• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮ বছৰত ৰাজ্য চৰকাৰে অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে ৬৮৫ খনকৈ বাৰৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 25, 2024 4:49 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৮ বছৰত অসম চৰকাৰে  ৬,৩৩৫ খন চৰকাৰী বিদ্যালয় বিদ্যালয় বন্ধ কৰি দিছে। ঋণ লৈ লৈ ধাৰৰ বোজা জাপি দিছে ৰাজ্যবাসিৰ মূৰত। ৰাজ্য চলাব নোৱাৰি ইয়াৰ বিপৰীতে কৰক সংগ্ৰহৰ বাবে অনুজ্ঞা পত্ৰ প্ৰদান কৰিছে ৬৮৫ খনকৈ বাৰৰ। এই তথ্য আমি কোনো হোৱাটছ এপ ইউনিভাৰচিটিৰ পৰা লোৱা নহয়, এই তথ্য হৈছে বিৰোধীৰ প্ৰশ্নত অসম বিধান সভাত বিজেপিৰ মন্ত্ৰীয়ে দিয়া উত্তৰৰ পৰা পোৱা তথ্য।

ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পৰা বিগত ৮ বছৰত মাত্ৰ ১৬ খন বিলাতী সুৰাৰ বিপণীৰ অনুজ্ঞা পত্ৰ দিয়াটো দেখুওৱা হৈছে যদিও এই একেখিনি সময়ত চৰকাৰে ৬৮৫

Apply Now

খন বাৰৰ অনুজ্ঞা পত্র দিছে। পূৰ্বৰ বছৰসমূহৰ কথা বেলেগেই, মাত্ৰ ৮ বছৰত ৰাজ্যত গঢ় লৈ উঠিছে ৬৮৫ খন বাৰ।

নিৰ্দলীয় বিধায়ক অখিল গগৈৰ  লিখিত প্রশ্নৰ উত্তৰত অসম বিধানসভাৰ অধিৱেশনত এই বিস্ফোৰক তথ্য ফাদিল হৈছে।

ডাঙৰ কথাটো এয়ে যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ পাঁচবছৰীয়া কাৰ্যকালত যিমান সংখ্যক বাৰৰ অনুজ্ঞা পত্ৰ দিয়া হৈছিল, ড’ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ দুবছৰতেই  দিলে সমান সংখ্যক বাৰৰ অণুজ্ঞাপত্ৰ। 

আবকাৰী বিভাগৰ তথ্য অনুসৰি  ২০২৩-২৪ বিত্তীয় বৰ্যটোতেই  ১০০ খন বাৰৰ অনুজ্ঞা পত্ৰ দিয়া হৈছে ৰাজ্যত।

সেইদৰে বিগত ৮ বছৰৰ ভিতৰত ২০২২-২৩ বৰ্ষত সৰ্বাধিক সংখ্যক বাৰৰ অনুজ্ঞা পত্ৰ দি ইতিহাস ৰচিছে ৰাজ্য চৰকাৰে । 

উল্লেখ্য যে  ২০২২- ২৩ বৰ্ষত ৰাজ্য চৰকাৰে প্ৰদান কৰিছে  সৰ্বমুঠ ১৯১ খন বাৰৰ অনুজ্ঞা পত্ৰ। ইয়াৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ২০২২ চনতে গাঁও অঞ্চলৰ মুঠ ৪০৮ খন বাৰক সুৰাৰ বিপণীলৈ ৰূপান্তৰিত কৰিলে। 

বিগত ৮ বছৰত কেৱল বিলাতী সুৰাৰ বাৰ বা বিপণীৰ সংখ্যা বৃদ্ধি কৰাই নহয়, এই একেখিনি সময়ত ৰাজ্যত খোলা হ’ল ৬৪১ খন দেশীয় সুৰাৰ দোকানে৷

উল্লেখ্য যে ২০১৭-১৮ বৰ্ষৰ পৰা অসমত নিয়মীয়াকৈ প্ৰদান কৰি অহা হৈছে দেশীয় সুৰাৰ বিপনীৰ অনুজ্ঞা পত্ৰ। বিভাগীয় তথ্য অনুসৰি  ২০১৭-১৮ বৰ্ষত ১৯০ খন ২০১৮-১৯ বৰ্ষত ১২৪ খন ২০১৯-২০ বৰ্ষত ৫২ খন, ২০২০- ২১ বৰ্ষত ৭২ খন, ২০২১-২২ বৰ্ষত ৬৩ খন ২০২২-২৩ বৰ্ষত ৮৩ খন,  আৰু ২০২৩-২৪ বৰ্ষত ৫৭ খন অনুজ্ঞা পত্ৰ দিছে দেশীয় সুৰাৰ দোকানৰ ।

এনেকৈ সুৰাৰ দোকান আৰু বাৰৰ দোকানৰ সংখ্যা বৃদ্ধি কৰি  ২০১৬-১৭ বৰ্ষৰ পৰা ২০২৩-২৪ বৰ্ষ পৰ্যন্ত চৰকাৰে আবকাৰীৰ পৰা ভেটসহ  সংগ্ৰহ কৰিছে – সৰ্বমুঠ ৩৮১৬.১৮ কোটি টকাৰ ৰাজহ ।

উল্লেখ্য যে শেহতীয়া চৰকাৰী তথ্য অনুসৰি অসমত বাঢ়ি আহিছে আধাতে স্কুল এৰা ল’ৰা ছোৱালীৰ সংখ্যা। লগতে বন্ধ কৰি দিয়া হৈছে ইখনৰ পিছত সিখনকৈ চৰকাৰী বিদ্যালয়। এতিয়া প্ৰশ্ন হয় আধাতে স্কুল এৰুৱাই আওপকীয়াকৈ স্কুলৰ পৰা বাৰলৈ আমন্ত্ৰণ জনোৱা হৈছে নেকি ৰাজ্যৰ তৰুণ প্ৰজন্মক? কৰ সংগ্ৰহৰ বাবে ৰাজ্যৰ নৱ প্ৰজন্মৰ মুখৰ আগলৈ আগবঢ়াই দিয়া হৈছে নেকি বিলাতী মদৰ বটল? 

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

জনতাৰ ধনেৰে ‘ডিজিটেল স্তাৱক’ ক্ৰয়ৰ অভিযোগ, বিজেপি চৰকাৰক লৈ তীব্ৰ বিতৰ্ক

August 21, 2026 8:01 pm
হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

হিমন্তবিশ্ব শৰ্মাক লৈ আৰ এছ এছৰ স্থিতিক লৈ বিতৰ্ক; হতাশ হিতেশ্বৰ চক্ৰৱৰ্তী

August 21, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

গোচৰ ৰুজু হোৱাৰ পিছতে ৬ ঘণ্টাতকৈ অধিক সময়ৰ ধৰ্ণা সামৰিলে ৰাহুল গান্ধীয়ে

August 21, 2026 9:35 pm
‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

‘গোচৰ ৰুজু নকৰালৈকে নুঠোঁ’: যন্তৰ মন্তৰত পেলেট গান ব্যৱহাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাহুল গান্ধীৰ

August 21, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd