DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উৎকোচ লোৱাৰ অভিযোগ : চিৰাঙৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত বিনোদ কুমাৰ ডেকাক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2018 9:48 am
arrest-2-570x320

প্ৰতিনিধিত্বমূলক ফটো

473
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই শুকুৰবাৰে অসম অসামৰিক সেৱাৰ এজন অৱসৰপ্ৰাপ্ত বিষয়াক গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। ঠিকাদাৰৰ বিলৰ অনুমোদনৰ নামত এবছৰ পূৰ্বে উৎকোচ লোৱাৰ অভিযোগত  গ্ৰেপ্তাৰ হোৱা বিষয়াজন হৈছে বিনোদ কুমাৰ ডেকা।

বৰ্তমান চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ডেকাই চিৰাং জিলাত উপায়ুক্ত হৈ থকাৰ সময়ত ঠিকাদাৰৰ পৰা ৩০ হাজাৰ টকা উৎকোচ হিচাপে লৈছিল। গুৱাহাটীৰ বৰবাৰীৰ শ্ৰীজনী এপাৰ্টমেণ্টৰ বাসিন্দা চম্পা বসুমতাৰীয়ে বিগত বৰ্ষৰ ২২ ছেপ্টেম্বৰতে বিনোদ কুমাৰ ডেকাৰ বিৰুদ্ধে অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাত এখন এজাহাৰ দাখিল কৰিছিল।

উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৭/১৩(১)(ডি), ১৩(২)ধাৰাত গোচৰ ৰুজু কৰা হৈছিল। আনহাতে, অভিযোগকাৰীয়ে এজাহাৰ দাখিল কৰাৰ লগতে উৎকোচ গ্ৰহণৰ ভিডিঅ’ ফুটেজো দাখিল কৰিছিল। উক্ত তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি শুকুৰবাৰে আবেলি অৱসৰপ্ৰাপ্ত উপায়ুক্ত ডেকাক গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীয়ে আজি ধৃত ডেকাক বিশেষ আদালতত হাজিৰ কৰাব বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে দুৰ্নীতিৰ বিৰুদ্ধে বৰ্তমান চৰকাৰৰ শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি আৰক্ষীয়ে এনে বহু বিষয়াৰ বিৰুদ্ধে অভিযান চলোৱাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। অৱশ্যে এই নীতি সকলোৰে বাবে সমানে প্ৰযোজ্য হোৱাৰ লগতে এতিয়াও বহু বিভাগত গোপনে চলি থকা দুৰ্নীতিৰ বিৰুদ্ধেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে ৰাইজে।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd