DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

সোনকালেই মুকলি হ’ব ৰাম মন্দিৰ। কেতিয়া?

এই মন্তব্যৰ জৰিয়তে অমিত শ্বাহে স্পষ্ট কৰি দিলে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰত ধৰ্মীয় আৱেগ গুৰুত্বপূৰ্ণ হ’ব। ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনটো ধৰ্মৰ ট্ৰাম্প কাৰ্ড খেলিবলৈ সাজু বিজেপি।  

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2023 7:41 am
109
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন বিবাদৰ পিছত উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে কৰা ৰায়দানৰ পিছতেই ধুমধামেৰে নিৰ্মাণ কাৰ্য চলি আছে ৰাম মন্দিৰৰ। এতিয়া মাথোঁ ভক্ত সকলৰ অপেক্ষা। কেতিয়া মুকলি হ’ব ৰাম মন্দিৰ!  কেতিয়া উদ্ধোধন হ’ব সদা বিতৰ্কিত মন্দিৰটো?

এই সমগ্ৰ কৌতুহল আৰু অপেক্ষাৰ অন্ত পেলাই যোৱা বৃহস্পতি বাৰে ত্ৰিপুৰাত উপস্থিত হৈ গৃ্হমন্ত্ৰী অমৃত শ্বাসে ৰাম মন্দিৰৰ উদ্ধোধনৰ সম্পৰ্কে ঘোষণা কৰে।

অমৃত শ্বাসে ত্ৰিপুৰাত ঘোষণা কৰে যে অহা বছৰ জানুৱাৰী মাহত উদ্ধোধন কৰা হ’ব ৰাম মন্দিৰৰ নতুন উপাসনা গৃ্হ।

অহা বছৰৰ লোকসভা নিৰ্বাচনৰ তিনিমাহ পূৰ্বে উদ্বোধন কৰা হ’ব ৰাম মন্দিৰ। এই মন্তব্যৰ জৰিয়তে অমিত শ্বাহে স্পষ্ট কৰি দিলে যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰত ধৰ্মীয় আৱেগ গুৰুত্বপূৰ্ণ হ’ব। ২০২৪ চনৰ লোকসভাৰ নিৰ্বাচনটো ধৰ্মৰ ট্ৰাম্প কাৰ্ড খেলিবলৈ সাজু বিজেপি।  

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছে আদালতলৈ গৈ বছৰ বছৰ ধৰি ৰাম মন্দিৰ নিৰ্মাণ বন্ধ কৰি দিছিল। কিন্তু শাসনলৈ আহিয়েই এই পৰিস্থিতি সলনি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লগতে অমিত শ্বাহে কয় যে বাবৰে এই মন্দিৰটো ধ্বংস কৰিছিল। ভাৰত স্বাধীন হোৱাৰ পিছৰে পৰা কংগ্ৰেছে বাৰে বাৰে আদালতলৈ গৈ মন্দিৰ নিৰ্মাণত বাধা দি আহিছে। নিম্ন আদালত, ৰাজ্যিক উচ্চ ন্যায়ালয়, উচ্চতম ন্যায়ালয় আৰু পুনৰ নিম্ন আদালতলৈ গৈ মন্দিৰ নিৰ্মাণ বন্ধ কৰি দিছিল কংগ্ৰেছে। কিন্তু উচ্চতম ন্যায়ালয়ে ৰাম মন্দিৰৰ সপক্ষে ৰায়দানৰ দিনা প্ৰধানমন্ত্ৰীয়ে লগে লগে মন্দিৰ নিৰ্মাণৰ কামত জপিয়াই পৰে।

Recent News

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

বাজেটত দাম কমিল মোবাইল ফোন, টিভিৰ! আৰু কি কি সস্তা, কি কি হ’ল দামী; চাওক তালিকা

Bharat Jodo Yatra

ৰাহুল গান্ধী আৰু ভাৰত জোড়ো যাত্ৰা

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd