• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিয় ৫ এপ্ৰিলৰ নিশা ৯বজাত ৯ মিনিটৰ বাবে চাকি জ্বলাব দিলে প্ৰধান মন্ত্ৰী মোদীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
April 4, 2020 7:29 am
pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লকডাউনৰ মাজতে শুকুৰবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুৱা ৯ বজাত এক ভিডিঅ’ বাৰ্তা যোগে ভাৰতবৰ্ষৰ সকলো নাগৰিকক তথা পৰিয়ালক অহা ৫ এপ্ৰিল দেওবাৰে নিশা ৯ বজাত ৯ মিনিটৰ বাবে ঘৰৰ লাইট বন্ধ কৰি ঘৰৰ চৌহদত অথবা বেলকনিত মমবাতি, চাকি, টৰ্চ লাইট অথবা মোবাইলৰ ফ্লাচ জ্বলাবলৈ আহ্বান জনাইছিল।

দেশৰ ১৩০ কোটি ভাৰতীয়ই এনেদৰে মমবাতি, চাকি অথবা টৰ্চ লাইট জ্বলাই ক’ৰ’নাক পৰাস্ত কৰি একেলগে আগবাঢ়ি যোৱাৰ বাবে সংকল্পবদ্ধ হ’বৰ বাবেও আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী গৰাকীয়ে।

Apply Now

কিন্তু প্ৰধান মন্ত্ৰী মোদীয়ে কিয় ৫ এপ্ৰিলৰ নিশা ৯বজাত ৯মিনিটৰ বাবে চাকি জ্বলাব দিলে?

প্ৰধানমন্ত্ৰীৰ এই আহ্বানৰ মাজত সোমাই আছে এটা আমোদজনক অংক। প্ৰধান মন্ত্ৰী মোদীৰ এই আহ্বানৰ সৈতে ৯ সংখ্যাটোৰ এক বিশেষ তাৎপৰ্য আছে।

প্ৰধান মোদীয়ে শুকুৰবাৰে ৰাতিপুৱা ৯বজাত দেশবাসীৰ উদ্দেশ্যে এই আহ্বান জনায়। মোদীৰ বক্তব্যৰ সময়ো আছিল ৯মিনিটৰ।

তেওঁ চাকি জ্বলাবলৈ ক’লে ৫ এপ্ৰিলত অৰ্থাৎ ৫+ ৪=৯। সেইদৰে সময় দিয়া হৈছে নিশা ৯ বজাত ৯ মিনিটৰ বাবে।

তদুপৰি, তেওঁ এই ঘোষণা কৰিলে লকডাউনৰ ঠিক ৯ দিন যোৱাৰ দিনা আৰু ৫ এপ্ৰিলত লকডাউন শেষ হ’বলৈ বাকী থাকিব ৯ দিন।

জ্যোতিষ শাস্ত্ৰৰ মতে প্ৰধান মন্ত্ৰীৰ এই ৯ সংখ্যাৰ আঁৰত আছে আন এক ৰহস্য। কিয়নো ৯ সংখ্যা হৈছে মঙলৰ সংখ্যা।

মঙল শক্তিশালী হ’লে মানুহৰ মনৰ শক্তি বৃদ্ধি পায়। তদুপৰি, অপশক্তি নাশ হয় আৰু শৰীৰত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

জ্যোতিষীৰ মতে চাকি জ্বলালে মঙল শক্তিশালী হয় আৰু মঙল শক্তিশালী হ’লে সকলোৰে মন শক্তিশালী হৈ উঠিব আৰু বিপদৰ সন্মুখীন হ’বলৈ সাহস পাব।

মোদীৰ এই আহ্বানত থকা ৯ সংখ্যাৰ বিষয়টো আন এক ধৰণেও চাব পাৰি।

এপ্ৰিল মাহৰ ৫ তাৰিখ অৰ্থাৎ  ৫+৪=৯। আকৌ ৯ বজাত ৯ মিনিটৰ বাবে। সেইদৰে তিনিটা ৯ পূৰণ কৰিলে হয় ২৭।

আনহাতে, ২৭ সংখ্যাটোৰ ২ আৰু ৭ যোগ কৰা হয় তেতিয়াও ই হ’ব ৯। এইদৰে চালে দেখা যায় যে সকলোতে ৯ সংখ্যাটোও জড়িত হৈ আছে।

এই ৯ সংখ্যাই নৱগ্ৰহৰ আৰাধনাৰ ক্ষেত্ৰত এক যোগাত্মক প্ৰভাৱ পেলায় আৰু জীৱনলৈ নতুন শক্তি ঘুৰি অহা বুলি বিশ্বাস কৰা হয়।

এনেদৰেই প্ৰধান মন্ত্ৰী মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া বাৰ্তাটোত থকা অন্তৰ্নিহিত অৰ্থ বুলি কোৱা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd