DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এটা সময়ত এগৰাকী কাল্পনিক সভাপতিৰে চলিছিল আলফা স্বাধীন! পৰেশ বৰুৱাৰ বিস্ফোৰক মন্তব্য

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2021 2:52 pm
Paresh-Baruah
248
VIEWS
Share on FacebookShare on Twitter

মানুহ জনৰ কোনো অৱয়ৱ নাই, নাই কোনো অস্তিত্ব।

এনে এগৰাকী অস্তিত্বহীন লোককেই সভাপতি হিচাবে মানিলৈ এটা সময়ত চলাই নিয়া হৈছিল জন্ম লগ্নৰে পৰা স্বাধীনতাৰ দাবী কৰি অহা বিদ্ৰোহী সংগঠন আলফা (স্বাধীন)।

এই কথা নিজ মুখে স্বীকাৰ কৰিছে আলফাৰ সভাপতি পৰেশ বৰুৱাই।

এটা ছেটেলাইট টেলিভিছনত দিয়া এক সাক্ষাৎকাৰত পৰেশ বৰুৱাই বহু দিনে গোপনে থকা এই সত্যটো পোহৰলৈ আনিছে।

সাক্ষাৎকাৰটোত পৰেশ বৰুৱাই কৈছে ‘আলফা (স্বাঃ)ৰ পূৰ্বৰ সভাপতি অভিজিৎ অসম এক কাল্পনিক চৰিত্ৰ।  এয়া কেৱল আমাৰ এক ৰণকৌশল আছিল’।

উল্লেখ্য অসমৰ স্বাধীনতাৰ দাবীত দশকৰ পিছত দশক ধৰি অটল হৈ থকা আলফা (স্বাধীন)ত ২০১১ চনৰ পৰা সভাপতিৰ পদত অধিষ্ঠিত হৈ আছিল অভিজিৎ অসম।কিন্তু বাস্তৱিকতে অভিজিত অসমৰ কোনো অস্তিত্বই নছিল।

আলফাৰ সভাপতি পৰেশ বৰুৱাই ছেটেলাইট চেনেলটোত দিয়া সাক্ষাৎকাৰত লগতে এইবুলি কৈছে যে অভিজিৎ অসমৰ নামত যিবোৰ আলোকচিত্ৰ উপলব্ধ হৈ আহিছিল সেয়া ডাঃ মুকুল হাজৰিকাৰহে ফটো আছিল।

পৰেশ বৰুৱাৰ এনে দাবীৰ মাজতে এইবুলিও আলোচনা হৈছে যে ডাঃ মুকুল হাজৰিকাই অভিজিৎ অসম বুলি বহু দিন পূৰ্বে একাংশ লোকে সন্দেহ ব্যক্ত কৰিছিল।

কিন্তু সেই সময়ত আলফাৰ তৰফৰ পৰা এই সন্দৰ্ভত কোনো মন্তব্য কৰা হোৱা নাছিল।

ডাঃ মুকুল হাজৰিকাই পত্নী গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ পিছতে আলফাৰ পৰা আঁতৰি আহিছিল।

Recent News

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd