• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেলেণ্ডাৰ পদ্ধতি কি? পত্নীৰ মাহেকীয়া শেষ হোৱাৰ লগে লগেই যৌন সংগম! গৰ্ভধাৰণ সম্ভৱ নে?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2025 3:39 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

 ‘নিৰাপদ গৰ্ভধাৰণ’ৰ বিষয়ে জানিলে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা হাত সাৰিব পাৰি। কাৰণ গৰ্ভনিৰোধক ঔষধ গ্ৰহণ কৰাটো সঠিক কাম নহয়। এই ঔষধে শৰীৰত বিভিন্ন পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে প্ৰাকৃতিক আৰু সহজ পদ্ধতিটো বাছি লওক, যাক কোৱা হয় ‘নিৰাপদ সময়সীমা পদ্ধতি’।

এই ‘নিৰাপদ পিৰিয়ড পদ্ধতি’ কি?

চিকিৎসা বিজ্ঞানত এই পদ্ধতিক ‘কেলেণ্ডাৰ পদ্ধতি’ বুলি কোৱা হয়। কিন্তু যেতিয়া আপোনাৰ মাহেকীয়া নিয়মীয়া হ’ব তেতিয়াহে ই ফলপ্ৰসূ হ’ব। সঠিক হিচাপ কৰিলে দেখিব যে গৰ্ভধাৰণৰ ভয় নোহোৱাকৈ সংগম কৰিব পাৰি।

Apply Now

নিৰাপদ সময়সীমা কেনেকৈ গণনা কৰিব?

মাহেকীয়া শেষ হোৱাৰ পিছৰ চাৰিদিন আৰু পিৰিয়ড আৰম্ভ হোৱাৰ আগৰ প্ৰথম সাত দিনক নিৰাপদ দিন বুলি গণ্য কৰা হয়। অৰ্থাৎ যিদিনা আপোনাৰ মাহেকীয়া আৰম্ভ হয় সেই দিনটোক প্ৰথম দিন হিচাপে ল’ব লাগে। ৫ দিনৰ পৰা গণনা কৰিলে ৫ৰ পৰা ১০ দিন নিৰাপদ। আকৌ ১১ দিনৰ পৰা ২০ দিনলৈ নিৰাপদ নহয়। আকৌ ২১ৰ পৰা ৩০ দিন নিৰাপদ। নিয়মীয়াকৈ মাহেকীয়া হোৱাসকলেহে এই পদ্ধতি অনুসৰণ কৰিব।

যদি আপুনি কেলেণ্ডাৰ পদ্ধতিৰ বিষয়ে নিশ্চিত নহয় তেন্তে কণ্ডম ব্যৱহাৰ কৰক। ই কেৱল গৰ্ভধাৰণ ৰোধ কৰাই নহয়, বিভিন্ন যৌন সংক্ৰামক ৰোগৰ পৰাও সুৰক্ষা প্ৰদান কৰে। কণ্ডম ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় যাতে সংগীৰ শৰীৰৰ পৰা আপোনাৰ শৰীৰলৈ বিভিন্ন যৌন সংক্ৰামক ৰোগ নাযায়। গতিকে, সংগমৰ পূৰ্বে নিজৰ শৰীৰৰ প্ৰতি সচেতন হওক। ‘নিৰাপদ সময়সীমা পদ্ধতি’ৰ বিষয়ে সচেতন হওক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

‘ক্ষমতাত বৰ্তি থাকিবলৈকে SIR, বিস্ফোৰক যোশী; ‘দেশক বিপথে পৰিচালিত কৰিছে মোডী চৰকাৰে’

October 2, 2026 11:30 am
গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

গান্ধী জয়ন্তীত বহু বিশিষ্ট নাগৰিকৰ উপস্থিতিত চানমাৰিত অসম নাগৰিক সন্মিলনৰ গান্ধী স্মৰণ

October 2, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd