• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

টোপনি সম্ৰাজ্ঞী! টোপনি মাৰি ৯ লাখ টকা পুৰস্কাৰ লাভ কৰিলে এইগৰাকী যুৱতীয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 2, 2024 9:48 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টোপনি কোনেনো বেয়া পায়? অন্ন বস্ত্ৰ বাসস্থান আৰু মৈথুনৰ লগতে টোপনি মানুহৰ এক নিত্যান্তই জৈৱিক প্ৰয়োজন। দিনটোৰ কামৰ শেষত বা কামৰ মাজত সময় থাকিলেও বহুতে টোপনি মাৰে।

কিন্তু টোপনি মাৰি লাখ লাখ টকা উপাৰ্জন কৰিব পাৰি বুলি কোনে ভাবিব পাৰে? হয়, বেংগালুৰুৰ ইনভেষ্টমেণ্ট বেংকাৰ শৈশৱৰী পাটিল নামৰ যুৱতী গৰাকীয়ে টোপনি মাৰিয়েই লাভ কৰিছে ৯ লাখ টকাৰ পুৰস্কাৰ।

Apply Now

শেহতীয়াকৈ বেংগালুৰুস্থিত ষ্টাৰ্ট আপ ৱেকফিটৰ স্লিপ ইন্টাৰশ্বিপ প্ৰগ্ৰেমৰ তৃতীয় ছিজনত ‘স্লিপ চেম্পিয়ন’ৰ খিতাপ অৰ্জন কৰিছে শৈশৱৰী পাটিলে। প্ৰতিযোগিতাখনৰ বাবে নিৰ্বাচিত হোৱা ১২ গৰাকী ‘স্লিপ ইন্টাৰ্ণ’ৰ ভিতৰত তেওঁ অন্যতম। এই প্ৰতিযোগিতাৰ নিয়ম হ’ল দিনটোত ২০ মিনিট আৰু প্ৰতি নিশা আঠৰ পৰা ন ঘণ্টা টোপনি।

প্ৰতিযোগিতাৰ সময়ত প্ৰতিজন অংশগ্ৰহণকাৰীক তেওঁলোকৰ টোপনিৰ মান পৰীক্ষা আৰু উন্নত কৰাৰ বাবে প্ৰিমিয়াম মেট্ৰেছ আৰু টোপনিৰ ট্ৰেকাৰ দিয়া হৈছিল। অংশগ্ৰহণকাৰীসকলে টোপনি বিশেষজ্ঞৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজৰ টোপনিৰ অভ্যাস উন্নত কৰি ‘টোপনি চেম্পিয়ন’ৰ খিতাপ লাভ কৰে।

এই প্ৰতিযোগিতাৰ তিনিটা ছিজনত ১০ লাখতকৈ অধিক লোকে আবেদন কৰিছে আৰু ৫১ জন ইন্টাৰ্ণ নিযুক্তি দিয়া হৈছে।

প্ৰতিটো ছিজনত প্ৰতিযোগীসকলক পুৰস্কাৰ হিচাপে দিয়া হৈছে মুঠ ৬৩ লাখ টকা।

ৱেকফিটৰ গ্ৰেট ইণ্ডিয়ান স্লিপ স্ক’ৰকাৰ্ডৰ ২০২৪ চনৰ সংস্কৰণ অনুসৰি প্ৰায় ৫০ শতাংশ প্ৰতিযোগীয়ে ভাগৰুৱা অনুভৱ কৰি সাৰ পায়। পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱাৰ সাধাৰণ কাৰণসমূহৰ কাৰণ হ’ল দীঘলীয়া সময় কাম কৰা, শোৱাৰ উপযুক্ত পৰিৱেশৰ অভাৱ, মানসিক চাপ ইত্যাদি।

বঁটা বিজয়ী পাটিলে কয়, ‘কোভিদে মোৰ টোপনিৰ ৰুটিনত ব্যাঘাত জন্মাইছিল। এই ইন্টাৰশ্বিপটোৱে মোক অনুশাসিতভাৱে শুবলৈ শিকাইছিল। কিন্তু ফাইনেলৰ দিনটোত মই শান্ত হোৱাৰ ওপৰত গুৰুত্ব দিলোঁ। মই যিকোনো ঠাইতে শুব পাৰো। আনকি বাইকতো। মোৰ এজন বন্ধু আৰু মই ইয়াত কেৱল মজাৰ বাবেই আবেদন কৰিছিলো। গোটেই ইন্টাৰশ্বিপটোত মই শিকিলোঁ যে শৰীৰ, ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখা আৰু মনৰ পৰা চিন্তাবোৰ আঁতৰ কৰাৰ বাবে গভীৰ টোপনি অতি প্ৰয়োজনীয়।”

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

বিহাৰত মানৱ সৰবৰাহৰ বৃহৎ চক্ৰ উৎখাত : অসমৰ ১১৫ গৰাকী যুৱক-যুৱতীক উদ্ধাৰ

June 19, 2026 7:14 pm
বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

বৈঠকৰ পূৰ্বেই লেবাননত ইজৰাইলৰ বোমা বৰ্ষণ, ইৰানৰ সৈতে হ’বলগীয়া শান্তি আলোচনা বাতিল আমেৰিকাৰ

June 19, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm
ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

ছবি অঁকাৰ ৰোষ! শিল্পী মাশ্বেল বৰুৱা, অংকুমান বৰদলৈ আৰু অনিন্দিতা দাসলৈ চমন আদালতৰ

June 19, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd