• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এবছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰি পুনৰ বিজ্ঞাপন প্ৰকাশেৰে চমক দিয়াৰ চেষ্টা ৰণোজ পেগুৰ: ডিৱাইএফআই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2025 6:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰণোজ পেগুৰ শিক্ষা বিভাগে প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ খালীহৈ থকা ৫৫৫০টা শিক্ষক পদ পূৰণৰ বাবে ২০২৩ চনতে বিজ্ঞাপন প্ৰকাশ কৰিছিল যদিও সেই পদ পূৰণৰ ব্যৱস্থা কৰাৰ সলনি নতুনকৈ পুনৰ ৪৫০০ পদৰ বিজ্ঞাপন প্ৰকাশ কৰি চমক দেখুৱাব খোজা কাণ্ডত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন চমুকৈ ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে স্তম্ভিত হৈছে আৰু এয়া অন্যায়মূলক বুলি অভিহিত কৰিছে।

২০২৩ চনৰ ডিচেম্বৰ মাহৰ ২৬ তাৰিখে ‍অসম চৰকাৰে এক বিজ্ঞাপন প্ৰকাশ কৰি প্ৰাথমিক বিদ্যালয়ৰ ৩৮০০ টা আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ১৭৫০ টা, মুঠ ৫৫৫০ টা খালী শিক্ষক পদত নিযুক্তি দিব বুলি ঘোষণা। ২০২৪ চনৰ ২ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ কেইবা হাজাৰ প্ৰাৰ্থীয়ে এই খালী পদৰ বিপৰীতে আৱেদন কৰিলে। কিন্তু চৰকাৰে প্ৰাৰ্থীৰ ভেৰিফিকেশ্বনকে ধৰি নিযুক্তি প্ৰক্ৰিয়াৰ কোনো কামেই আগবঢ়াই নিনিলে। ডি ৱাই এফ আইসহ একাংশ প্ৰাৰ্থীৰ প্ৰতিবাদৰ ফলত ২০২৪ বৰ্ষৰ শেষৰ ফালে প্ৰাৰ্থীৰ ভেৰিফিকেশ্বনৰ কাম আৰম্ভ কৰে।

Apply Now

কিন্তু আজি এবছৰ উকলি যোৱাৰ পাছতো এই পদসমূহত নিযুক্তিৰ ব্যৱস্থা নকৰিলে।আবেদনকাৰীসকলৰ ক্ষোভৰ প্ৰতি লক্ষ‍্য ৰাখি কেইমাহমান পূৰ্বে

শিক্ষামন্ত্ৰীয়ে ৫৫৫০টা পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশৰ সমান্তৰালকৈ ৪৫০০ টা খালী পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু যোৱা ৮ জানুৱাৰীত ৪৫০০ টা খালী পদৰ বিজ্ঞাপনহে প্ৰকাশ কৰিলে অথচ পূৰ্বৰ ৫৫৫০ পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ নকৰিলে।

এয়া চূড়ান্ত প্ৰতাৰণামূলক বুলি অভিহিত কৰি ডি ৱাই এফ আইয়ে শৈক্ষিক ক্ষেত্ৰ আৰু শিক্ষিত যুৱক-যুৱতীৰ জীৱনকলৈ হেতালি নেখেলিবলৈ আহ্বান জনাইছে। চৰকাৰৰ এই অবিবেচক আৰু ষড়যন্ত্ৰমূলক কাণ্ডৰ ফলত হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱনত প্ৰভাৱ পৰাৰ লগতে চাকৰি প্ৰাৰ্থী যুৱক-যুৱতীসকল হতাশ হৈ পৰিছে। তাৎপৰ্যপূৰ্ণ কথা হৈছে পূৰ্বে প্ৰকাশিত বিজ্ঞাপনৰ আবেদনৰ ভিত্তিত প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ নকৰিলে এক নতুন ধৰণৰ অভাৰলেপিঙৰ গুৰুতৰ সমস্যা সৃষ্টি হোৱাৰ প্ৰবল সম্ভাৱনা আছে। সেয়ে তাৎক্ষণিকভাৱে পূৰ্বৰ বিজ্ঞাপনৰ ৫৫৫০ পদৰ প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ কৰিবলৈ ডি ৱাই এফ আইৰ অসম ৰাজ‍্যিক কমিটিয়ে দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd