DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 2, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কামৰূপ মেট্ৰ’ত দোকান-পোহাৰ খোলা, সান্ধ্য আইনৰ সময় বৃদ্ধিৰ সিদ্ধান্ত! কাইলৈ হ’ব পাৰে ঘোষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2021 2:59 pm
index-4.jpg11-4-750x375

গুৱাহাটী মহানগৰী। ফাইল ফটো।

305
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি কামৰূপ মহানগৰ জিলাত কোভিড পৰিস্থিতিৰ ক্ৰমন্বয়ে উন্নতি ঘটিছে।

এনে পৰিস্থিতিত মহানগৰীত প্ৰায় স্বাভাৱিক জীৱন-যাত্ৰা আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা গৈছে।

সূত্ৰসমূহৰ মতে, বৃহস্পতিবাৰৰ পৰা মহানগৰীত সন্ধিয়া ৫বজা পৰ্যন্ত দোকান-পোহাৰ খোলা ৰখাৰ লগতে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য আইন ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে এই সন্দৰ্ভত  চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও সূত্ৰসমূহে জানিবলৈ দিয়ে।

মঙলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লক্ষীমপুৰৰ পৰা গুৱাহাটীত উপস্থিত হোৱাৰ পাছত এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৫৮ গৰাকী লোক।

উল্লেখ্য যে ৰাজ্যৰ ৯ খন জিলা ক্ৰমে কাচাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ ,নগাঁও, মৰিগাঁও, যোৰহাট, গোলাঘাট আৰু বিশ্বনাথত কোভিড পৰিস্থিতিৰ আশানুৰূপ উন্নতি নোহোৱাত এই জিলা কেইখন ৰেড ডিষ্ট্ৰিক হিচাবে চিহ্নিত কৰা হৈছে আৰু জিলা কেইখনত প্ৰয়োজন সাপেক্ষে ১০ দিনৰ সম্পূৰ্ণ লকডাউনো ঘোষণা কৰাৰ সম্ভাৱনা আছে।

বুধবাৰে চৰকাৰে এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা থকাৰ কথা জানিব পৰা গৈছে।

Tags: COVID-19

Recent News

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

বাজেট : এম এনৰেগাৰ পৰা ৩০ শতাংশ ধন কৰ্তন কৰিলে কেন্দ্ৰই

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

ব্ৰিটেইনৰ পিছত এইবাৰ আমেৰিকা : পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব পাৰে ভাৰতীয় মূলৰ মহিলা

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

এতিয়াৰ পৰা অসম আৰ্হিৰ ঘৰ সাজিলে ভৰিব লাগিব হাজাৰ হাজাৰ টকাৰ কৰ

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

পুনৰ সাধাৰণ লোকৰ ওপৰত মাধমাৰ : এতিয়াৰ পৰা মাজুলীলৈ যাবলৈ ভৰিব লাগিব দুগুণ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd