DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰ আৰক্ষীয়ে নাগালেণ্ডত উদ্ধাৰ কৰিলে গুৱাহাটীৰ পৰা চুৰি হোৱা গাড়ী

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 1, 2019 10:03 pm
20190901_204533

ফটো : নৰ্থ-ইষ্ট নাও

32.8k
VIEWS
Share on FacebookShare on Twitter

গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপেন ছেত্ৰীৰ নেতৃত্বত আজি নাগালেণ্ডত আন্তঃৰাষ্ট্ৰীয় গাড়ী চোৰৰ বিৰুদ্ধ চলোৱা  অভিযানত হাবিৰ মাজৰ পৰা এখন চুৰি টাটা চুমু গাড়ী উদ্ধাৰ কৰা হয়।

শিৱসাগৰ জিলাৰ গেলেকীৰ নাগালেণ্ডৰ কাংগটুং য়িমচেন ভিলেজ এলেকাৰ পৰা উদ্ধাৰ কৰে অসমৰ চুৰি হোৱা গাড়ীখন।

উল্লেখ্য যে ৩১ আগষ্টৰ নিশা গুৱাহাটীৰ ফটাশিল আমবাৰীৰ পৰা চুৰি হৈছিল AS 01 GC 3482 নম্বৰৰ টাটা চুমুখন।

গৌতম শৰ্মা মালিকনাধীন গাড়ীখন আন্ত:ৰাজ্যিক গাড়ী চুৰি চক্ৰই চুৰি কৰি নাগালেণ্ডলৈ অনা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

নাগালেণ্ডলৈ গেলেকী অসম-নগালেণ্ড সীমান্তৰে গাড়ীখন সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ এক খবৰ লাভ কৰাত গেলেকী আৰক্ষীয়ে নাগালেণ্ডৰ কেইটামান বিশেষ স্থানত অভিযান চলায়।

অৱশেষত কাংগটুং য়িমছেন এলেকাৰ পৰা গেলেকী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় গাড়ী খন। ঘন জংঘলৰ মাজত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে চুৰি টাটা চুমুখন।

অৱশ্যে গাড়ী চোৰৰ চক্ৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল।

Recent News

Dog killed three-day-old baby in Panipat

চিকিৎসালয়ৰ বিচনাৰ পৰা তুলি নি তিনিদিনীয়া কেঁচুৱাক হত্যা কৰিল কুকুৰে

ONGC Helicopter accident

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Mohammed Zubair

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Telangana

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd