• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত কৰ্তব্যৰত চিকিৎসা কৰ্মীৰ চৰকাৰী বাসগৃহত চুৰিকাণ্ড; সোণৰ আ-অলংকাৰ চুৰি

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , July 28, 2020 1:41 pm

1 min read

যোৰহাটত কৰ্তব্যৰত চিকিৎসা কৰ্মীৰ চৰকাৰী বাসগৃহত চুৰিকাণ্ড; সোণৰ আ-অলংকাৰ চুৰি

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

9.2k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত দুটা স্থানত সোমবাৰে সন্ধিয়া সংঘটিত দুটাকৈ ধাৰাবাহিক চুৰিকাণ্ডই চাঞ্চল্যৰ  সৃষ্টি কৰিছে সমগ্ৰ টীয়কত ৷

উল্লেখযোগ্য যে, টীয়ক ফাৰ্ষ্ট ৰেফাৰেল ইউনিত চিকিৎসালয়ৰ আবাসিক এলেকাত  মানুহ নথকাৰ সুযোগ লৈ এ এন এম জ্যোতিকা নায়কৰ চৰকাৰী বাসগৃহত তলা ভাঙি প্ৰায় ষাঠি হাজাৰ টকা মূল্যৰ সোণৰ আ-অলংকাৰ আৰু নগদ আঠ হাজাৰ টকা লৈ উধাও হয় চোৰ ৷

বাসগৃহত চোৰ সোমোৱাৰ সময়ত ভগামুখৰ ক’ভিড-১৯ কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত আছিল জ্যোতিকা নায়ক ।

আনহাতে, একেদিনাখনে টীয়কৰ মাজগাঁও পথত ভাৰাতীয়া হিচাপে থকা মমী বৰুৱাৰ ঘৰৰ আলমিৰা ভাঙি চোৰে প্ৰায় চল্লিছ হাজাৰ টকাৰ মূল্যৰ সোণৰ আ-অলংকাৰ চুৰি কৰি লৈ যায়।

ইতিমধ্যে দুয়োটা ঘটনা সন্দৰ্ভত  টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

টীয়ক আৰক্ষীয়ে চুৰি কাৰ্য্যৰ সৈতে জড়িত থকা চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে আৰু শীঘ্ৰেই চোৰ কেইজনক আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd