• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাক্সা জিলাত নাই  এখনো ৱেই ব্ৰিজ, অসুবিধাৰ সন্মুখীন জিলা পৰিবহন বিভাগ

 যান বাহন আইন মানি চলাৰ বাবে নিৰ্দেশনা জাৰি

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 6, 2021 5:10 pm
kka
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাক্সা জিলাত এখনো ৱেই ব্ৰিজ নথকাৰ বাবে অতিৰিক্ত বোজাই কঢ়িওৱা গাড়ী সমূহক জৰিমনা বিহাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে জলিা খনৰ পৰিবহন বিভাগ। এই কথা প্ৰকাশ কৰিছে  বাক্সা  জিলাৰ পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই।

কোনো লোকে যদি ব্যক্তিগত ভাৱে ৱেই ব্ৰিজ স্থাপন কৰিব বিচাৰে তেনে লোকক বিভাগীয় ভাৱে সহায় কৰা হব বুলিও উল্লেখ কৰে বাক্সা জিলাৰ পৰিবহন বিষয়াগৰাকীয়ে।

Apply Now

ৰাজ্যজুৰি যান বাহন আইন অমান্য কৰি গাড়ী মটৰ চলোৱাৰ বাবেই সঘনাই পথ দুৰ্ঘটনা সংঘটিত হোৱা দেখা যায়।

ৰাজ্যৰ লগতে বাক্সা জিলাত যাতে দুৰ্ঘটনা ৰোধ কৰিব পৰা যায় তাৰ বাবে বাক্সা জিলা পৰিবহন বিষয়া শোণিত কুমাৰ বৰাই গাড়ী চলোৱাৰ সময়ত যান বাহন আইন মানি চলাৰ বাবে গাড়ী চালক সকলক আহ্বান জনাইছে।

দুচকীয়া বাহন চলোৱাৰ সময়ত হেলমেট পৰিধান কৰা আৰু চাৰি চকীয়া বাহন চলোৱাৰ সময়ত চিট বেল্ট লগাই গাড়ী চলাবলৈ আহ্বান জনাইছে।

যান বাহন আইন অমান্য কৰা সকলক জৰিমনা বিহা হৈছে বুলি উল্লেখ কৰি  যান বাহন আইন অমান্য কৰা সকলৰ বিৰুদ্ধে জৰিমনা বিহা হব বুলিও প্ৰকাশ কৰিছে বাক্সা জিলা পৰিবহন বিষয়া গৰাকীয়ে।

যি সকল গাড়ীৰ মালিকে যান বাহনৰ কৰ দিবলৈ বাকী আছে তেওঁলোকক বিভাগৰ পৰা কৰ আদায়ৰ দাবী পত্ৰ ( demand notice) প্ৰেৰণ কৰা বুলি উল্লেখ কৰি জিলা পৰিবহন বিষয়া গৰাকীয়ে কৰ আদায় দিবলৈ বাকী থকা গাড়ীৰ মালিক সকলক কৰ আদায় দিয়াৰ আহ্বান জনায়।

বিষয়া গৰাকীয়ে পুনৰ কয়- বহু লোকে চালকৰ অনুজ্ঞাপত্ৰৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হৈছে আৰু গাড়ীৰ পঞ্জীয়ন নম্বৰৰ বাবে আবেদন কৰিছে।

কিন্তু তেওঁলোকৰ বহুতেই এতিয়াও কাৰ্ডৰ বাবে আমট্ৰনৰ মাচুল আদায় দিয়া নাই যাৰ বাবে  এতিয়াও ডাক যোগে অনুজ্ঞা পত্ৰ লাভ কৰা নাই। চালকৰ অনুজ্ঞা পত্ৰৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু গাড়ীৰ পঞ্জীয়ন নম্বৰৰ বিপৰীতে  যি সকলে আমট্ৰনৰ মাচুল আদায় দিয়া নাই তেওঁলোকক কাৰ্যালয়লৈ আহি আমট্ৰনৰ মাচুল আদায় দিয়াৰ আহ্বান জিলা পৰিবহন বিষয়াৰ।

যি সকল লোকে এতিয়াও চালকৰ পুৰণি অনুজ্ঞা পত্ৰ ব্যৱহাৰ কৰি আছে আৰু এতিয়াও স্মাৰ্ট কাৰ্ড লোৱা নাই তেওঁলোকক পুৰণি কাৰ্ড সমূহ জমা দি স্মাৰ্ট কাৰ্ড লোৱাৰ আহ্বান জিলা পৰিবহন বিষয়া গৰাকীৰ।

যি সকল গাড়ীৰ স্বত্বাধিকাৰীয়ে হাই চিকিউৰিটি নম্বৰ প্লেটৰ বাবে আবেদন কৰি আজিও সেই নম্বৰ প্লেট সমূহ পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ পৰা নিয়া নাই, তেওঁলোকক সেই সমূহ নম্বৰ প্লেট কাৰ্য্যালয়ৰ পৰা নিয়াৰ বাবে আহ্বান জনায় জিলা পৰিবহন বিষয়াগৰাকীয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

৫,২৭৯ কোটি টকীয়া ৰিং ৰোড প্ৰকল্পৰ বাবে উচ্ছেদৰ ভাবুকি! ক্ষতিপূৰণ আৰু পৰিৱেশ ধ্বংসৰ আশংকাত উত্তাল উত্তৰ কামৰূপ আৰু সোণাপুৰ

July 7, 2026 2:21 pm
ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd