• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মাহেকীয়াৰ সময়ত কেতিয়াও নকৰিব এইকেইটা ভুল : অন্যথা হ’ব পাৰে মাৰাত্মক ক্ষতি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 11, 2024 8:20 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা নিৰ্দিষ্ট বয়সৰ পিছত প্ৰতিমাহে ঋতুস্ৰাৱ বা মাহেকীয়া হোৱাটো এক প্ৰাকৃতিক প্ৰক্ৰিয়া। এই সময়ছোৱাত মহিলাসকলে মানসিক অস্থিৰতা, কঁকালৰ বিষ, পেটৰ তলৰ অংশত বিষ, পেশীৰ জঠৰতা অনুভৱ কৰে।

মাহেকীয়াৰ সময়ত কঁকালৰ তলৰ অংশৰ বিষ অতি স্বাভাৱিক। কিছুমান সহজ প্ৰতিকাৰৰ দ্বাৰা এই সমস্যাসমূহ দূৰ কৰিব পাৰি। কিন্তু মাহেকীয়াৰ সময়ত কৰা কিছুমান ভুলে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।

Apply Now

মহিলাসকলে মাহেকীয়াৰ সময়ছোৱাত তিনিৰ পৰা চাৰিদিনলৈ অতি সাৱধান হ’ব লাগে। এই সময়ছোৱাত খোৱা-বোৱা খোৱাৰ পৰা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।

মাহেকীয়াৰ সময়ত কি কি ভুলৰ পৰা আঁতৰি থাকিব লাগে জানি লও আহক

মাহেকীয়াৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। যদি আপুনি মাহেকীয়াৰ সময়ত পেড বা টেম্পন ব্যৱহাৰ কৰে তেন্তে সম্পূৰ্ণ তিতি নগ’লেও প্ৰতি ৬ ঘণ্টাৰ মূৰে মূৰে সলনি কৰিব লাগে। বিশেষকৈ গ্ৰীষ্মকালত এই কাম কৰাটো অতি গুৰুত্বপূৰ্ণ। অন্যথা যোনিৰ সংক্ৰমণ হ’ব পাৰে।

মাহেকীয়াৰ সময়ত সঘনাই বাথৰুমলৈ যোৱাৰ পৰা হাত সাৰিবলৈ বহুতে কম পানী খায়। কিন্তু, ই স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ’ব পাৰে। প্ৰচুৰ পৰিমাণে পানী খালে পেটৰ তলৰ অংশৰ বিষৰ পৰা আৰম্ভ কৰি পেশীৰ বিষলৈকে সকলো সমস্যা হ্ৰাস পাব পাৰে। গতিকে শৰীৰক সজীৱ কৰি ৰখাটো জৰুৰী।

মাহেকীয়াৰ সময়ত খাদ্যৰ যত্ন ল’ব লাগে। এই সময়ছোৱাত দুৰ্বলতা, ক্লান্তি অনুভৱ হয়। যাৰ বাবে শৰীৰক অতিৰিক্ত পুষ্টিকৰ উপাদানৰো প্ৰয়োজন হয়। গতিকে এই সময়ত ফল-মূল, শাক-পাচলি আৰু শুকান ফল-মূল যথেষ্ট পৰিমাণে খাব লাগে। এই সময়ত বেছিকৈ ভজা খাদ্য, জাংক ফুড, শীতল পানীয় পৰিহাৰ কৰাটো ভাল, নহ’লে পেটৰ সমস্যা হ’ব পাৰে।

বহুতে মাহেকীয়াৰ সময়ত ব্যায়াম নকৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে, গধুৰ ব্যায়াম নকৰাকৈ পিৰিয়ডৰ সময়ত লঘু ব্যায়াম  কৰিব পাৰি। এই সময়ছোৱাত বেছিকৈ ব্যায়াম কৰিলে পেটৰ তলৰ অংশত অতিৰিক্ত বিষ হ’ব পাৰে।

বহুতে পিৰিয়ডৰ দুৰ্গন্ধৰ পৰা হাত সাৰিবলৈ ডিঅ’ ব্যৱহাৰ কৰে। কিন্তু, ইয়াক এৰাই চলিব লাগে। কাৰণ এই সামগ্ৰীসমূহত উপস্থিত ৰাসায়নিক পদাৰ্থৰ ফলত যোনিৰ পি এইচ স্তৰৰ অৱনতি ঘটিব পাৰে। ইয়াৰ ফলত ছালৰ বিষ হোৱাৰ লগতে সংক্ৰমণো হ’ব পাৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

বিয়া নকৰোৱাৰ বাবে গুলী… আমেৰিকাত ভাৰতীয় মূলৰ যুৱতীক হত্যা; অভিযুক্তইও দিলে প্ৰাণ

September 13, 2026 12:38 pm
ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

ইণ্ডোনেছিয়াৰ জাভা সাগৰত সন্ধানহীন ২৪০ জন যাত্ৰী কঢ়িয়াই অনা এখন জাহাজ!

September 13, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

ভৱন খহি পৰাৰ পাছত এইবাৰ অগ্নিকাণ্ড! দিল্লীত জুইত জাহ গ’ল দুজনৰ প্ৰাণ

September 13, 2026 4:41 pm
কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

কাজিৰঙাৰ আত্মাক হত্যাৰ ষড়যন্ত্ৰ নেকি? কৰ্পোৰেটৰ আগ্ৰাসনত নিজ মাতৃভূমিতে অস্তিত্বৰ সংকটত থলুৱা

September 13, 2026 3:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd