DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কন্টেইনমেন্ট জ’নৰ দৰিদ্ৰ লোক খাদ্য সংকটত; প্ৰশাসনে খাদ্য-সামগ্ৰী যোগান নধৰাৰ অভিযোগ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
June 28, 2021 1:10 pm
containment zone

ফটো: নৰ্থইষ্ট নাও।

166
VIEWS
Share on FacebookShare on Twitter

টীয়কৰ কাৱৈমাৰী অঞ্চলত ৩১জনকৈ লোকৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ পাছত যোৰহাট জিলা প্ৰশাসনে সমগ্ৰ অঞ্চলটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰাৰ দুটা দিন উকলি যোৱাৰ পাছতো প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ খাদ্য-সামগ্ৰী যোগান নধৰাৰ অভিযোগ উঠিছে।

অঞ্চলটোত ওলোৱা সোমোৱা সম্পূৰ্ণৰূপে বন্ধ কৰি প্ৰৱেশ পথত বাঁহৰ দাং মাৰি  দিয়াৰ পৰিপেক্ষিতত অঞ্চলটোৰ দৰিদ্ৰ লোক সকলৰ যিসকলে দিন হাজিৰা কৰি, মৎস্য ব্যৱসায়কে ধৰি অনান্য ব্যৱসায়েৰে দুবেলা দুমঠি আহাৰ যোগাৰ কৰিছিল সেইসকলৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

প্ৰশাসনে কেৱল কন্টেইনমেন্ট জ’ন ঘোষণা কৰিয়েই দায়িত্ব সামৰাত অঞ্চলটোৰ দৰিদ্ৰ লোকসকলে ভোগ কৰা যন্ত্ৰণা দূৰ কৰিবৰ বাবে জিলা প্ৰশাসনক আহ্বান জনাইছে পঞ্চায়ত জনপ্ৰতিনিধিকে ধৰি গাঁওৰক্ষী বাহিনীৰ লোকসকলে।

ইপিনে, গাঁওখনৰ প্ৰবেশদ্বাৰত গাঁৱৰক্ষী বাহিনী আৰু পঞ্চায়ত প্ৰতিনিধিয়ে দিনে নিশাই পহৰা দি ক’ভিডৰ গণ সংক্ৰমণ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

অৱশ্যে বৰ্তমান আক্ৰান্তসকলৰ শাৰীৰিক অৱস্থা সুস্থ বুলি জানিবলৈ দিছে।

Recent News

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

১২ বছৰীয়া পুৰণি গোচৰত ছমাহৰ কাৰাদণ্ড কংগ্ৰেছী বিধায়কক

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

২০২৪ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৪০০ দিন! প্ৰধানমন্ত্ৰী মোদীয়ে সাংসদসকলক কি গুৰুমন্ত্ৰ দিলে?

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd