• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অপেক্ষাৰ অৱসান! : ৩৭৫ গৰাকী লোকৰ শৰীৰত কোভিড প্রতিষেধক ‘কোভেক্সিন’ৰ ক্লীনিকেল ট্ৰায়েল আৰম্ভ

ইতিমধ্যে প্ৰি-ক্নীনিকেল ট্ৰায়েলত সফল হৈছে ভেকচিন বিধ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 19, 2020 2:04 pm

2 min read

India's first COVID-19 vaccine Covaxin's human trial starts well
4.1k
VIEWS
Share on FacebookShare on Twitter

অপেক্ষাৰ অন্ত পৰিব নেকি!

সমগ্ৰ বিশ্বই কোভিড১৯ৰ ত্ৰাসত সন্ত্ৰস্ত হৈ থকাৰ সময়তে বিশ্ববাসীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিব নেকি ভাৰতৰ কোভেক্সিন(Covaxin)-এ!

এই লৈ দেশত জল্পনা কল্পনা চলি থকাৰ সময়তে কোভেক্সিনৰ ক্লীনিকেল ট্ৰায়েল আৰম্ভ কৰা হৈছে।

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, দেশৰ ১২খন প্রথম শ্ৰেণীৰ হাস্পতালত প্ৰাথমিক পৰ্যায়ত ৩৭৫ গৰাকী স্বেচ্ছাসেৱীৰ শৰীৰত এই প্ৰতিষেধকবিধ প্ৰয়োগ কৰা হৈছে।

প্ৰস্তুতকৰ্তা ভাৰত বায়’টেক(Bharat Biotech)ৰ সূত্ৰৰ খবৰ অনুসৰি বিগত ১৫ জুলাইত ৩৭৫ গৰাকী স্বেচ্ছাসেৱকৰ শৰীৰত এই প্ৰতিষেধকবিধ প্ৰয়োগ কৰা হৈছে।

প্ৰয়োগ কৰাৰ পিছত বৰ্তমান ফলাফলৰ বাবে অপেক্ষা কৰিছে গৱেষকসকলে।

উল্লেখ্য যে, ইতিমধ্যে প্ৰি-ক্লীনিকেল ট্ৰায়েলত সফল হৈছে এই প্ৰতিষেধকবিধ।

প্ৰি-ক্লীনিকেল ট্ৰায়েলত বিভিন্ন প্ৰাণীৰ শৰীৰত প্ৰয়োগ কৰা হৈছিল কোভেক্সিন নামৰ ভেকচিনবিধক।

প্ৰি-ক্লীনিকেল ট্ৰায়েল সফলতাৰে সম্পন্ন হোৱাৰ পিছত এইবাৰ মানৱ শৰীৰত ক্লীনিকেল ট্ৰায়েল কৰা হৈছে।

উল্লেখ্য যে, কোভেক্সিন প্ৰতিষেধকবিধক ক্লীনিকেল ট্ৰায়েলৰ বাবে ১,১০০ গৰাকী লোক বাছি লোৱা হৈছে। প্ৰথম পৰ্যায়ত ইয়াৰে ৩৭৫ গকাৰীৰ শৰীৰত ইয়াক প্ৰয়োগ কৰা হৈছে।

প্ৰথম পৰ্যায়ৰ ট্ৰায়েলত ভেকচিন বিধে ৰোগীৰ শৰীৰত কিবা পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিছে নেকি সেয়া লক্ষ্য কৰা হ’ব।

আশানুৰূপ ফলাফল লাভ কৰিলেই দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ বাবে ICMRলৈ প্ৰেৰণ কৰা হ’ব।

দ্বিতীয় পৰ্যায়ত ৭৫০ গৰাকী স্বেচ্ছাসেৱীৰ শৰীৰত ইয়াক প্ৰয়োগ কৰাৰ কথা।

যদি দ্বিতীয় পৰ্যায়ৰ ট্ৰায়েলত ভেকচিনবিধ সফল হয় তেতিয়া হ’লে ই কোভিড১৯ ভাইৰাছ প্ৰতিষেধকৰূপে পৰিগণিত হ’ব।

ইফালে ICMR-এ দাবী কৰিছে কৰিছে ভেকচিনবিধ ট্ৰায়েল বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ গাইডলাইন অনুসৰি কৰা হৈছে।

Tags: COVID-19

Recent News

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

“সকলো বিৰোধী ৰাজনৈতিক শক্তি মূল শত্ৰু বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’ব লাগে” : দেৱব্ৰত শইকীয়া

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd