• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2026 4:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লাইভ ভিডিঅ’ ষ্ট্ৰীমিং চলি থাকিব, কিন্তু লাইভ লিংকৰ জৰিয়তে সাধাৰণ ৰাইজ বা সংবাদ মাধ্যমে কোনো শব্দ শুনিবলৈ নাপাব। কাৰণ এতিয়াৰে পৰা অডিঅ’ মিউট বা বন্ধ কৰি ৰখা হ’ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠত নতুন গোচৰৰ মেনচন অৰ্থাৎ জৰুৰী তালিকাভুক্তি বা দ্ৰুত শুনানীৰ বাবে আৱেদন কৰাৰ সময়ত ভাৰ্চুৱেল ভিডিঅ’ কনফাৰেন্সৰ অডিঅ’ সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।

শীৰ্ষ ন্যায়ালয়ৰ এই নতুন নিৰ্দেশৰ জৰিয়তে মূল বিচাৰ প্ৰক্ৰিয়া আৰু গোচৰৰ জৰুৰী তালিকা নিৰ্ধাৰণৰ প্ৰশাসনিক প্ৰক্ৰিয়াৰ মাজত এক স্পষ্ট সীমাৰেখা টানি দিয়া হৈছে বুলি একাংশ আইন বিশেষজ্ঞই মত প্ৰকাশ কৰিছে। বুধবাৰে মুখ্য ন্যায়াধীশে এই নিৰ্দেশ ঘোষণা কৰি কয় যে জৰুৰী বিষয়সমূহৰ উল্লেখ কৰাটো এটা প্ৰশাসনিক প্ৰক্ৰিয়াহে, ই কোনো বিচাৰ সম্পৰ্কীয় কাৰ্যপ্ৰণালী নহয়। সেয়েহে ইয়াক সংবাদ হিচাপে প্ৰকাশ কৰা উচিত নহয়।

Apply Now

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ ফলত কোনো গোচৰৰ উল্লেখ কৰি জৰুৰী ভিত্তিত শুনানীৰ বাবে অধিবক্তাসকলে কৰা আৱেদন আৰু তাৰ উত্তৰত ন্যায়ালয়ে দিয়া তাৎক্ষণিক মন্তব্য সাধাৰণ মানুহ বা সংবাদ মাধ্যমে আৰু পোনপটীয়াকৈ শুনিবলৈ নাপাব। কেইদিনমান পূৰ্বে মুখ্য ন্যায়াধীশে জানিবলৈ দিছিল যে কোনো গোচৰ জৰুৰী ভিত্তিত তালিকাভুক্ত কৰিবলৈ উল্লেখ কৰাটো সম্পূৰ্ণৰূপে ন্যায়ালয়ৰ প্ৰশাসনিক প্ৰক্ৰিয়াৰ অংশ। ই মূল বিচাৰ প্ৰক্ৰিয়াৰ দৰে নহয়, সেয়েহে সংবাদ মাধ্যমে ন্যায়ালয়ৰ এই প্ৰশাসনিক বা আৱেদন সম্পৰ্কীয় কথাবতৰাবোৰ প্ৰচাৰ কৰা উচিত নহয়।

বুধবাৰৰ নিৰ্দেশিকাৰ জৰিয়তে শীৰ্ষ ন্যায়ালয়ে সেই অৱস্থানকে বাস্তৱত প্ৰয়োগ কৰিলে। উল্লেখ্য যে, যোৱা ২২ জুলাইত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে হোৱা আন্দোলনত দিল্লী আৰক্ষীৰ আক্ৰমণৰ অভিযোগ তুলি তৰা গোচৰৰ দ্ৰুত শুনানীৰ আৱেদন মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত কৰা হৈছিল। সেই সময়ত মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত জনোৱা হৈছিল যে সেই ঘটনা সম্পৰ্কীয় ভিডিঅ’ চোৱাৰ সময় তেওঁলোকৰ হাতত নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

লাইভ ষ্ট্ৰীমিং চলিলেও বন্ধ থাকিব অডিঅ’, উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত এতিয়াৰে পৰা শুনা নাযাব কথা

July 29, 2026 4:51 pm
`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

`মৃত্যুৰ দুবছৰ পাছত ডা: মনমোহন সিঙৰ কলংকমুক্তি, কয়লা কেলেংকাৰিৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে

July 29, 2026 4:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd