• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাম মন্দিৰত বৰঙণিৰ বানপানী : টকা গণিবলৈ SBI ৰ শৰণাপন্ন হ’ল ৰাম মন্দিৰ কৰ্তৃপক্ষ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 26, 2024 11:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিষ্ঠা হোৱাৰ দিনাৰ পৰাই ইমানেই চান্দা আহিছে যে টকা গণিব পৰা নাই ৰাম মন্দিৰ কৰ্তৃপক্ষই। সেয়ে ভাৰতীয় ষ্টেট বেংকৰ সহায় বিচাৰিছে ৰাম মন্দিৰৰ কৰ্তৃপক্ষই।

এাম মন্দিৰ ট্ৰাষ্টৰ বিষয়া প্ৰকাশ গুপ্তাই জনোৱা মতে, মন্দিৰ চৌহদত এছ বি আইয়ে চাৰিটা স্বয়ংক্ৰিয় ধন গণনা মেচিন স্থাপন কৰিছে। 

Apply Now

কিন্তু ৰাম মন্দিৰে কিমান অনুদান পালে? ২২ জানুৱাৰীত মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। প্ৰতিষ্ঠা হোৱাৰ এমাহৰ ভিতৰতে ৰাম মন্দিৰে লাভ কৰিছে ২৫ কোটি টকাৰ অনুদান।

প্ৰকাশ গুপ্তাই কয় যে বৰঙণিৰ ভিতৰত ২৫ কেজি সোণ আৰু ৰূপৰ অলংকাৰ, চেক, ড্ৰাফ্ট আৰু নগদ ধন আছে। লগতে বহুতে অনলাইনযোগে পোনপটীয়াকৈ ট্ৰাষ্টৰ বেংক একাউণ্টলৈ ধন প্ৰেৰণ কৰিছে, যাৰ হিচাপ এতিয়াও হোৱা নাই। 

লগতে তেওঁ কয় যে শ্ৰীৰাম জন্মভূমি মন্দিৰলৈ ভক্তই আগবঢ়োৱা ৰূপ আৰু সোণৰ সামগ্ৰী মন্দিৰত ব্যৱহাৰ কৰা নহবও পাৰে। কিন্তু ভক্তসকলৰ ভক্তি বিবেচনা কৰি মন্দিৰে এই সোণ-ৰূপৰ সামগ্ৰীসমূহ গ্ৰহণ কৰি বেংকত জমা কৰি ৰাখিছে। পিছত এইবোৰ বিক্ৰী কৰি নগদ ধনলৈ পৰিণত কৰা হ’ব।

যদিও ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল, তথাপিও ২৩ জানুৱাৰীত সাধাৰণ জনতাৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হৈছিল। তাৰ পিছৰে পৰা অযোধ্যাৰ ৰামলালালৈ ৬০ লাখৰো অধিক ভক্তই দৰ্শন কৰিছে বুলি ট্ৰাষ্টৰ বিষয়াসকলে জানিবলৈ দিয়ে। 

ৰাম নৱমীৰ সময়ত প্ৰায় ৫০ লাখ ভক্তই অযোধ্যা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। সেই সময়ত অনুদান বৃদ্ধি পাব। ট্ৰাষ্টে ৰচিদ প্ৰদানৰ বাবে ১২টা কম্পিউটাৰাইজড কাউণ্টাৰ স্থাপন কৰিছে। ইয়াৰ উপৰিও মন্দিৰ চৌহদত অতিৰিক্ত দান বাকচো স্থাপন কৰা হৈছে। ট্ৰাষ্টৰ সদস্যসকলে কয় যে শীঘ্ৰে ৰাম মন্দিৰ চৌহদত এটা ডাঙৰ আৰু সুসজ্জিত গণনা কক্ষ নিৰ্মাণ কৰা হ’ব।

অৱশ্যে ৰাম মন্দিৰ ট্ৰাষ্টে সোণ, ৰূপ আৰু অন্যান্য মূল্যৱান সামগ্ৰী ৰক্ষণাবেক্ষণৰ বাবে ভাৰত চৰকাৰক গতাই দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে অনুদান সন্দৰ্ভত এছ বি আইৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে ট্ৰাষ্টে। এই বুজাবুজি চুক্তি অনুসৰি ৰাম মন্দিৰত জমা হোৱা সকলো অনুদান, চেক, খচৰা আৰু নগদ ধন এছ বি আইৰ দ্বাৰা সংগ্ৰহ কৰা হ’ব। SBIৰ কৰ্মচাৰীয়ে এতিয়া দিনটোত দুবাৰকৈ নগদ ধনৰ অনুদান গণনা কৰি আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd