• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এসময়ত আছিল শ্বাহৰুখৰ সহ অভিনেত্ৰী, এতিয়া চাবোন বিক্ৰী কৰি চলাইছে পৰিয়াল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 19, 2023 9:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলীউড জগতৰ তাৰকা শিল্পী সকলৰ লগত বিভিন্ন জনে শিশু অভিনেতা বা শিশু অভিনেত্ৰী হিচাপে কাম কৰিছে। বলিউডৰ জগতত প্ৰৱেশ কৰিবলৈ বহুতেই কম বয়সতে শিশু অভিনেতা হিচাপে কাম কৰিবলৈ ভিৰ কৰে।

বিখ্যাত অভিনেতা-অভিনেত্ৰীৰ লগত অভিনয় কৰি সমানে সমানে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে বহু শিশু অভিনেতা-অভিনেত্ৰী। তেনে এগৰাকী অভিনেত্ৰী হৈছে ঝাণক শুক্লা।

Apply Now

‘কল হো না হো’ চিনেমাখন মনত আছেনে? ২০০৩ চনত শ্বাহৰুখ খান, প্ৰীতি জিন্তা, ছাইফ আলী খান অভিনীত ছবিখনে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। এই ছবিখনে শ্বাহৰুখৰ কেৰিয়াক এক অন্য মাত্ৰা প্ৰদান কৰাৰ লগতে ছবিখনে বলীউডৰ জনপ্ৰিয় ছবিৰ তালিকাতো স্থান দখল কৰিছিল। 

এই ছবিখনত প্ৰীতিৰ কনিষ্ঠ ভগ্নী জিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল ঝাণক শুক্লাই। ছবিখনত শ্বাহৰুখ আৰু প্ৰীতিতকৈও বেছিকৈ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল মৰমলগা ছোৱালীজনীয়ে।

পিতৃ-মাতৃ অভিনয় জগতখনৰ সৈতে জড়িত হোৱাৰ বাবে ঝাণকেও সৰুৰে পৰাই অভিনয় জগতৰ প্ৰতি আকৃষ্ট হৈছিল। ডাঙৰ পৰ্দাত প্ৰৱেশ কৰাৰ আগতে ঝাণকক এটি বিজ্ঞাপনতো দেখা পোৱা গৈছিল। সেই বয়সত তেওঁৰ অভিনয় ইমানেই ভাল আছিল যে বিজ্ঞাপনৰ ছবিখনে বছৰৰ শ্ৰেষ্ঠ বিজ্ঞাপন ছবিৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি টেলিভিশ্যনৰ ধাৰাবাহিকতো অভিনয় কৰিছে ঝাণকে।

ইয়াৰ পিছতেই শ্বাহৰুখ আৰু প্ৰীতিৰ সৈতে অভিনয় কৰাৰ উপৰিও ঝাণকে হলিউডৰ এখন ছবিৰ বাবেও অফাৰ লাভ কৰিছিল। অৱশ্যে সেই ছবিখনত তেওঁ অভিনয় কৰা নাছিল। আচলতে সেই সময়ত ঝাংকৰ পিতৃ-মাতৃয়ে বিচাৰিছিল যে তাই প্ৰথমে পঢ়া-শুনা শেষ কৰক, তাৰ পিছত অভিনয় জগতত মনোনিৱেশ কৰক।

মাক-দেউতাকৰ কথা ৰাখিবলৈ ঝাণক পঢ়া-শুনাত ব্যস্ত হৈ পৰিল। তেওঁ পুৰাতত্ত্ব বিভাগৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পন্ন কৰিলে। কিন্তু শিক্ষা শেষ কৰি অভিনয় জগতলৈ পুনৰ ঘূৰি নাহিল ঝাণক। 

এতিয়া তেওঁ সম্পূৰ্ণ বেলেগ পথত। বিজনেছ এডমিনিষ্ট্ৰেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে ঝাণকে নিজাকৈ চাবোন নিৰ্মাণৰ ব্যৱসায় আৰম্ভ কৰিছে। ঝাণক ডাঙৰ হৈ সম্পূৰ্ণ সলনি হৈছে। অতীত আৰু বৰ্তমানৰ মাজত কোনো সাদৃশ্য নাই। বহুতেই প্ৰশ্ন কৰে, পুনৰ অভিনয় জগতলৈ ঘূৰি আহিবনে ঝাণক ?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd