• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ এই ১১ গৰাকী ব্যক্তিয়ে আগবঢ়াইছে সৰ্বাধিক ধন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 19, 2020 12:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনৰ পৰা সম্প্ৰসাৰিত হোৱা ক’ৰ’না ভাইৰাছ এতিয়া সমগ্ৰ বিশ্ববাসীৰ বাবে উদ্বেগৰ বিষয় হৈ পৰিছে। ভাইৰাছবিধৰ ফলত এই পৰ্যন্ত ৪৮ লাখৰো অধিক লোক সংক্ৰমিত হোৱাৰ লগতে মৃত্যুৰ সংখ্যা ৩ লাখ অতিক্ৰম কৰিছে।

ভাইৰাছৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে এতিয়া প্ৰায়বোৰ দেশতে আৰ্থিক সংকটৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কিন্তু এই সংকটৰ সময়তো ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ তথা সহায় কৰিবলৈ আগবাঢ়ি আহিছে বহু লোক।

Apply Now

এই বাতৰিটোৰ জৰিয়তে আমি আপোনালোকক জনাম বিশ্বৰ ১১ গৰাকী এনে ব্যক্তি যিয়ে সৰ্বাধিক মাত্ৰাত বৰঙনি আগবঢ়াইছে।

জেক ডৰ্চি : ট’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰৰ চি ই অ’ ডৰ্চিয়ে ক’ৰ’না আক্ৰান্ত লোকৰ সহায়ৰ বাবে নিজৰ সম্পত্তিৰ ২৮ শতাংশ অৰ্থা ১ বিলিয়ন ডলাৰ (৭৫০০ কোটি টকা) প্ৰদান কৰিছে।

বিল এণ্ড মেলিণ্ডা : বিল এণ্ড মেলিণ্ডা গেটছ ফাউণ্ডেশ্যনৰ সহ-অধ্যক্ষ। এই ফাউণ্ডেশ্যনটোৱে ২২৫ মিলিয়ন ডলাৰ অৰ্থা ১৮০০ কোটি টকা আগবঢ়াইছিল।

টাটা ট্ৰাষ্ট/টাটা ছনছ : মহামাৰী ক’ৰ’নাই সৃষ্টি কৰা এই সংকটৰ সময়ত টাটা গ্ৰুপে ১৫০০ কোটি টকা প্ৰদান কৰিছে।

এন্দ্ৰিউ ফৰেষ্ট : অষ্ট্ৰেলিয়াৰ আৰবপতি এন্দ্ৰিউ ফৰেষ্টে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ আগবঢ়াইছে ১০০ মিলিয়ন ডলাৰ।

আজীম প্ৰেমজী : ক’ৰ২না বিৰোধী যুঁজখনলৈ প্ৰেমজীয়ে ১৩২ মিলিয়ন ডলাৰ আগবঢ়াইছে। ভাৰতত সৰ্বাধিক পৰিমানৰ আৰ্থিক সাহায্য আগবঢ়োৱা ব্যক্তিজনেই হৈছে প্ৰেমজী।

জৰ্জ ছোৰেছ : আমেৰিকাৰ এইগৰাকী আৰবপতিয়ে আগবঢ়াইছে ১৩০ মিলিয়ন ডলাৰ।

জেফ বেজ’ছ : এমাজনৰ সংস্থাপক বেজ’ছে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সহায়ৰ বাবে ১০০ মিলিয়ন ডলাৰ আগবঢ়াইছে। উল্লেখ্য যে জেফ বেজ’ছ হৈছে বিশ্বৰ এক নম্বৰ ধনী ব্যক্তি।

মাইকেল ডেল : ডেল টেকন’ল’জিৰ অধ্যক্ষ মাইকেল ডেলে আগবঢ়াইছে ১০০ মিলিয়ন ডলাৰ।

জেফৰি স্কল : স্কল ফাউণ্ডেশ্যনৰ অধ্যক্ষ জেফৰি স্কলে ১০০ মিলিয়ন প্ৰদান কৰিছে।

মাইকেল ব্লুমবৰ্গ : মাইকেল ব্লুমবৰ্গে ৭৪.৫ মিলিয়ন ডলাৰ সহায় হিচাপে আগবঢ়াইছে।

লীন এণ্ড ষ্টেছি : ষ্টেছিয়ে ৭০ মিলিয়ন ডলাৰ আগবঢ়োৱা বুলি জানিব পৰা যায়।

উল্লেখ্য যে এই সংকটৰ সময়ত নিজৰ নিজৰ মহানুভৱতা আৰু সমাজৰ প্ৰতি থকা দায়িত্ববোধৰ পৰিচয় দাঙি ধৰি বৃহৎ পৰিমানৰ আৰ্থিক অনুদানেৰে সহায় আগবঢ়োৱা বাবে সকলোৱে ধন্যবাদ জনায়।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am
N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd