• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধুৰীআমৰ গুণাগুণ আৰু আমাৰ স্বাস্থ্যত ইয়াৰ অপৰিসীম প্ৰভাৱ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2026 6:45 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিদিনে ফল-মূল খোৱাটো শৰীৰৰ বাবে কিমান উপকাৰী সেই কথা আজিৰ দিনত সকলোৱে জানে। আনকি চিকিৎসকেও সুস্থ হৈ থাকিবলৈ আমাক সদায় বিভিন্ন ধৰণৰ ফল খাবলৈ পৰামৰ্শ দিয়ে। কিন্তু বহু ফলৰ ভিৰত কোনটো ফল কিমান পৰিমাণে খোৱাটো স্বাস্থ্যৰ বাবে বেছি প্ৰয়োজনীয়, সেয়া জনাটো খুবেই জৰুৰী। এইক্ষেত্ৰত মধুৰীআম এবিধ অতি সুলভ আৰু কাৰ্যকৰী ফল। চিকিৎসকে কয় যে এটা মধুৰীআমত দুটা কণীতকৈয়ো অধিক পুষ্টিকৰ উপাদান নিহিত হৈ থাকে। গতিকে প্ৰতিদিনে খাদ্য তালিকাত মধুৰীআম অন্তৰ্ভুক্ত কৰাটো স্বাস্থ্যৰ বাবে এক উৎকৃষ্ট অভ্যাস হিচাপে গণ্য কৰা হয়।

বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় গৱেষণাৰ পৰা জনা গৈছে যে মধুৰীআম পাতৰ নিষ্কাশনত প্ৰচুৰ পৰিমাণে এন্টিমাইক্ৰ’বিয়াল থাকে যিয়ে আমাৰ অন্ত্ৰত থকা ক্ষতিকৰ বেক্টেৰিয়াবোৰ ধ্বংস কৰাত সহায় কৰে। ইয়াৰ ফলত ডায়েৰিয়াৰ দৰে ৰোগ প্ৰতিৰোধ হয়। আশ্চৰ্যজনক কথাটো হ’ল যে মধুৰীআমত প্ৰচুৰ পৰিমাণে আঁহ থাকে যদিও ইয়াত কেলৰিৰ পৰিমাণ অতি কম। ১০০ গ্ৰাম মধুৰীআমত মাত্ৰ ৩৭ কেলৰি থাকে, যাৰ বাবে ই ওজন কমাবলৈ সহায় কৰে। অৰ্থাৎ মধুৰীআম খালে আপোনাৰ শৰীৰে পৰ্যাপ্ত পুষ্টি লাভ কৰিব অথচ ই আপোনাক শকত হ’বলৈ নিদিয়ে।

Apply Now

মধুৰীআমৰ আন এক গুৰুত্বপূৰ্ণ দিশ হ’ল কৰ্কট ৰোগ বা কেন্সাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা। টেষ্ট টিউব আৰু পশুৰ ওপৰত কৰা বিভিন্ন অধ্যয়নত দেখা গৈছে যে মধুৰীআম পাতৰ নিষ্কাশনে কেন্সাৰ কোষৰ বৃদ্ধিত বাধা দিব পাৰে। মধুৰীআমত থকা শক্তিশালী এন্টিঅক্সিডেন্টবোৰে কোষৰ ক্ষতি ৰোধ কৰি কৰ্কট ৰোগৰ পৰা সুৰক্ষা প্ৰদান কৰে। আনকি কিছুমান প্ৰতিবেদন অনুসৰি মধুৰীআম পাতৰ তেল বহু কেন্সাৰ ঔষধতকৈ কেইবাগুণো অধিক শক্তিশালী বুলি প্ৰমাণিত হৈছে। যিহেতু ইয়াত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে, ই শৰীৰৰ সামগ্ৰিক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত এক ডাঙৰ ভূমিকা পালন কৰে।

কেৱল শৰীৰৰ ভিতৰভাগৰে নহয়, ছালৰ সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰতো মধুৰীআমৰ বিশেষ অৱদান আছে। ইয়াত থকা এন্টিঅক্সিডেন্টে ছালৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া লেহেমীয়া কৰে আৰু ব্ৰণৰ সমস্যাৰ পৰা সকাহ দিয়ে। নিয়মীয়াকৈ মধুৰীআম খালে আপোনাৰ ছাল অধিক সজীৱ আৰু ধুনীয়া হৈ পৰে। ইয়াৰ উপৰিও মধুৰীআমত থকা ভিটামিন ‘এ’ই চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে আৰু চকু সুস্থ কৰি ৰাখে। মানসিক চাপ কমোৱা, কলেষ্টেৰল নিয়ন্ত্ৰণ কৰা আৰু মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা অসহ্যকৰ বিষ কমোৱাত মধুৰীআমে ঔষধৰ দৰে কাম কৰে।

মধুৰীআমৰ উপকাৰিতা কেৱল ফলটোৰ মাজতেই সীমাবদ্ধ নহয়, ইয়াৰ পাতৰো আছে অনন্য গুণ। মধুৰীআম পাতৰ চাহ বা ইয়াৰ পানী পান কৰি আপুনি বহু ৰোগৰ পৰা মুক্তি পাব পাৰে। মধুৰীআম পাত কেইখিলামান ধুই পৰিষ্কাৰ কৰি পানীত দি প্ৰায় ২০ মিনিটমান ভালদৰে উতলাব লাগে। তাৰ পিছত চাহ চেকনীৰে চেকি লৈ ৫ মিনিটমান ঠাণ্ডা হ’বলৈ দিব লাগে। এই কুহুমীয়া পানীয়টো খালী পেটত খালে পেটৰ বিষ আৰু হজম শক্তিৰ সমস্যাৰ পৰা অতি সোনকালে সকাহ পোৱা যায়। গতিকে সুস্থ আৰু সবল হৈ থাকিবলৈ আপুনিও আজিৰ পৰাই মধুৰীআম খোৱাৰ অভ্যাস গঢ়ি তোলক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm
উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd