DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীন আৰু ইটালীক অতিক্ৰমি কৰ’না ভাইৰাছৰ সৰ্বাধিক পজিটিভৰ ঘটনা আমেৰিকাত

এন ই নাও নিউজ by এন ই নাও নিউজ
March 27, 2020 8:56 am
2020_3image_10_20_509426347co6-ll
4.9k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাৰ সৰ্বাধিক পজিটিভ ঘটনাৰ ক্ষেত্ৰত আমেৰিকা প্ৰথম স্থানত উপনীত হৈছে। নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি, আমেৰিকাত কৰ’না আক্ৰান্তৰ সংখ্যা ৮১,৩২১ জনলৈ বৃদ্ধি পাইছে।

প্ৰায় ৩৩কোটি জনসংখ্যাৰ দেশ আমেৰিকাই কৰ’না ভাইৰাছ আক্ৰান্তৰ ক্ষেত্ৰত চীন আৰু ইটালীকো অতিক্ৰম কৰিছে।

ইটালীত এতিয়ালৈকে ৮০,৫৩৯ আৰু চীনত ৮১,২৮৫জনৰ কৰ’না পজিটিভৰ ঘটনা পোহৰলৈ আহিছে।

কৰ’না নিউয়ৰ্কত সাংঘাতিকভাৱে বিয়পি পৰিছে। চহৰখনৰ বিশাল কনভেনশ্যন চেন্টাৰক হাস্পাতললৈ সলনি কৰা হৈছে। ৩৫০জনতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

য়ুৰোপৰ স্পেইনত কৰ’নাৰ সংক্ৰমম আটাইতকৈ বেছি বিয়পিছে।

যোৱা বছৰৰ শেহৰ ফালে চীনত আৰম্ভ হোৱা কৰ’না ভাইৰাছৰ সংক্ৰমণ গোটেই বিশ্বতে বিয়পি পৰিছে।

বৃহস্পতিবাৰে গোটেই বিশ্বতে কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা পাঁচ লাখৰ ওচৰ পাইছে।

ইয়াৰ মাজতে ৩৩ লাখ আমেৰিকানে এক সপ্তাহৰ ভিতৰত নিবনুৱা ভাট্টাৰ বাবে আবেদন কৰিছে। ইয়াৰ পৰাই বিশ্বৰ শক্তিশালী অৰ্থনীতিৰ ক্ষতিৰ উমান পাব পাৰি।

এই ৰোগৰ বাবে য়ুৰোপ আৰু নিউয়ৰ্কৰ স্বাস্থ্যসেৱা জটিল সন্ধিক্ষণত উপস্থিত হৈছে। আমেৰিকাত ব্যৱসায়ী, হাস্পাতল আৰু সাধাৰণ নাগৰিকক সহায় কৰাৰ বাবে ২,২০০ আৰৱ ডলাৰৰ আৰ্থিক পেকেজত অনুমোদন জনোৱা হৈছে।

উক্ত আঁচনিৰ অধীনত বয়স্ক লোকসকলক ১,২০০ ডলাৰ আৰু শিশুৰ বাবে ৫০০ ডলাৰ আগবঢ়োৱা হ’ব।

গোটেই বিশ্বতে কৰ’না ভাইৰাছৰ ফলত ২২,০০০তকৈয়ো অধিক লোকৰ মৃত্যু ঘটিছে।

Recent News

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Crime in Guwahati

মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনা: যুৱকৰ দাৰ ঘাপত তিনিজন আহত

Indian first K-pop artist

দেশৰ প্ৰথমগৰাকী কে-পপ সংগীতশিল্পী ৰূপে স্বীকৃতি পালে উৰিষ্যাৰ যুৱতীয়ে

IAS officer dog walking row

সুশাসনৰ যোগ্য নহয় নেকি অৰুণাচল-লাডাখ?: প্ৰশাসনিক বিষয়াক লাডাখ-অৰুণাচললৈ শাস্তিমূলক বদলিত ক্ষোভ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd