• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম মহিলা বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তন সম্পন্ন

এন ই নাও নিউজ, যোৰহাট by এন ই নাও নিউজ, যোৰহাট
February 19, 2024 1:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটস্থিত অসম মহিলা বিশ্ববিদ্যালয়ৰ তৃতীয় সমাৱৰ্তনত দেওবাৰে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ৩২৫ গৰাকী উৰ্ত্তীণ ছাত্ৰীয়ে অসম মহিলা বিশ্ববিদ্যালয়ৰ মাননীয় আচাৰ্য তথা অসমৰ ৰাজ্যপাল শ্ৰীযুত গোলাব চান্দ কাটাৰিয়াৰ পৰা ডিগ্ৰী গ্ৰহণ কৰে।

এই সমাৱৰ্তনতে বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী কল্পনা খাউণ্ডক তেওঁৰ শৈক্ষিক আৰু সমাজিক অবদানৰ স্বীকৃতি হিচাপে অসম মহিলা বিশ্ববিদ্যালয়ৰ সন্মানীয় (honoris causa)  ডি.লিট উপাধি প্ৰদান কৰা হয় ।

ভাষণ প্ৰসংগত অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই কয় যে বিশ্ববিদ্যালয়খন অকল পঢ়া-শুনাৰে ঠাই নহয়, এয়া হৈছে এগৰাকী লোকৰ সৰ্বাংগীন বিকাশৰ এখন আখৰাথলী। বিশ্ববিদ্যালয়ত প্ৰৱেশ হৈছে এগৰাকী ছাত্ৰীৰ প্ৰজ্ঞাৰ অনুসন্ধানৰ আৰম্ভণি আৰু বিশ্ববিদ্যালয়ৰ পৰা প্ৰস্থান হৈছে সমাজ সেৱাৰ আৰম্ভণি। এই গোটেই প্ৰক্ৰিয়াটো সম্ভৱ হয় শিক্ষকসকলৰ অহোপুৰুষাৰ্থ দিক দৰ্শনৰ মাধ্যমেৰে। তেওঁ আৰু কয় যে অসম নাৰী শিক্ষাৰ ক্ষেত্ৰত তুলনামূলকভাৱে অগ্ৰনী।

Apply Now

সমাৱৰ্তনৰ সন্মানীয় অতিথিৰ ভাষণ প্ৰসংগত অধ্যাপক শীলা বৰাই কয় যে বিশ্ববিদ্যালয় হৈছে সংস্কৃতিৰ ভঁৰাল ঘৰ আৰু বিশ্ববিদ্যালয় বিলাকক দায়িত্ব দিয়া হয় যাতে, স্নাতক সকল ভাটৌৰ দৰে শিকাৰু নহৈ প্ৰকৃত বোধশক্তিৰে বিকশিত হৈ উঠে।

ইয়াৰ পাছতে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশ্ববিদ্যালয়খনৰ সামগ্ৰিক উন্নয়ন আৰু ভৱিষ্যত পৰিকল্পনাৰ এক খতিয়ান দাঙি ধৰে। স্নাতক ডিগ্ৰী লাভ কৰা ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয় যে শিক্ষা এক জীৱন ব্যাপি চলি থকা প্ৰচেষ্টা, সেয়ে এই শিক্ষা গ্ৰহণ প্ৰচেষ্টা অব্যাহত ৰাখি, বৈচিত্ৰক সাৱটি চেনেহ সম্প্ৰীতিৰে জীৱন আগবঢ়াই নিয়া উচিত।

সমাৱৰ্তনৰ শৈক্ষিক সমদলক নেতৃত্ব প্ৰদান কৰে বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে। বিশ্ববিদ্যালয়ৰ কৰ্ট, একজিকিউটিভ কাউন্সিল, একাডেমিক কাউন্সিলৰ সদস্য সকল, বিশ্ববিদ্যালয়ৰ সমূহ শিক্ষক, কৰ্মচাৰী,ছাত্ৰী একতা সভাৰ সদস্য আৰু জিলা প্ৰশাসনৰ বিষয়া সকল এই সমাৱৰ্তনত উপস্থিত আছিল।

সমাৱৰ্তনৰ অন্ত পৰাৰ লগে লগে দ্বিতীয় প্ৰাক্তন ছাত্ৰী সমাৰোহখনি আৰম্ভ হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক পল্লৱী ডেকা বুজৰবৰুৱা। তেখেতে ছাত্ৰীসকলক উদ্দেশ্যি কয় যে নাৰী শক্তিৰ উত্থানৰ বাবে অসম মহিলা বিশ্ববিদ্যালয় প্ৰতিভূ হিচাপে থিয় দি ৰৈছে। সেয়ে ছাত্ৰীসকলে মানৱ সম্পদ হিচাপে স্বীকৃতি লাভৰ হকে অহোপুৰুষাৰ্থ প্ৰচেষ্টা আৰু কৰ্ষণ অব্যাহত ৰখাটো নিতান্তই প্ৰয়োজনীয় দিশ। 

এন ই নাও নিউজ, যোৰহাট

এন ই নাও নিউজ, যোৰহাট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd