৰেন্টাইন চেন্টাৰ আৰম্ভ কৰা হৈছে। তাত সাত দিন থকাৰ পাছত পৰীক্ষাত নিগেটিভ আহিলেহে তেওঁলোকক ঘুৰি অহাৰ অনুমতি দিয়া হৈছে।

Tags: COVID_19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm
অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

৩০ জুনলৈকে গ্ৰেপ্তাৰৰ কৰিব নোৱাৰিব খান ছাৰক : সকাহ দিলে আদালতে

June 27, 2026 4:27 pm
গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

গাজাত ইজৰাইলৰ আক্ৰমণ আৰু মোদী চৰকাৰৰ নীৰৱতাক লৈ ছোনিয়া গান্ধীৰ তীব্ৰ সমালোচনা

June 27, 2026 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm
অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd