• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

আন্তৰ্গাঁথনি উন্নত কৰাৰ দাবীত এনআইটি মণিপুৰৰ ছাত্ৰ-ছাত্ৰীৰ ধৰ্মঘট

এন ই নাও নিউজ by এন ই নাও নিউজ
January 24, 2019 3:03 pm
adminblockreg

এনআইটি মণিপুৰৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২৩ জানুৱাৰি, বুধবাৰে প্ৰযুক্তিবিদ্যাৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান, মণিপুৰৰ  চমুকৈ এনআইটি মণিপুৰৰ ছাত্ৰ-ছাত্ৰীসকলে ঘোষণা কৰে যে, যদিহে প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ আন্তৰ্গাঁথনি উন্নত কৰা নহয়, তেন্তে তেওঁলোকে অনশন ধৰ্মঘটৰ কাৰ্যসূচী আগুৱাই লৈ যাব।

দ্য টেলিগ্ৰাফ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে সোমবাৰে অনশন ধৰ্মঘট আৰম্ভ কৰা ছাত্ৰ-ছাত্ৰীসকলে বুধবাৰেও এনআইটিৰ চৌহদত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে।

Apply Now

প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাগাৰত সঠিক মানদণ্ড নথকা আৰু আৱশ্যকতকৈ কম সঁজুলি, পাঠদান কক্ষত আৱশ্যকীয় পোহৰ আৰু শব্দ ব্যৱস্থাৰ অভাৱ থকাৰ অভিযোগ কৰে।

ছাত্ৰ-ছাত্ৰীসকলে খেলপথাৰৰ অভাৱ থকা আৰু কেইবা মাহৰ পৰা কলেজ কেণ্টিনখন বন্ধ হৈ থকাৰ অভিযোগও উত্থাপন কৰে। প্ৰতিষ্ঠানটোত ক্ৰীড়াৰ ক্ষেত্ৰত সা-সুবিধাৰ অভাৱ, প্ৰতিযোগিতাৰ মঞ্চৰ অভাৱ আৰু উদ্ভাৱনী চিন্তাক বাস্তৱায়িত কৰাৰ বাবে পথ-প্ৰদৰ্শনৰ অভাৱৰ কথাও ব্যক্ত কৰে।

ছাত্ৰ-ছাত্ৰীসকলে আৰু অভিযোগ কৰে যে একোটা কক্ষতেই একে সময়তেই একাধিক পাঠদান অনুষ্ঠিত কৰা হয়। শ্ৰেণী আৰু পৰীক্ষাৰ বাবে তেওঁলোকে সঠিক সময়ত কোনো জাননী নোপোৱাৰো অভিযোগ কৰে ছাত্ৰ-ছাত্ৰীসকলে।

ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ছাত্ৰাৱাস আৰু ছাত্ৰী নিৱাসসমূহৰ পুতৌজনক আন্তৰ্গাঁথনিৰ অভিযোগ তুলি তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰে। তেওঁলোকে জনোৱা মতে ছাত্ৰাৱাসৰ বাৰাণ্ডাত পানী জমা হয়।

প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোৰ ছাত্ৰীসকলে অভিযোগ কৰে যে তেওঁলোকৰ ছাত্ৰী নিৱাসটো প্ৰতিষ্ঠানটোৰ পৰা ৩ কিঃমিঃ দূৰত্বত অৱস্থিত, ফলত তেওঁলোকৰ দৈনিক যাতায়াতত বহু অসুবিধা হয়।ছাত্ৰী নিৱাসসমূহত পঠিক পোহৰ আৰু ৱাশ্বৰূমৰ ব্যৱস্থা নথকা বুলিও তেওঁলোকে অভিযোগ কৰে।

ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰে যে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব বুলি বহু দিনৰ আগেয়ে প্ৰতিশ্ৰুতি দিছিল যদিও এই ক্ষেত্ৰত আজি পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। এয়া অতি দুখঃজনক কথা যে, দেশৰ এখন অতি আগশাৰীৰ আভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ আন্তৰ্গাঁথনিগত সমস্যা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

ছোমালিয়া আৰু য়েমেনৰ উপকূলত জলদস্যুৰ সন্ত্ৰাস! দুখন জাহাজ অপহৰণ, বন্দী ২২ভাৰতীয় নাৱিক

August 21, 2026 11:33 am
হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

হোমৱৰ্ক নকৰাৰ বাবে ৬ বছৰীয়া শিশুক প্ৰহাৰ শিক্ষয়ত্ৰীৰ; ঘটনাস্থলীতে হেৰুৱালে প্ৰাণ

August 21, 2026 10:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

ডিব্ৰুগড়ত লোকক কোটি কোটি টকাৰ প্ৰতাৰণা কৰাৰ অভিযোগত অভিযুক্ত ইমতিয়াজ হুছেইনক গ্ৰেপ্তাৰ

August 21, 2026 1:48 pm
যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

যোৰহাটত ‘যৌন ব্যৱসায় চক্ৰ’ উৎখাত, চাৰিজনক আটক

August 21, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd