• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ ৫ খন ভয়ংকৰ যুদ্ধ বিমান, যিকেইখন বিমানে সলনি কৰিব পাৰে যুদ্ধৰ ফলাফল…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 5:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া সময়চোৱাত বিশ্বৰ দেশসমূহে নিজৰ সুৰক্ষাৰ বাবে অত্যাধুনিক অস্ত্ৰ নিৰ্মাণ কৰি আছে। একে সময়তে কিছুমান দেশে আন দেশৰ পৰাও অস্ত্ৰ ক্ৰয় কৰি আছে। যুদ্ধ বিমানৰ যিকোনো যুদ্ধৰ পৰিস্থিতি আৰু দিশ সলনি কৰাৰ ক্ষমতা থাকে। যিকোনো দেশৰ শক্তিৰ বিচাৰ হয় দেশখনৰ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰৰ দ্বাৰা। সর্বশক্তিশালী সেনাবাহিনী থকা দেশখনেই বিশ্বৰ সর্বশক্তিশালী দেশ৷

বৰ্ধিত প্ৰযুক্তিৰ লগে লগে অস্ত্ৰ-শস্ত্ৰও যথেষ্ট আধুনিক আৰু উন্নত হৈ পৰিছে। যাৰ ক্ষমতা আছে কেইমিনিটমানৰ ভিতৰতে শত্ৰুক ধ্বংস কৰাৰ সক্ষমতা ৰাখে। যুদ্ধ বিমানক সকলো অস্ত্ৰৰ ভিতৰত আটাইতকৈ শক্তিশালী বুলি গণ্য কৰা হয়, যিকোনো যুদ্ধতে ই এক অতি প্ৰয়োজনীয় অস্ত্ৰ, কিন্তু আপুনি জানেনে পৃথিৱীৰ কোনবোৰ যুদ্ধ বিমান আটাইতকৈ বিপজ্জনক? পৃথিৱীৰ আটাইতকৈ বিপজ্জনক যুদ্ধ বিমানৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ আহক।

Apply Now

লকহিড মাৰ্টিনৰ এফ-৩৫ লাইটনিং হৈছে আমেৰিকাৰ পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান। এইখনেই এতিয়ালৈকে নিৰ্মিত আটাইতকৈ বিপজ্জনক যুদ্ধ বিমান। কিছু সময়ৰ আগতে ইজৰাইলে এই বিমান ব্যৱহাৰ কৰি ইৰাণক আক্ৰমণ কৰিছিল।

এফ-২২ হৈছে আমেৰিকাৰ বায়ুসেনাৰ প্ৰথমখন পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান। এইখনেই হৈছে বিশ্বৰ প্ৰথমখন ষ্টিলথ যুঁজাৰু বিমান। ইয়াক ওচৰৰ পৰা ডগ্ফাটতত যুঁজত ব্যৱহাৰ কৰা হয়। এইখন ছুপাৰছনিক বিমান, যিয়ে শব্দৰ গতিতকৈ বেছি বেগেৰে উৰিব পাৰে।

চুখই ছু-৫৭ ফেলন হৈছে ৰাছিয়াৰ পঞ্চম প্ৰজন্মৰ যুঁজাৰু বিমান, য’ত লুকাই চুৰকৈ আক্ৰমণ কৰাৰ বৈশিষ্ট্য আছে। এই বিমানখন এয়াৰ শ্ৰেষ্ঠত্ব আৰু আক্ৰমণ অভিযানৰ বাবে ডিজাইন কৰা হৈছে। বৰ্তমান ৰাছিয়াৰ সেনাবাহিনীতো ইয়াৰ উপস্থিতি আছে।

দক্ষিণ কোৰিয়াৰ বায়ুসেনাৰ কে এফ-২১ বৰাম বিশ্বৰ অন্যতম মাৰাত্মক বিমান। এই বিমানখন দক্ষিণ কোৰিয়াই ইণ্ডোনেছিয়াৰ সৈতে অংশীদাৰিত্বৰে নিৰ্মাণ কৰিছিল। এই জেটখনত ষ্টেলথ বৈশিষ্ট্যৰ লগতে উন্নত এইএছএ ৰাডাৰ চিষ্টেম আৰু কিছুমান এফ-৩৫ ভিত্তিক প্ৰযুক্তি আছে, যিয়ে ইয়াক ৪.৫ আৰু ৫ম প্ৰজন্মৰ যুঁজাৰু বিমানৰ মাজত ৰাখে।

চেংডু জে-২০ হৈছে একক আসনৰ, টুইন জেট ইঞ্জিনযুক্ত, সকলো বতৰৰ বাবে পঞ্চম প্ৰজন্মৰ ষ্টেলথ যুঁজাৰু বিমান। এই যুঁজাৰু বিমানখন এফ-২২ আৰু ছু-৫৭ৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ ডিজাইন কৰা হৈছে। যিটো চীনৰ চেংডু এৰোস্পেচ কৰ্পৰেশ্যনে চীনৰ বায়ুসেনাৰ বাবে নিৰ্মাণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd