• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৰুতৰভাৱে অসুস্থ হোৱা বুলি জানিও ছুটী নিদিলে প্ৰধান শিক্ষকে : হাতত চেলাইন লৈ পঢ়াশালিত উপস্থিত হ’ল বিষয় শিক্ষক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2025 3:46 pm
811
VIEWS
Share on FacebookShare on Twitter

শিক্ষকগৰাকী গুৰুতৰভাৱে অসুস্থ আছিল। বাৰে বাৰে চিকিৎসাৰ বাবে ছুটী বিচাৰিছিল। অসুস্থতাৰ কথা জানিও অধ্যক্ষই শিক্ষকজনক ছুটী নিদিলে। যাৰ বাবে শিক্ষকজনে চেলাইন লৈ স্কুলত দেখা দিবলৈ বাধ্য হয়। অথচ ইয়াৰ পিছতো তেওঁ অসুস্থ বু্লি স্বীকাৰ কৰিবলৈ অনুচ্ছুক প্ৰধান শিক্ষক।

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে উৰিষ্যাৰ বালাংগীৰ জিলাত।

প্ৰকাশ ভোই নামৰ গণিতৰ শিক্ষক গৰাকী যোৱা ৬ মাৰ্চত ককায়েকৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি অসুস্থ হৈ পৰে। পিছদিনা অধ্যক্ষৰ ওচৰত তেওঁ চিকিৎসাৰ ছুটী বিচাৰিলে। কিন্তু বিদ্যালয়খনৰ উপাধ্যক্ষ বিজয়লক্ষ্মীয়ে ছুটী দিবলৈ অস্বীকাৰ কৰে আৰু পিছদিনা স্কুলত হাজিৰ নিৰ্দেশ দিয়ে।

সেইদিনা স্কুললৈ যোৱাৰ পিছত শিক্ষকজনৰ শাৰীৰিক অৱস্থা আৰু অধিক অৱনতি ঘটে। অধ্যক্ষৰ অনুমতি লৈ তেওঁ  চিকিৎসালয়লৈ যাবলৈ বিচাৰিলে। কিন্তু চৰকাৰী চিকিৎসালয় বিদ্যালয়ৰ পৰা বহু দূৰত থকাৰ বাবে খৰধৰকৈ তেওঁ স্থানীয় ব্যক্তিগত ক্লিনিক এখনলৈ গ’ল। কিন্তু অধ্যক্ষই সহানুভূতি প্ৰকাশ কৰাৰ পৰিৱৰ্তে শিক্ষকগৰাকীক তৎক্ষণাত বিদ্যালয়লৈ আহিবলৈ ক’লে।

যাৰ বাবে তেওঁ চেলাইন লৈয়েই স্কুললৈ আহিল। তাৰ পিছত তেওঁৰ সহকৰ্মীসকলে তেওঁক চিকিৎসালয়লৈ লৈ গ’ল।

অভিযোগ অনুসৰি অধ্যক্ষগৰাকীয়ে এনে ক্ষেত্ৰত আগতে চিকিৎসাৰ ছুটী দিব বিচৰা নাছিল। ছুটী দিলেও সদায় শিক্ষকসকলৰ লগত তেওঁ বেয়া ব্যৱহাৰ কৰে। আনকি ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে তেওঁলোকক হাৰাশাস্তি কৰে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd