• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাত আক্ৰান্ত বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদৰ্শক দিপজ্যোতি ইংতি

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
July 17, 2020 12:07 pm
FB_IMG_15949643615280474

বশিষ্ঠ আৰক্ষী থানাৰ উপ পৰিদৰ্শক দিপজ্যোতি ইংতি। ফটো: ফেচবুকৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাত আক্ৰান্ত হৈছে বশিষ্ঠ আৰক্ষী থানাৰ প্ৰথমজন আৰক্ষী বিষয়া ৷

বশিষ্ঠ থানাৰ উপ পৰিদৰ্শক দীপজ্যোতি ইংতি কোভিড-১৯ত আক্ৰান্ত হৈছে।

Apply Now

বৃহস্পতিবাৰে দিনৰ ভাগত কিছু পৰিমানে অসুস্থ হৈ পৰিছিল  উপ পৰিদৰ্শক দিপজ্যোতি ইংতি।

ইয়াৰ পাছতে সৰু সজাই ষ্টেডিয়ামত ৰেপিড টেষ্ট কৰিছিল ইংতিয়ে ৷

ৰেপিড টেষ্টৰ ফলাফলত বিষয়াজনৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে।

বিষয়াজনৰ পত্নীও আক্ৰান্ত হৈছে কৰ’নাত ৷

বিষয়াজনক ইতিমধ্যে সোণাপুৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

বৃহস্পতিবাৰলৈ ইংতিৰ সংস্পৰ্শলৈ অহা লোকসকলৰ আজি নমুনা সংগ্ৰহ সংগ্ৰহ কৰা হ’ব ৷

ইপিনে বৃহস্পতিবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যত ৮৯২ জন লোক কৰ’না আক্ৰান্ত ধৰা পৰে ৷ কামৰূপ মহানগৰ জিলাত মুঠ ৫৯৮ জন আক্ৰান্ত হয় কৰ’নাত।

ৰাজ্যত মুঠ ২০৬৪৬ জন লোক কৰ’নাত আক্ৰান্ত হৈছে ৷

আনহাতে, গুৱাহাটী মহানগৰীত দিনে দিনে বৃদ্ধি পাই আহিছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

Tags: COVID_19
দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm
চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

June 25, 2026 7:59 pm
সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

সাধাৰণ জনতালৈ চৰকাৰৰ নতুন নিৰ্দেশনা: ১ জুলাইৰ পৰা বৃদ্ধি পাব পাছপোৰ্টৰ মাচুল, তৎকাল পাছপোৰ্টৰ বাবে ভৰিব লাগিব ৫০০০ টকা

June 25, 2026 7:33 pm
ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

June 25, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

ৰাম মন্দিৰৰ চান্দা কেলেংকাৰী: এছ আই টিৰ প্ৰতিবেদনৰ পাছতেই দাখিল হ’ল এজাহাৰ

June 25, 2026 8:06 pm
চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

চৰকাৰী চিকিৎসালয়ত কেঁচুৱা জন্ম হ’লে সোণৰ আঙঠি; ঘোষণা কৰিলে তামিলনাডু চৰকাৰে

June 25, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd