• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এতিয়াও আছে ভগৱান পৰশুৰামৰ কুঠাৰখন। কিন্তু আছে ক’ত ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2023 7:01 am
2.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ বিভিন্ন ঠাইত  হিন্দু ধৰ্মৰ প্ৰাচীন মন্দিৰ আছে। এই ঠাইবোৰৰ নিজস্ব ইতিহাস আছে, আছে নিজা ৰহস্য। এনে এটা মন্দিৰ আছে ঝাৰখণ্ডত। এই মন্দিৰৰ আছে বহু গোপন ৰহস্য।

এই মন্দিৰৰ নাম ‘টাংগিনাথ মন্দিৰ’ বা ‘টাংগিনাথ ধাম’। শাস্ত্ৰ মতে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰাম অমৰ আছিল। তেওঁ কেতিয়াও মৰিব নোৱাৰে। গতিকে আজিও তেওঁ পৃথিৱীত ঘূৰি ফুৰিছে। পিতৃ ঋষি জামাদগ্নীৰ নিৰ্দেশত তেওঁ মাকক হত্যা কৰিছিল।

কিন্তু যেতিয়া তেওঁৰ কামত সন্তুষ্ট হৈ দেউতাকে তেওঁক বৰ বিচাৰিবলৈ ক’লে, তেতিয়া তেওঁ মাকক পুনৰ জীৱিত কৰি তুলিবলৈ বৰ বিচাৰিলে। তেওঁ আছিল প্ৰথম যোদ্ধা ব্ৰাহ্মণ। তেওঁৰ হাতত আছিল মহাদেৱে উপহাৰ দিয়া এখন প্ৰকাণ্ড কুঠাৰ। সেই কুঠাৰেৰে তেওঁ শত্ৰুক হত্যা কৰিছিল।

ঝাৰখণ্ডৰ এই টাংগিনাথ মন্দিৰতে ভগৱান পৰশুৰামৰ সেই বিশাল কুঠাৰখন। বহুতে বিশ্বাস কৰে যে হাজাৰ হাজাৰ বছৰ ধৰি এই মন্দিৰতে আছে সেই বিশেষ কুঠাৰখন। এই মন্দিৰৰ বাহিৰত এটা লোহাৰ অংশ আছে, যিটো দেখাত ত্ৰিশূলৰ দৰে, কিন্তু আনফালে এটা বিশাল জোঙা অংশ আছে। সেয়ে এই লোহাৰ অংশটো কুঠাৰৰ দৰে দেখা যায়।

পুৰাণ অনুসৰি, ৰামে হৰধনু ভঙাৰ পিছত পৰশুৰামৰ বৰ খং উঠিছিল। যাৰ বাবে ৰাম-লক্ষ্মণৰ লগত যুদ্ধ হৈছিল পৰশুৰামৰ। অৱশেষত নিজৰ ভুলটো উপলব্ধি কৰি তেওঁ পাহাৰৰ বুকুত কুঠাৰখন পুতি শিৱক পূজা কৰিবলৈ  গুচি যায়। মানুহে বিশ্বাস কৰে যে ঝাৰখণ্ডৰ টাংগিনাথ ধামেই সেই ঠাই৷  ইয়াতেই পৰশুৰামে শিৱক পূজা কৰিছিল।

লগতে পঢ়কঃ ডেকা ল’ৰাৰ কলিজা কঁপাই ভাইৰেল হোৱা প্ৰিয়া প্ৰকাশে এতিয়া কি কৰি আছে জানেনে?

লগতে পঢ়কঃ চাণক্যৰ মতে জীৱনত এই ৩টা কামৰ পৰা বিৰত থকা উচিত; নহ’লে জীৱন বিপন্ন হোৱাটো নিশ্চিত

লগতে পঢ়কঃ প্ৰেমে বয়স নামানে! দৰা ৭৯ বছৰীয়া, কইনাৰ বয়স ৩৬; তৃতীয় বিবাহৰ বাবে সাজু জনপ্ৰিয় পপ তাৰকা

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd