• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডেকা ল’ৰাৰ কলিজা কঁপাই ভাইৰেল হোৱা প্ৰিয়া প্ৰকাশে এতিয়া কি কৰি আছে জানেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2023 5:23 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি মনোৰঞ্জনৰ বাবে ছ’চিয়েল মিডিয়া অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। প্ৰায় সকলো লোকেই বিভিন্ন ধৰণৰ ছ’চিয়েল মিডিয়া চাইট যেনে ফেচবুক, ইনষ্টাগ্ৰাম আদি ব্যৱহাৰ কৰে। এই ছ’চিয়েল মিডিয়াৰ জৰিয়তে পৃথিৱীৰ এটা মূৰৰ খবৰ নিমিষতে আনটো মূৰলৈ বিয়পি পৰে। গতিকে কেতিয়াবা বিভিন্ন ভিডিঅ’ বা ছবি ছ’চিয়েল মিডিয়াত ব্যাপক ভাইৰেল হৈ পৰে। 

প্ৰিয়া প্ৰকাশ ভেৰিয়াৰক চিনি নোপোৱা নেটিজেন হয়তো খুব কমেইহে ওলাব। নামে মানুহে নাজানিলেও প্ৰিয়াক চিনি পাবলৈ মাত্ৰ এটা ইংগিতেই যথেষ্ট। 

Apply Now

চকু টিপিয়াই লাখ লাখ নেটিজেনৰ হৃদয়ত ধুমুহাৰ সৃষ্টি কৰিছিল প্ৰিয়া প্ৰকাশে। কিছু বছৰ আগতে প্ৰিয়া প্ৰকাশ ভেৰিয়েৰে কেইছেকেণ্ডমানৰ এটা ভিডিঅ’ৰ বাবে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। লাখ লাখ অনুৰাগীক প্ৰেমত পেলাইছিল নিজৰ চকুৰ যাদুৰে।

এগৰাকী সাধাৰণ অভিনেত্ৰীৰ পৰা নিশাৰ ভিতৰতে ৰাষ্ট্ৰীয় ‘ক্ৰাছ’  হৈ পৰিছিল প্ৰিয়া প্ৰকাশ ভেৰিয়েৰ। সমগ্ৰ ইণ্টাৰনেটত বিয়পি পৰিছিল অভিনেত্ৰীগৰাকীৰ বিভিন্ন ভিডিঅ’। এটা নিশাতে সমগ্ৰ দেশে প্ৰিয়া প্ৰকাশক চিনি পাবলৈ ধৰিলে। 

কিন্তু সেই ভিডিঅ’ ভাইৰেল হৈ পৰা বহু বছৰ পাৰ হৈ গ’ল। আজিকালি ভাইৰেল নোহোৱা হ’ল প্ৰিয়াৰ সন্মোহিনী হাঁহি আৰু চকুৰ চাৱনি। এতিয়া প্ৰিয়াই কি কৰি আছে? আছেনে প্ৰিয়াৰ মুখৰ সেই মায়াসনা হাঁহি, আছেনে চকুৰ সেই উজ্জ্বল বিজুলী?

কেইবাখনো চিনেমাত কাম কৰি আছে প্ৰিয়াই। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই অভিনেত্ৰী গৰাকীৰ এখন ছবি। ভাইৰেল ছবিখনত প্ৰিয়াক জনজাতীয় সাজ-পোছাক পৰিধান কৰা দেখা গৈছে। প্ৰায় কাপোৰ নোহোৱাকৈ ফটোৰ বাবে পোজ দিছিল প্ৰিয়াই। ফলত প্ৰিয়াৰ বহু অনুৰাগীয়ে দেখি প্ৰথমে চিনিয়েই পোৱা নাছিল তাইক। 

বহুতে ছবিখন চাই প্ৰিয়াই এডাল্ট চিনেমাৰ শ্বুটিং কৰি আছে বুলি ভাবিছিল।। ইয়াৰ পিছত নেটিজেনে ছবিখন লাইক আৰু বিভিন্ন কমেণ্টেৰে ভৰাই তুলিছিল।

পিছত অৱশ্যে পোহৰলৈ আহিল যে প্ৰিয়া প্ৰকাশে ব্ৰেণ্ড প্ৰমোচনৰ বাবে এইধৰণৰ উত্তেজক ফটো শ্বেয়াৰ কৰিছিল। এই ছবিখন ইতিমধ্যে ছ’চিয়েল মিডিয়াত ছুপাৰ ভাইৰেল হৈ পৰিছে। ইতিমধ্যে এই পোষ্টটো অগণন লোকে চাইছে। তাৰোপৰি ৩ লাখৰো অধিক লোকে সেই ছবিখন লাইক কৰিছে।

লগতে পঢ়কঃ দিব্যাংগ মাতৃ আৰু কন্যাক ধৰ্ষণ ৮ পাষণ্ডৰ, জলকীয়া গুৰি পৰ্যন্ত সানিলে গুপ্তাংগত

লগতে পঢ়কঃ আজি হীৰুদাৰ একাদশ মৃত্যুবাৰ্ষিকী; ‘অযুত তৰাৰ ঘুমটি ভাঙি’ উৰি আহিছে ‘সুগন্ধি পখিলা’

লগতে পঢ়কঃ ‘PUBG’ গেম খেলিয়েই প্ৰেম! চাৰিটা সন্তানক কোলাত লৈ ভাৰতত পাকিস্তানী মহিলা; আটক আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd