DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ছিকিয়ৰিটি গাৰ্ড হ’বলৈ গৈ কেৰালাত জিলিকিছে অসমৰ যুৱক, মাজনিশা চলাই খেলৰ অনুশীলন

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
November 11, 2018 8:14 pm
dimbeshwar doley

ডিম্বেশ্বৰ দলে। ছবি- ফে’চবুকৰ পৰা।

513
VIEWS
Share on FacebookShare on Twitter

জীৱিকাৰ সন্ধানত কেৰালালৈ যোৱা লখিমপুৰ বগীনদীৰ ডিম্বেশ্বৰ দলে নামৰ এজন যুৱকে লং জাম্পত দেখুওৱা দক্ষতাৰ বাবে ৰাজ্যখনত লাভ কৰিছে বিশেষ স্নেহ আৰু সুযোগ।

কেৰালাত অনুষ্ঠিত লং জাম্পৰ এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাৰ ছেমি ফাইনেললৈকে আগবাঢ়িছিল বৃত্তিগত ব্যস্ততাৰ মাজত সময় উলিয়াই খেলা ডিম্বেশ্বৰে। প্ৰতিযোগিতাখনত ৬.৪ মিটাৰ জঁপিওৱা ডিম্বেশ্বৰে এতিয়া ডিচেম্বৰত হ’ব লগা এখন প্ৰতিযোগিতাত স্বৰ্ণ জয়ৰ সপোন দেখিছে।

জানিব পৰা মতে বৰ্তমান কাৰ্য্যালয় সহায়কৰূপে কৰ্তব্যৰত ২৬ বছৰীয়া যুৱকজনে ৰাতি ১০ বজালৈকে কৰ্তব্য সমাপন কৰাৰ পিছত মাজনিশা ষ্টেদিয়ামত গৈ কৰে খেলৰ অনুশীলন।

খেলবিধৰ প্ৰতি থকা আগ্ৰহৰ বাবেই কৰ্মথলী কোচি চহৰৰ ঔদ্যোগিক এলেকা কক্কনড়ৰ কাষৰ এটা ষ্টেদিয়ামত গৈ অনুশীলন কৰিছিল যুৱকজনে। তাতেই খেলবিধৰ প্ৰতি ডিম্বেশ্বৰৰ আগ্ৰহ আৰু দক্ষতা এজন লোকৰ দৃষ্টিত পৰে আৰু তেওঁৰ যোগেদিয়ে চহৰখনৰ এখন কলেজৰ খেলপথাৰত অনুশীলনৰ সুযোগ পায় অসমৰ যুৱকজনে।

চাওক ডিম্বেশ্বৰে ফে’চবুকত ৰাজহুৱা কৰা অনুশীলনৰ সময়ৰ ভিডিঅ’।।

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ডিম্বেশ্বৰে জীৱিকাৰ তাড়নাত ৪ বছৰ পূৰ্বে কেৰালাৰ ঔদ্যোগিক চহৰখনলৈ গৈছিল।

Recent News

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

‘ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক’-এনচিপি নেত্ৰীলৈ নাৰী বিদ্বেষী মন্তব্য বিজেপি নেতাৰ

Lovlina Borgohain Shiva Thapa

আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েচন এথলীট কমিটিৰ অধ্যক্ষ হিচাপে মনোনীত লাভলীনা, সদস্য পদত শিৱ থাপা

Supreme Court on sex worker

উচ্চমত ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়: অবৈধ নহয় গণিকা বৃত্তি, আৰক্ষীয়ে যৌনকৰ্মীক কৰিব নোৱাৰিব হাৰাশাস্তি

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

ট্ৰেংকুলাইজ কৰা হৈছে মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰা পথভ্ৰষ্ট বনৰীয়া ম’হটো

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd