DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২২ৰ প্ৰথমটো দিনৰ পৰাই জনতাৰ ওপৰত পৰিব এইকেইটা মাধমাৰ,কি কি?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
December 3, 2021 4:55 pm
811
VIEWS
Share on FacebookShare on Twitter

২০২২ৰ প্ৰথমটো দিনৰ পৰাই জনতাৰ ওপৰত মাধমাৰ শোধাব চৰকাৰে।

মূল্যবৃদ্ধিত জুৰুলা হৈ থকাৰ মাজতে আন এক সমস্যাৰ সন্মুখীন হ’ব সৰ্বসাধাৰণ। কিয়নো ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা এটিএমৰ পৰা ধন উলিওৱাৰ ক্ষেত্ৰত হ’ব অধিক খৰচী।

যদি নিৰ্ধাৰিত পৰিমাণতকৈ যদি অধিক ধন উলিয়াই তেন্তে ভৰিব লগা হ’ব ২১ টকা চাৰ্জ। এটিএমৰ নিৰ্ধাৰিত সীমাতকৈ অধিক বাৰ ধন উলিওৱালে চাৰ্জ লগাব পাৰে বেংকে।

ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ নিৰ্দেশনা মতে এক্সিছ বেংক বা আন বেংকৰ এটিএমত বিনামূলীয়া সীমাতকৈ ওপৰৰ বিত্তীয় লেনদেন কৰিলে দিব লাগিব ২১ টকা আৰু জিএছটি।

১ জানুৱাৰী ২০২২ৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম।

বিনামূলীয়া লেনদেন মাহিলী সীমাতকৈ যদি অধিক হয় তেন্তে প্ৰতিবাৰ লেনদেনত ২০ টকাৰ সলনি ২১ টকা দিব লাগিব অহা মাহৰ পৰা।

অৰ্থাৎ গ্ৰাহকে নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫ বাৰ বিনামূলীয়া লেনদেন কৰিব পাৰিব। যদিহে তাতোকৈ অধিকবাৰ লেনদেন কৰে তেন্তে ভৰিব লাগিব চাৰ্জ।

এক জানুৱাৰীৰ পৰা বৃদ্ধি পাব মাৰুতী গাড়ীৰ মূল্য। কাপোৰ, জোতা, চেণ্ডেলত GST বাঢ়িব ১২ শতাংশলৈ।ইতিমধ্যে এয়াৰটেল, ভোদাফোন, জিঅ’ৰ ৰিছাৰ্জৰ মূল্য ২০ পৰা ২৫ শতাংশ মূল্যবৃদ্ধি কৰা হৈছেই।

নিজৰ বেংক এটিএমৰ জৰিয়তে প্ৰতি মাহত ৫টা বিনামূলীয়া লেনদেন কৰিব পাৰিব আপুনি।
মেট্ৰ’ চিটীত আন বেংকৰ এটিএমৰ পৰা তিনিবাৰ আৰু আন স্থানৰ কেন্দ্ৰত পাঁচবাৰ কৰিব পাৰিব বিনামূলীয়া লেনদেন।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd