• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফুটবল খেলাৰ মাজতে প্ৰচণ্ড মাৰপিট :: আহত অৰ্ধ শতাধিক

প্ৰত্যক্ষদৰ্শী ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে, সন্ধিয়া প্ৰায় ৬:৩০ বজাত হল দুটাৰ ছাত্ৰ-ছাত্ৰীয়ে ৰড, দা আৰু লাঠিৰে কাজিয়াত লিপ্ত হয়। পিছত ইজনে সিজনক খেদি খেদি কেইবাবাৰো সংঘৰ্ষত লিপ্ত হয়।

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 7, 2022 8:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বকাপৰ উষ্ণ পৰিৱেশৰ মাজতে এখন ফুটবল খেলক লৈ সংঘটিত হ’ল প্ৰচণ্ড মাৰপিটৰ ঘটনা। বাংলাদেশৰ জাহাংগীৰনগৰ বিশ্ববিদ্যালয়ৰ মৌলানা ভাসানী হল আৰু এ এফ এম কমলুদ্দিন হলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ফুটবল খেলক লৈ সংঘটিত হ’ল ভয়ানক সংঘৰ্ষ। উক্ত মাৰপিটত আহত হৈছে কমেও ৫০ জন ছাত্ৰ-ছাত্ৰী। মঙলবাৰে সন্ধিয়া প্ৰায় ৬ বজাত বিশ্ববিদ্যালয়খনৰ বট্টালা অঞ্চলত সংঘটিত হয় এই ঘটনা।

আহত ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৮ গৰাকী ছাত্ৰ-ছাত্ৰী চিনাক্ত কৰা হৈছে। তেওঁলোক হ’ল এ এফ এম কমলুদ্দিন হলৰ ৫০ নং বেটচৰ ছাত্ৰ ৰুবায়েত হাছান আৰু ৪৮ নং বেটচৰ ৰাছেল আকান্দ আৰু মৌলানা ভাছানী হলৰ আহত ছাত্ৰ-ছাত্ৰী সকল হ’ল ৫০ নং বেটচৰ হৃদিয়া, ৰাব্বি, ৪৯ নং বেটচৰ হুজাইফা, নয়ন, ৪৬ নং বেটচৰ নিবীৰ আৰু নাজৰুল।

Apply Now

বিশ্ববিদ্যালয়খনৰ শাৰীৰিক শিক্ষা বিভাগৰ সূত্ৰ অনুসৰি, বিয়লি বিশ্ববিদ্যালয়খনৰ কেন্দ্ৰীয় খেলপথাৰত চ্যান্সেলৰ কাপ ফুটবল খেলত মৌলানা ভাছানী হল আৰু এ এফ এম কমলুদ্দিন হলৰ মুখামুখি হয়। ৪০ মিনিটৰ এই খেলখনৰ ৩৭ মিনিটত ৰেফাৰীয়ে কমলুদ্দিন হলৰ বিৰুদ্ধে অফছাইডৰ বাবে হুইচেল মাৰে। এই সময়ত মৌলানা ভাছানী হলৰ গ’ল পোষ্টত প্ৰৱেশ কৰে বল। তাৰ পাছত কমলুদ্দিন হলৰ খেলুৱৈ আৰু দৰ্শকে গ’লটো উদযাপন কৰে। কিন্তু যেতিয়া মৌলানা ভাছানী হলৰ এই গলটো মানি ল’বলৈ অসন্মত হয়, তেতিয়া দুয়োটা দলৰ খেলুৱৈ আৰু দৰ্শকৰ মাজত হতাহতিৰ সৃষ্টি হয়। পিছত বিশ্ববিদ্যালয়ৰ প্ৰক্টৰেল বডিৰ সদস্যসকলৰ উপস্থিতিত তাৰ পৰা ছাত্ৰ-ছাত্ৰীসলে ছত্ৰভংগ দিয়ে।

প্ৰত্যক্ষদৰ্শী ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে, সন্ধিয়া প্ৰায় ৬:৩০ বজাত হল দুটাৰ ছাত্ৰ-ছাত্ৰীয়ে ৰড, দা আৰু লাঠিৰে কাজিয়াত লিপ্ত হয়। পিছত ইজনে সিজনক খেদি খেদি কেইবাবাৰো সংঘৰ্ষত লিপ্ত হয়। সম্প্ৰতি এই ঘটনাক লৈ সমগ্ৰ বাংলাদেশত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

 

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd