• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি অন্ত পৰিব প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ ৰাজ্যসভাৰ সাংসদৰ কাৰ্যকাল

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2019 11:46 am
1984 Sikh massacre could have been avoided: Manmohan Singh

মনমোহন সিঙৰ ফাইল ছবি।

1k
VIEWS
Share on FacebookShare on Twitter

বিগত প্ৰায় তিনিটা দশক ধৰি ৰাজ্যসভাৰ সাংসদ হিচাপে অসমক প্ৰতিনিধিত্ব কৰি অহা প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙৰ সাংসদৰ কাৰ্যকালৰ আজি অন্ত পৰিব। বিধানসভাত কংগ্ৰেছৰ পৰ্যাপ্ত সদস্য নথকাৰ এইবাৰ পুনৰ অসমৰ পৰা সাংসদ হ’ব নোৱাৰিলে।

আজি আনুষ্ঠানিকভাৱে সাংসদৰ কাৰ্যকালৰ অন্ত পৰা প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ অসমৰ সৈতে দীঘলীয়া সম্পৰ্কৰ ক্ষেত্ৰতো যতি পৰিব। আজিৰে পৰা তেওঁ হৈ পৰিব অসমৰ প্ৰাক্তন সাংসদ।

বিশ্বৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ হিচাপে খ্যাতি লাভ কৰা ড০ সিঙে ১৯৯১ চনত অসমৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈ সংসদীয় ৰাজনীতিত এক নতুন অধ্যায় আৰম্ভ কৰিছিল। অসমৰ তদানীত্বন মুখ্য মন্ত্ৰী হিতেশ্ব শইকীয়াই ৰাজ্যখনৰ পৰা ড০ সিঙক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠিয়াই বৰ্ষীয়ান নেতাগৰাকীৰ সৈতে অসমৰ সম্পৰ্কৰ সূত্ৰ সুদৃঢ় কৰি তুলিছিল।

ইয়াৰ পাছত অসমৰ পৰাই ড০ সিঙে ক্ৰমে ১৯৯৫, ২০০১, ২০০৭ আৰু ২০১৩ চনত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল। তাৎপৰ্যপূৰ্ভাৱে, অসমক প্ৰতিনিধিত্ব কৰিয়েই ড০ মনমোহন সিঙে দুবাৰকৈ দেশৰ প্ৰধান মন্ত্ৰী হিচাপে কাৰ্যভাৰ চলাইছিল।

প্ৰয়াত মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ গুৱাহাটীৰ ঘৰত ভাড়াতীয়া হিচাপে থকা ড০ সিঙে অসমত কেইবাটাও নিৰ্বাচনত ভোটদানো কৰিছে। আনকি, শেহতীয়া লোকসভাৰ নিৰ্বাচনতো তেওঁ আহি ভোটদান কৰি গৈছিল।

অসমক দ্বিতীয় ঘৰ হিচাপে অভিহিত কৰা প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীৰ অসমৰ পৰা সাংসদ হিচাপে বিজয়ী হোৱাৰ ধাৰাবাহিকতা ভংগ হ’ল যদিও অসমৰ ৰাজনৈতিক ইতিহাসত ড০ সিঙৰ নাম চিৰদিনৰ বাবে খোদিত হৈ ৰ’ব।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd